ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকা
ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ আই.ইউ.চি. এনৰ দ্বিতীয় শ্ৰেণী (category II)ৰ সংৰক্ষিত বনাঞ্চল (protected area)। ভাৰতত পোণপ্ৰথমে স্থাপিত হোৱা ৰাষ্ট্ৰীয় উদ্যানখন হ'ল ১৯৩৬ চনত প্ৰতিষ্ঠা কৰা হেইলি ৰাষ্ট্ৰীয় উদ্যান (Hailey National Park), যাক বৰ্তমান কৰবেট ৰাষ্ট্ৰীয় উদ্যান বুলি জনা যায়। ১৯৭০ চনলৈকে ভাৰতত কেৱল পাঁচখনহে ৰাষ্ট্ৰীয় উদ্যান আছিল। ২০১২ চনৰ এপ্ৰিলমাহলৈ ইয়াৰ সংখ্যা ১০২খন হয়গৈ। সকলো ৰাষ্ট্ৰীয় উদ্যান মিলি প্ৰায় ৩৯৯১৯ বৰ্গ কিলোমিটাৰ মাটিকালি আৱৰি আছে। ই ভাৰতৰ মুঠ মাটিকালিৰ প্ৰায় ১.২১%।
বৰ্তমান ভাৰতত মুঠ ১৬৬খন ৰাষ্ট্ৰীয় উদ্যান প্ৰতিষ্ঠা কৰা হৈছে। এই উদ্যানসমূহৰ নাম তথা ৰাজ্য, মাটিকালিৰে সৈতে প্ৰতিষ্ঠা কৰাৰ তাৰিখসহ তলত উল্লেখ কৰা হ'ল-
মানচিত্ৰ
[সম্পাদনা কৰক]ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকা
[সম্পাদনা কৰক]প্ৰস্তাৱিত ৰাষ্ট্ৰীয় উদ্যান
[সম্পাদনা কৰক]- Qazinag National Park
- Dharmendra National Park[উদ্ধৃতিৰ প্ৰয়োজন]
- Nagari Nath National Park[উদ্ধৃতিৰ প্ৰয়োজন]
Footnotes
[সম্পাদনা কৰক]1The Maharashtra and Madhya Pradesh parts of the Pench National Park are administered separately.
2The Chhattisgarh and Madhya Pradesh parts of the Sanjay National Park are administered separately.
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- Directory of Wildlife Protected Areas in India Archived 2011-08-23 at the Wayback Machine
- ENVIS Centre, WII, Dehradun
- List of Proposed National Parks Archived 2015-02-20 at the Wayback Machine
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত National parks of India সম্পৰ্কীয় মিডিয়া ফাইল আছে। |