সমললৈ যাওক

নামিবিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Namibiaৰ পৰা পুনঃনিৰ্দেশিত)


নামিবিয়া প্ৰজাতন্ত্ৰ
Flag of নামিবিয়া
Flag
Coat of arms of নামিবিয়া
Coat of arms
Motto: "Unity, Liberty, Justice"
"একতা, স্বাধীনতা, সুবিচাৰ"
Anthem: Namibia, Land of the Brave
"নামিবিয়া, সাহসীৰ ভূমি"
Location of নামিবিয়া
ৰাজধানীউইণ্ডহোক
Largest cityৰাজধানী
Official languagesইংৰাজী1
Recognised regional languagesআফ্ৰিকান্স, জাৰ্মান[1]
Demonymনামিবিয়ান
Governmentপ্ৰজাতন্ত্ৰ
Hifikepunye Pohamba
Nahas Angula
স্বাধীনতা 
• তাৰিখ
২১ মাৰ্চ ১৯৯০
Area
• Total
8,25,418 বৰ্গ কি.মি. (3,18,696 বৰ্গ মাইল) (৩৪তম)
• Water (%)
negligible
Population
• ২০০৯ estimate
২,১৭১,০০০[2] (১৪২তম)
• ২০০৮ census
২,০৮৮,৬৬৯
• Density
2.6 /কিমি (6.7 /বৰ্গ মাইল) (২৩৫তম)
GDP (PPP)২০০৯ estimate
• Total
$১৩.৭৬৪ বিলিয়ন[3] (১৩৬তম)
• Per capita
$৬,৬১০.৩৫[3] (১২৯তম)
GDP (nominal)২০০৯ estimate
• Total
$৯.০৩৯ বিলিয়ন[3]
• Per capita
$৪,৩৪১.৩৬[3]
Gini (২০০৩)৭০.৭[4]
Error: Invalid Gini value (১ম)
HDI (২০০৭)বৃদ্ধি ০.৬৫০
Error: Invalid HDI value (১২৫তম)
Currencyনামিবিয়ান ডলাৰ (NAD)
Time zoneUTC+১ (WAT)
• Summer (DST)
UTC+২ (WAST)
Calling code২৬৪
Internet TLD.na

নামিবিয়া (ইংৰাজী: Namibia)[5][6] দক্ষিণ-পশ্চিম আফ্ৰিকাৰ এখন ৰাষ্ট্ৰ। আটলাণ্টিক সাগৰৰ তীৰবৰ্তী নামিবিয়াৰ উত্তৰত আংগলা আৰু জাম্বিয়া পূৱত বৎচোৱানা দক্ষিণ আৰু পূৱত দক্ষিণ আফ্ৰিকা। ১৫ শতকত পৰ্তুগীজ সকলে নামিবিয়াত প্ৰৱেশ কৰে। ১৮৮৪ চনত দেশখন জাৰ্মানসকৰ অধীনলৈ গুচি যায়। প্ৰথম বিশ্বযুদ্ধৰ সময়ত দক্ষিণ-পশ্চিম আফ্ৰিকাৰ জাৰ্মান উপনিবেশ দক্ষিণ আফ্ৰিকা কৰ্তৃক অধিকৃত হয়। ১৯৬০ চনত দক্ষিণ-পশ্চিম আফ্ৰিকাৰ নাম পৰিৱৰ্তন কৰি নামিবিয়া নামকৰণ কৰা হয়। দেশখনৰ মাৰ্ক্সবাদী সংগঠন সোৱাপোৰ নেতৃত্বত স্বাধীনতাৰ বাবে গেৰিলা যুদ্ধ আৰম্ভ হয়। পিছলৈ ৰাষ্ট্ৰসংঘৰ শান্তি প্ৰক্ৰিয়াৰ মাধ্যমেৰে ১৯৯০ চনৰ ২১ মাৰ্চত দক্ষিণ আফ্ৰিকাৰ পৰা স্বাধীনতা লাভ কৰে নামিবিয়া।

প্ৰশাসনিক অঞ্চলসমূহ

[সম্পাদনা কৰক]

উইণ্ডহোক:-প্ৰশাসনিক কাৰ্য্যালয় আৰু ৰাজধানী।

দক্ষিণ আফ্ৰিকাৰ দেশ নামিবিয়া। দেশখনৰ পশ্চিমত আটলাণ্টিক মহাসাগৰ, উত্তৰত জাম্বিয়া আৰু আংগলা, পূৱত বৎচোৱানা আৰু দক্ষিণ আৰু পূৱত দক্ষিণ আফ্ৰিকা।

জনসংখ্যা

[সম্পাদনা কৰক]

দেশখনৰ জনসংখ্যা ২৪ লাখ। জনসংখ্যা বৃদ্ধিৰ হাৰ ১.৭ শতাংশ। উল্লেখযোগ্য জনগোষ্ঠী : ওভাম্বো (৪৯.৫%), কাভাঙ্গো (৯.২%), কলৰ্ড (৮%), হেৰেৰো (৭%), ডামাৰা (৭%), নামিবিয়ান শ্বেতাংগ (৭%)।

তথ্যউৎস

[সম্পাদনা কৰক]
  1. "Error: no |title= specified when using {{Cite web}}". 
  2. Department of Economic and Social Affairs Population Division (2009) (.PDF). World Population Prospects, Table A.1. 2008 revision. United Nations. http://www.un.org/esa/population/publications/wpp2008/wpp2008_text_tables.pdf। আহৰণ কৰা হৈছে: 2009-03-12. 
  3. 3.0 3.1 3.2 3.3 "Error: no |title= specified when using {{Cite web}}". 
  4. "সিআইএ পৃথিৱীৰ ফেক্টবুক: নামিবিয়া". Archived from the original on 2020-04-23. https://web.archive.org/web/20200423100756/https://www.cia.gov/library/publications/the-world-factbook/geos/wa.html। আহৰণ কৰা হৈছে: 2021-05-06. 
  5. Wells, John C. (2008), Longman Pronunciation Dictionary (3rd সম্পাদনা), Longman, ISBN 978-1405881180 
  6. Roach, Peter (2011), Cambridge English Pronouncing Dictionary (18th সম্পাদনা), প্ৰকাশক Cambridge: Cambridge University Press, ISBN 978-0521152532 

বহিঃসংযোগ

[সম্পাদনা কৰক]
চৰকাৰী
সাধাৰণ তথ্য

Namibia ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা

মিডিয়া