তামোল: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
[বট সম্পাদনা] অসমীয়া লিখোতে হোৱা কেইটামান সাধাৰণ ভুল ঠিক কৰা হ'ল
13 নং শাৰী: 13 নং শাৰী:
}}
}}


'''তামোল''' ({{lang-en|Areca catechu}}) গোত্ৰ - Arecaceae ৷ তামোল এবিধ ফল যদিও ইয়াক ফল হিচাপে ব্যৱহাৰ কৰা নাযায়৷ তামোল এবিধ Masticatory অৰ্থাৎ চোবাই খোৱা ফলহে৷ তামোল সাধাৰণতে ব্যৱহাৰ কৰা অন্যান্য ফলৰ দৰে সকলোৰে প্ৰিয় নহয় যদিও [[অসম]]ৰ জনমানসৰ লগতে বিভিন্ন ধৰ্মীয় পূজা-পাতল,উৎসৱ-পাৰ্বন,বিয়া-সবাহ আদিত এইবিধ ফলৰ এৰাব নোৱাৰা সম্পৰ্ক আছে৷ বিভিন্ন সকাম আদিত গুৱা-পাণ নহ'লেই নহয়৷ গুৱা মানে তামোল৷ অসমীয়া সমাজত বয়োজেষ্ঠজনক এটি গুৱা-পাণ আগবঢ়াই আশীৰ্বাদ গ্ৰহণ কৰাৰ পৰম্পৰা আছে৷ [[অসম]]ৰ গাঁওবোৰত প্ৰত্যেক ঘৰ মানুহৰ বাৰীখন তামোল গছৰ দ্বাৰা শুৱনি হৈ থাকে৷ <ref name="গ্ৰন্থ ১" <ref>{{cite journal | title= (ফল-মূলৰ বতৰা) তামোল |author= | journal= (অকণিহঁতৰ বিজ্ঞান আলোচনী) নতুন আৱিষ্কাৰ | year= ২০১৩| month= ডিছেম্বৰ | volume= ২৬শ বছৰ | issue= দ্বাদশ সংখ্যা| pages= পৃষ্ঠা ২৮-২৯}}</ref>
'''তামোল''' ({{lang-en|Areca catechu}}) গোত্ৰ - Arecaceae। তামোল এবিধ ফল যদিও ইয়াক ফল হিচাপে ব্যৱহাৰ কৰা নাযায়। তামোল এবিধ Masticatory অৰ্থাৎ চোবাই খোৱা ফলহে। তামোল সাধাৰণতে ব্যৱহাৰ কৰা অন্যান্য ফলৰ দৰে সকলোৰে প্ৰিয় নহয় যদিও [[অসম]]ৰ জনমানসৰ লগতে বিভিন্ন ধৰ্মীয় পূজা-পাতল,উৎসৱ-পাৰ্বন,বিয়া-সবাহ আদিত এইবিধ ফলৰ এৰাব নোৱাৰা সম্পৰ্ক আছে। বিভিন্ন সকাম আদিত গুৱা-পাণ নহ'লেই নহয়। গুৱা মানে তামোল। অসমীয়া সমাজত বয়োজেষ্ঠজনক এটি গুৱা-পাণ আগবঢ়াই আশীৰ্বাদ গ্ৰহণ কৰাৰ পৰম্পৰা আছে। [[অসম]]ৰ গাঁওবোৰত প্ৰত্যেক ঘৰ মানুহৰ বাৰীখন তামোল গছৰ দ্বাৰা শুৱনি হৈ থাকে। <ref name="গ্ৰন্থ ১"<ref>{{cite journal | title= (ফল-মূলৰ বতৰা) তামোল |author= | journal= (অকণিহঁতৰ বিজ্ঞান আলোচনী) নতুন আৱিষ্কাৰ | year= ২০১৩| month= ডিছেম্বৰ | volume= ২৬শ বছৰ | issue= দ্বাদশ সংখ্যা| pages= পৃষ্ঠা ২৮-২৯}}</ref>


==উৎপত্তিস্থল==
==উৎপত্তিস্থল==
[[Image:Areca catechu - Köhler–s Medizinal-Pflanzen-014.jpg|thumb|left|19th century drawing of ''Areca catechu'']]
[[Image:Areca catechu - Köhler–s Medizinal-Pflanzen-014.jpg|thumb|left|19th century drawing of ''Areca catechu'']]
[[ভাৰতবৰ্ষ]],[[মালয়েচিয়া]],[[শ্ৰীলংকা]],[[ম্যানমাৰ]],[[মাদাগাস্কাৰ]],[[ফিলিপাইনছ]] আদি দেশত তামোল গছ পোৱা যায়৷ [[ভাৰতবৰ্ষ]]ত তামোল প্ৰধানকৈ [[অসম]] আৰু [[পশ্চিমবংগ]]ত যথেষ্ট পৰিমাণত উৎপাদন হয়৷ <ref name="গ্ৰন্থ ১" />
[[ভাৰতবৰ্ষ]],[[মালয়েচিয়া]],[[শ্ৰীলংকা]],[[ম্যানমাৰ]],[[মাদাগাস্কাৰ]],[[ফিলিপাইনছ]] আদি দেশত তামোল গছ পোৱা যায়। [[ভাৰতবৰ্ষ]]ত তামোল প্ৰধানকৈ [[অসম]] আৰু [[পশ্চিমবংগ]]ত যথেষ্ট পৰিমাণত উৎপাদন হয়। <ref name="গ্ৰন্থ ১" />


==বিৱৰণ==
==বিৱৰণ==
সাধাৰণতে সেমেকা ক্ৰান্তীয় [[জলবায়ু]] অঞ্চলত তামোল গছৰ শ্ৰীবৃদ্ধি ভাল হয়৷ নিৰ্বাচিত মাতৃগছৰ পকা তামোলৰ পৰা তামোলৰ পুলি উৎপন্ন কৰা হয়৷ দুবছৰীয়া পুলিবিলাক ৮ ফুটৰ অন্তৰত [[পানী]] জমা নোহোৱা অঞ্চলত ৰোপন কৰা হয়৷ এজোপা তামোল গছত ইয়াৰ ৫-৬ বছৰমানৰ পৰা তামোল ডবিয়াবলৈ আৰম্ভ কৰে৷ তামোল ফুলাক ডবিয়া বুলি কয়৷ এজোপা পৈণত তামোল গছৰ পকা পাত ডিচেম্বৰ মাহ মানৰ পৰা তিনি সপ্তাহৰ অন্তৰত সৰিবলৈ ধৰে৷ এইদৰে সৰিবলৈ ধৰা ৪-৫ খিলা পাতৰ গুৰিৰ অংশৰ পৰা পুষ্পবিন্যাস (তামোল ধাৰণ কৰা থোক) বিলাক ওলায়৷ এবছৰত এজোপা তামোল গছত ৫ থোক পৰ্যন্ত তামোল লাগিব পাৰে যদিও গড় হিচাপত ২-৩ থোকহে তামোল লাগি থকা পৰিলক্ষিত হয়৷ তামোলবিলাক পকিবলৈ ৭ মাহমান লাগে৷ এজোপা তামোল গছত ২০০-২৫০ টা পৰ্যন্ত তামোল লাগে৷ তামোল গছ একোজোপা ৪০-৬০ ফুট পৰ্যন্ত ওখ হয়৷ গছজোপাৰ একেবাৰে শীৰ্ষভাগত যৌগিক পক্ষালবিলাক এটা মুকুতৰ দৰে সজ্জিত হৈ থাকে৷ প্ৰতিখিলা পাত ৪-৬ ফুট দীঘল হয়৷ পাতৰ ঠাৰি অংশক তামোলৰ ঢকোৱা বুলি কয়৷ <ref name="গ্ৰন্থ ১" />
সাধাৰণতে সেমেকা ক্ৰান্তীয় [[জলবায়ু]] অঞ্চলত তামোল গছৰ শ্ৰীবৃদ্ধি ভাল হয়। নিৰ্বাচিত মাতৃগছৰ পকা তামোলৰ পৰা তামোলৰ পুলি উৎপন্ন কৰা হয়। দুবছৰীয়া পুলিবিলাক ৮ ফুটৰ অন্তৰত [[পানী]] জমা নোহোৱা অঞ্চলত ৰোপণ কৰা হয়। এজোপা তামোল গছত ইয়াৰ ৫-৬ বছৰমানৰ পৰা তামোল ডবিয়াবলৈ আৰম্ভ কৰে। তামোল ফুলাক ডবিয়া বুলি কয়। এজোপা পৈণত তামোল গছৰ পকা পাত ডিচেম্বৰ মাহ মানৰ পৰা তিনি সপ্তাহৰ অন্তৰত সৰিবলৈ ধৰে। এইদৰে সৰিবলৈ ধৰা ৪-৫খিলা পাতৰ গুৰিৰ অংশৰ পৰা পুষ্পবিন্যাস (তামোল ধাৰণ কৰা থোক) বিলাক ওলায়। এবছৰত এজোপা তামোল গছত ৫ থোক পৰ্যন্ত তামোল লাগিব পাৰে যদিও গড় হিচাপত ২-৩ থোকহে তামোল লাগি থকা পৰিলক্ষিত হয়। তামোলবিলাক পকিবলৈ ৭ মাহমান লাগে। এজোপা তামোল গছত ২০০-২৫০টা পৰ্যন্ত তামোল লাগে। তামোল গছ একোজোপা ৪০-৬০ ফুট পৰ্যন্ত ওখ হয়। গছজোপাৰ একেবাৰে শীৰ্ষভাগত যৌগিক পক্ষালবিলাক এটা মুকুতৰ দৰে সজ্জিত হৈ থাকে। প্ৰতিখিলা পাত ৪-৬ ফুট দীঘল হয়। পাতৰ ঠাৰি অংশক তামোলৰ ঢকোৱা বুলি কয়। <ref name="গ্ৰন্থ ১" />


==প্ৰজনন প্ৰক্ৰিয়া==
==প্ৰজনন প্ৰক্ৰিয়া==
তামোলৰ পুষ্পবিন্যাস Spadix প্ৰকাৰৰ আৰু যথেষ্ট শাখা-প্ৰশাখাযুক্ত৷ গোটেই পুষ্পবিন্যাসটো প্ৰাৰম্ভণিতে এখন ঢাকনিৰে (Spath) আবৃত্ত হৈ থাকে যদিও পাছলৈ এই ঢাকনিখন সৰি পৰে আৰু ভিতৰত থকা একলিংগী [[ফুল]]ৰ শাখা-প্ৰশাখাবিলাক ওলাই পৰে৷ তামোলৰ পুষ্পবিন্যাসটোক তামোলৰ থোক বুলি জনা যায়৷ এথোক তামোলৰ পুষ্পবিন্যাসত বহুতো সৰু সৰু পুংপুষ্প ধাৰণ কৰাৰ বিপৰীতে নগণ্য সংখ্যক ডাঙৰ স্ত্ৰীপুষ্প থাকে৷ প্ৰতিটো স্ত্ৰীপুষ্প বিকশিত হৈ একোটা তামোললৈ ৰূপান্তৰিত হয়৷ তামোল ফল সাধাৰণতে ডিম্বাকৃতিৰ হয়৷ দীঘলে ৫-৭ চেণ্টিমিটাৰ আৰু পুতলে ৪-৫ চেণ্টিমিটাৰ মান হ'ব৷ কেঁচা তামোল সেউজীয়া ,পকিলে উজ্জল কমলা বৰণ লয়৷ তামোল এবিধ Nut জাতীয় ফল৷ ইয়াৰ বহি:স্তক তন্তুময় আৰু ভিতৰৰ গুটিটো তামোল হিচাপে ব্যৱহাৰ হয়৷ তামোলৰ ভিতৰত ৰঙচুৱা-মূগা বৰণৰ কিছুমান ৰেখা থাকে৷ <ref name="গ্ৰন্থ ১" />
তামোলৰ পুষ্পবিন্যাস Spadix প্ৰকাৰৰ আৰু যথেষ্ট শাখা-প্ৰশাখাযুক্ত। গোটেই পুষ্পবিন্যাসটো প্ৰাৰম্ভণিতে এখন ঢাকনিৰে (Spath) আবৃত্ত হৈ থাকে যদিও পাছলৈ এই ঢাকনিখন সৰি পৰে আৰু ভিতৰত থকা একলিংগী [[ফুল]]ৰ শাখা-প্ৰশাখাবিলাক ওলাই পৰে। তামোলৰ পুষ্পবিন্যাসটোক তামোলৰ থোক বুলি জনা যায়। এথোক তামোলৰ পুষ্পবিন্যাসত বহুতো সৰু সৰু পুংপুষ্প ধাৰণ কৰাৰ বিপৰীতে নগণ্য সংখ্যক ডাঙৰ স্ত্ৰীপুষ্প থাকে। প্ৰতিটো স্ত্ৰীপুষ্প বিকশিত হৈ একোটা তামোললৈ ৰূপান্তৰিত হয়। তামোল ফল সাধাৰণতে ডিম্বাকৃতিৰ হয়। দীঘলে ৫-৭ চেণ্টিমিটাৰ আৰু পুতলে ৪-৫ চেণ্টিমিটাৰ মান হ'ব। কেঁচা তামোল সেউজীয়া ,পকিলে উজ্জ্বল কমলা বৰণ লয়। তামোল এবিধ Nut জাতীয় ফল। ইয়াৰ বহি:স্তক তন্তুময় আৰু ভিতৰৰ গুটিটো তামোল হিচাপে ব্যৱহাৰ হয়। তামোলৰ ভিতৰত ৰঙচুৱা-মূগা বৰণৰ কিছুমান ৰেখা থাকে। <ref name="গ্ৰন্থ ১" />


==উপাদান==
==উপাদান==
43 নং শাৰী: 43 নং শাৰী:
| ফছফৰাছ || ০.১৩%
| ফছফৰাছ || ০.১৩%
|-
|-
|আইৰন || ১.৫ মিলিগ্ৰাম (প্ৰতি ১০০ গ্ৰামত)
|আইৰন || ১.৫ মিলিগ্ৰাম (প্ৰতি ১০০ গ্ৰামত)
|}
|}
তামোলত থকা Arecoline নামৰ ৰাসায়নিক পদাৰ্থবিধ মানৱ শৰীৰৰ বাবে হানিকাৰক৷ তামোলৰ পেলুনাশক গুণ আছে৷<ref name="গ্ৰন্থ ১" />
তামোলত থকা Arecoline নামৰ ৰাসায়নিক পদাৰ্থবিধ মানৱ শৰীৰৰ বাবে হানিকাৰক। তামোলৰ পেলুনাশক গুণ আছে।<ref name="গ্ৰন্থ ১" />
==ব্যৱহাৰ==
==ব্যৱহাৰ==
{{main|অসমৰ তামোল-পাণ সংস্কৃতি}}
{{main|অসমৰ তামোল-পাণ সংস্কৃতি}}
[[অসম]]ত তামোল ইয়াৰ কুমলীয়া অৱস্থাৰ পৰা পকালৈকে ব্যৱহাৰ কৰে৷ [[মাটি]]ত গাঁত খান্দি থোৱা তামোলক বুঢ়া তামোল বোলে৷ কিছুমানে পকা তামোল বুঢ়া কৰিবলৈ [[মাটি]]ৰ কলহ বা তেনে ধৰণৰ পাত্ৰত [[পানী]]ত দুমাহমান গোৰাই থয়৷ [[পশ্চিমবংগ]]ত সাধাৰণতে চুপাৰি তামোলহে ব্যৱহাৰ কৰে৷ কুমলীয়া তামোলৰ কেঁহা ভাৱটো পকা তামোলত প্ৰায় নাথাকে৷ তামোলৰ কেঁহাৰ সোৱাদ টেনিন জাতীয় এবিধ ৰাসায়নিক পদাৰ্থ থকাৰ কাৰণে পোৱা যায়৷ চুপাৰি তামোল পকা তামোল দুফাল কৰি বা গোটে গোটে ৰ'দত শুকুৱাই প্ৰস্তুত কৰা হয়৷ বিভিন্ন ধৰণৰ জৰ্দা [[পাণ]],মিঠা [[পাণ]] আদি চুপাৰিৰ অবিহনে পূৰ্ণতা পাব নোৱাৰে৷ তামোল গছ কেঁচা ঘৰ সজা আদি কামত খুঁটাৰূপে ব্যৱহাৰ কৰাৰ লগতে পুখুৰীৰৰ পৰা [[পানী]] আনিবলৈ সজা বাঁহৰ দলংখনত খুঁটা হিচাপে ব্যৱহাৰ কৰে৷ তামোলৰ ঢকুৱাৰপৰা [[বিচনী]] সাজি গৰমৰ দিনত বতাহ লয়৷<ref name="গ্ৰন্থ ১" />
[[অসম]]ত তামোল ইয়াৰ কুমলীয়া অৱস্থাৰ পৰা পকালৈকে ব্যৱহাৰ কৰে। [[মাটি]]ত গাঁত খান্দি থোৱা তামোলক বুঢ়া তামোল বোলে। কিছুমানে পকা তামোল বুঢ়া কৰিবলৈ [[মাটি]]ৰ কলহ বা তেনে ধৰণৰ পাত্ৰত [[পানী]]ত দুমাহমান গোৰাই থয়। [[পশ্চিমবংগ]]ত সাধাৰণতে চুপাৰি তামোলহে ব্যৱহাৰ কৰে। কুমলীয়া তামোলৰ কেঁহা ভাৱটো পকা তামোলত প্ৰায় নাথাকে। তামোলৰ কেঁহাৰ সোৱাদ টেনিন জাতীয় এবিধ ৰাসায়নিক পদাৰ্থ থকাৰ কাৰণে পোৱা যায়। চুপাৰি তামোল পকা তামোল দুফাল কৰি বা গোটে গোটে ৰ'দত শুকুৱাই প্ৰস্তুত কৰা হয়। বিভিন্ন ধৰণৰ জৰ্দা [[পাণ]],মিঠা [[পাণ]] আদি চুপাৰিৰ অবিহনে পূৰ্ণতা পাব নোৱাৰে। তামোল গছ কেঁচা ঘৰ সজা আদি কামত খুঁটাৰূপে ব্যৱহাৰ কৰাৰ লগতে পুখুৰীৰৰ পৰা [[পানী]] আনিবলৈ সজা বাঁহৰ দলংখনত খুঁটা হিচাপে ব্যৱহাৰ কৰে। তামোলৰ ঢকুৱাৰপৰা [[বিচনী]] সাজি গৰমৰ দিনত বতাহ লয়।<ref name="গ্ৰন্থ ১" />


== চিত্ৰৰ ভঁৰাল ==
== চিত্ৰৰ ভঁৰাল ==

03:54, 5 June 2020ৰ সংস্কৰণ

তামোল
Fruiting specimen
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Monocots
(অশ্ৰেণীকৃত): Commelinids
বৰ্গ: Arecales
পৰিয়াল: Arecaceae
গণ: Areca
প্ৰজাতি: A. catechu
বৈজ্ঞানিক নাম
Areca catechu

তামোল (ইংৰাজী: Areca catechu) গোত্ৰ - Arecaceae। তামোল এবিধ ফল যদিও ইয়াক ফল হিচাপে ব্যৱহাৰ কৰা নাযায়। তামোল এবিধ Masticatory অৰ্থাৎ চোবাই খোৱা ফলহে। তামোল সাধাৰণতে ব্যৱহাৰ কৰা অন্যান্য ফলৰ দৰে সকলোৰে প্ৰিয় নহয় যদিও অসমৰ জনমানসৰ লগতে বিভিন্ন ধৰ্মীয় পূজা-পাতল,উৎসৱ-পাৰ্বন,বিয়া-সবাহ আদিত এইবিধ ফলৰ এৰাব নোৱাৰা সম্পৰ্ক আছে। বিভিন্ন সকাম আদিত গুৱা-পাণ নহ'লেই নহয়। গুৱা মানে তামোল। অসমীয়া সমাজত বয়োজেষ্ঠজনক এটি গুৱা-পাণ আগবঢ়াই আশীৰ্বাদ গ্ৰহণ কৰাৰ পৰম্পৰা আছে। অসমৰ গাঁওবোৰত প্ৰত্যেক ঘৰ মানুহৰ বাৰীখন তামোল গছৰ দ্বাৰা শুৱনি হৈ থাকে। [1]

উৎপত্তিস্থল

19th century drawing of Areca catechu

ভাৰতবৰ্ষ,মালয়েচিয়া,শ্ৰীলংকা,ম্যানমাৰ,মাদাগাস্কাৰ,ফিলিপাইনছ আদি দেশত তামোল গছ পোৱা যায়। ভাৰতবৰ্ষত তামোল প্ৰধানকৈ অসম আৰু পশ্চিমবংগত যথেষ্ট পৰিমাণত উৎপাদন হয়। [1]

বিৱৰণ

সাধাৰণতে সেমেকা ক্ৰান্তীয় জলবায়ু অঞ্চলত তামোল গছৰ শ্ৰীবৃদ্ধি ভাল হয়। নিৰ্বাচিত মাতৃগছৰ পকা তামোলৰ পৰা তামোলৰ পুলি উৎপন্ন কৰা হয়। দুবছৰীয়া পুলিবিলাক ৮ ফুটৰ অন্তৰত পানী জমা নোহোৱা অঞ্চলত ৰোপণ কৰা হয়। এজোপা তামোল গছত ইয়াৰ ৫-৬ বছৰমানৰ পৰা তামোল ডবিয়াবলৈ আৰম্ভ কৰে। তামোল ফুলাক ডবিয়া বুলি কয়। এজোপা পৈণত তামোল গছৰ পকা পাত ডিচেম্বৰ মাহ মানৰ পৰা তিনি সপ্তাহৰ অন্তৰত সৰিবলৈ ধৰে। এইদৰে সৰিবলৈ ধৰা ৪-৫খিলা পাতৰ গুৰিৰ অংশৰ পৰা পুষ্পবিন্যাস (তামোল ধাৰণ কৰা থোক) বিলাক ওলায়। এবছৰত এজোপা তামোল গছত ৫ থোক পৰ্যন্ত তামোল লাগিব পাৰে যদিও গড় হিচাপত ২-৩ থোকহে তামোল লাগি থকা পৰিলক্ষিত হয়। তামোলবিলাক পকিবলৈ ৭ মাহমান লাগে। এজোপা তামোল গছত ২০০-২৫০টা পৰ্যন্ত তামোল লাগে। তামোল গছ একোজোপা ৪০-৬০ ফুট পৰ্যন্ত ওখ হয়। গছজোপাৰ একেবাৰে শীৰ্ষভাগত যৌগিক পক্ষালবিলাক এটা মুকুতৰ দৰে সজ্জিত হৈ থাকে। প্ৰতিখিলা পাত ৪-৬ ফুট দীঘল হয়। পাতৰ ঠাৰি অংশক তামোলৰ ঢকোৱা বুলি কয়। [1]

প্ৰজনন প্ৰক্ৰিয়া

তামোলৰ পুষ্পবিন্যাস Spadix প্ৰকাৰৰ আৰু যথেষ্ট শাখা-প্ৰশাখাযুক্ত। গোটেই পুষ্পবিন্যাসটো প্ৰাৰম্ভণিতে এখন ঢাকনিৰে (Spath) আবৃত্ত হৈ থাকে যদিও পাছলৈ এই ঢাকনিখন সৰি পৰে আৰু ভিতৰত থকা একলিংগী ফুলৰ শাখা-প্ৰশাখাবিলাক ওলাই পৰে। তামোলৰ পুষ্পবিন্যাসটোক তামোলৰ থোক বুলি জনা যায়। এথোক তামোলৰ পুষ্পবিন্যাসত বহুতো সৰু সৰু পুংপুষ্প ধাৰণ কৰাৰ বিপৰীতে নগণ্য সংখ্যক ডাঙৰ স্ত্ৰীপুষ্প থাকে। প্ৰতিটো স্ত্ৰীপুষ্প বিকশিত হৈ একোটা তামোললৈ ৰূপান্তৰিত হয়। তামোল ফল সাধাৰণতে ডিম্বাকৃতিৰ হয়। দীঘলে ৫-৭ চেণ্টিমিটাৰ আৰু পুতলে ৪-৫ চেণ্টিমিটাৰ মান হ'ব। কেঁচা তামোল সেউজীয়া ,পকিলে উজ্জ্বল কমলা বৰণ লয়। তামোল এবিধ Nut জাতীয় ফল। ইয়াৰ বহি:স্তক তন্তুময় আৰু ভিতৰৰ গুটিটো তামোল হিচাপে ব্যৱহাৰ হয়। তামোলৰ ভিতৰত ৰঙচুৱা-মূগা বৰণৰ কিছুমান ৰেখা থাকে। [1]

উপাদান

পকা তামোলত থকা উপাদানসমূহ -

জলীয় বাষ্প ৩১.৩%
প্ৰটিন ৪.৯%
ফেট ৪.৪%
কাৰ্বোহাইড্ৰেট ৪৭.২%
অজৈৱ ১%
কেলছিয়াম ০.৫৫%
ফছফৰাছ ০.১৩%
আইৰন ১.৫ মিলিগ্ৰাম (প্ৰতি ১০০ গ্ৰামত)

তামোলত থকা Arecoline নামৰ ৰাসায়নিক পদাৰ্থবিধ মানৱ শৰীৰৰ বাবে হানিকাৰক। তামোলৰ পেলুনাশক গুণ আছে।[1]

ব্যৱহাৰ

অসমত তামোল ইয়াৰ কুমলীয়া অৱস্থাৰ পৰা পকালৈকে ব্যৱহাৰ কৰে। মাটিত গাঁত খান্দি থোৱা তামোলক বুঢ়া তামোল বোলে। কিছুমানে পকা তামোল বুঢ়া কৰিবলৈ মাটিৰ কলহ বা তেনে ধৰণৰ পাত্ৰত পানীত দুমাহমান গোৰাই থয়। পশ্চিমবংগত সাধাৰণতে চুপাৰি তামোলহে ব্যৱহাৰ কৰে। কুমলীয়া তামোলৰ কেঁহা ভাৱটো পকা তামোলত প্ৰায় নাথাকে। তামোলৰ কেঁহাৰ সোৱাদ টেনিন জাতীয় এবিধ ৰাসায়নিক পদাৰ্থ থকাৰ কাৰণে পোৱা যায়। চুপাৰি তামোল পকা তামোল দুফাল কৰি বা গোটে গোটে ৰ'দত শুকুৱাই প্ৰস্তুত কৰা হয়। বিভিন্ন ধৰণৰ জৰ্দা পাণ,মিঠা পাণ আদি চুপাৰিৰ অবিহনে পূৰ্ণতা পাব নোৱাৰে। তামোল গছ কেঁচা ঘৰ সজা আদি কামত খুঁটাৰূপে ব্যৱহাৰ কৰাৰ লগতে পুখুৰীৰৰ পৰা পানী আনিবলৈ সজা বাঁহৰ দলংখনত খুঁটা হিচাপে ব্যৱহাৰ কৰে। তামোলৰ ঢকুৱাৰপৰা বিচনী সাজি গৰমৰ দিনত বতাহ লয়।[1]

চিত্ৰৰ ভঁৰাল


তথ্য সংগ্ৰহ

  1. 1.0 1.1 1.2 1.3 1.4 1.5 "(ফল-মূলৰ বতৰা) তামোল". (অকণিহঁতৰ বিজ্ঞান আলোচনী) নতুন আৱিষ্কাৰ খণ্ড ২৬শ বছৰ (দ্বাদশ সংখ্যা): পৃষ্ঠা ২৮-২৯. ডিছেম্বৰ ২০১৩. 

বাহ্যিক সংযোগ