শনি গ্ৰহ
অৱয়ব
ভয়েজাৰ ২ ৰ পৰা দেখা শণিগ্ৰহ | |
বিৱৰণ | |
---|---|
বিশেষণ | Saturnian |
কক্ষপথৰ বৈশিষ্ট্য | |
যুগ জে২০০০ | |
অপসূৰ | ১,৫০৩,৯৮৩,৪৪৯ কিমি ১০.০৫৩ ৫০৮ ৪০ এইউU ৯৩৪,৫৩৪,২৩১ মাইল |
অনুসূৰ | ১,৩৪৯,৪৬৭,৩৭৫ কিমি ৯.০২০ ৬৩২ ২৪ কিমি ৮৩৮,৫২২,১৬৩ মাইল |
অৰ্ধ-মুখ্য অক্ষ | ১,৪২৬,৭২৫,৪১৩ কিমি ৯.৫৩৭ ০৭০ ৩২ কিমি ৮৮৬,৫২৮,১৯৬ miles |
উৎকেন্দ্ৰতা | ০.০৫৪ ১৫০ ৬০ |
পৰ্যায়কাল | ৩৭৮.১০ দিন |
গড় কক্ষীয় দ্ৰুতি | ৯.৬৩৯ কিমি/ছে |
নতি | ২.৪৮৪ ৪৬° (সূৰ্য অক্ষ্যাংশৰ পৰা ৫.৫১°) |
উদ্বিন্দুৰ দ্ৰাঘিমা | ১১৩.৭১৫৩২৮১১ ০৪° |
উপগ্ৰহসমূহ | ৬১[1] |
ভৌতিক বৈশিষ্ট্যসমূহ | |
বিষুৱীয় ব্যাসাৰ্ধ | ৬০,২৬৮ কিমি[2] (৪.৭২৫ Earths) |
মেৰু ব্যাসাৰ্ধ | ৫৪,৩৬৪ কিমি (৪.২৭৬ পৃথিৱী) |
পৃষ্ঠৰ ক্ষেত্ৰফল | ৪.২৭×১০১০ কিমি² (৮৩.৭০৩ পৃথিৱী) |
আয়তন | ৮.২৭×১০১৪ কিমি³ (৭৬৩.৫৯ পৃথিৱী) |
ভৰ | ৫.৬৮৪৬×১০২৬ kg (৯৫.১৬২ পৃথিৱী) |
গড় ঘনত্ব | ০.৬৮৭৩ g/cm³ (পানীৰ ঘনত্বতকৈ কম) |
বিষুৱীয় পৃষ্ঠৰ অভিকৰ্ষ | ৮.৯৬ মি/ছে২ (০.৯১৪ জি) |
পলায়ন বেগ | ৩৫.৪৯ কিমি/ছে |
নাক্ষত্ৰিক ঘূৰ্ণনকাল | ১০ঘ ৩৩মি ৩৮ছে +০ঘ ১মি ৫২ছে −০ঘ ১মি ১৯ছে[3][4] |
অক্ষীয় ঢাল | ২৬.৭৩° |
উত্তৰ মেৰুৰ বিষুৱাংশ | ৪০.৫৯° (২ ঘণ্টা ৪২ মি ২১ ছে) |
উত্তৰ মেৰুৰ বিষুৱলম্ব | ৮৩.৫৪° |
প্ৰতিফলন অনুপাত | ০.৪৭ |
বায়ুমণ্ডল | |
পৃষ্ঠৰ চাপ | ১৪০ কিলোপাস্কেল |
আয়তন অনুসৰি সংযুতি | >৯৩% হাইড্ৰজেন >৫% হিলিয়াম ০.২% মিথেন ০.১% জলীয় বাষ্প ০.০১% এমনিয়া ০.০০০৫% ইথেন ০.০০০১% ফছফিন |
শনিগ্ৰহ সৌৰজগতৰ ৬ষ্ঠ তম গ্ৰহ। বৃহস্পতি গ্ৰহৰ পিছত এইটো গ্ৰহটো সৌৰজগতৰ দ্বিতীয় বৃহত্তম গ্ৰহ।
উপগ্ৰহ
[সম্পাদনা কৰক]শনি গ্ৰহৰ ৬২টা উপগ্ৰহ আছে। তাৰে ভিতৰৰ ৫৩টাৰ আনুষ্ঠানিক নামকৰণ কৰা হৈছে। টাইটান উপগ্ৰহটো সবাতোকৈ বৃহৎ। পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ চন্দ্ৰৰ সৈতে তুলনা কৰিলে ইয়াৰ ব্যাস প্ৰায় ১৪৮% ডাঙৰ। তলত উপগ্ৰহসমূহৰ নাম উল্লেখ কৰা হ’ল:
- S/2009 S 1
- পেন (Pan)
- ড্যাফণিছ (Daphnis)
- এটলাছ (Atlas)
- প্ৰমিথিউছ (Prometheus)
- পাণ্ডৰা (Pandora)
- এপিমেথিউছ (Epimetheus)
- জেনাছ (Janus)
- এগিয়ন (Aegaeon)
- মাইমাছ (Mimas)
- মেথোন (Methone)
- এন্থে (Anthe)
- পেলেন (Pallene)
- এনচেলাডাছ (Enceladus)
- টেথিছ (Tethys)
- টেলেষ্টো (Telesto)
- কেলিপ্সো (Calypso)
- ডাইয়ন (Dione)
- হেলেন (Helene)
- পলিডিউচেছ (Polydeuces)
- ৰিয়া (Rhea)
- টাইটান (Titan)
- হাইপেৰিয়ন (Hyperion)
- আইয়াপেটাছ (Iapetus)
- কিভিউক (Kiviuq)
- ইজিৰাক (Ijiraq)
- ফোৱ (Pheobe)
- পালিআক (Paaliaq)
- স্কাথি (Skathi)
- এলবাইয়োৰিস্ক (Albiorix)
- এস/২০০৭ এস ২ (S/2007 S 2)
- বেভিওন (Bebhionn)
- এৰিয়াপাছ (Erriapus)
- স্কল (Skoll)
- ছিয়াৰনাক (Siarnaq)
- তাৰ্কেক (Tarqeq)
- এস/২০০৪ এস ১৩ (S/2004 S 13)
- গ্ৰেয়িপ (Greip)
- হাইৰোক্কিন (Hyrrokkin)
- জাৰনছাক্সা (Jarnsaxa)
- তাৰভছ (Tarvos)
- মানডিলফাৰি (Mundilfari)
- এস/২০০৬ এস ১ (S/2006 S 1)
- এস/২০০৪ এস ১৭ (S/2004 S 17)
- বাৰ্গেলমিৰ (Bergelmir)
- নাৰ্ভি (Narvi)
- এস/২০০৪ এস ১২ (S/2004 S 12)
- ফাৰবাউটি (Farbauti)
- থ্ৰাইমৰ (Thrymr)
- এজিৰ (Aegir)
- এস/২০০৭ এস ৩ (S/2007 S 3)
- বেষ্টলা (Bestla)
- এস/২০০৪ এস ৭ (S/2004 S 7)
- এস/২০০৬ এস ৩ (S/2006 S 3)
- ফেনৰিৰ (Fenrir)
- সুৰতুৰ (Surtur)
- কাৰি (Kari)
- ইমিৰ (Ymir)
- লোগে (Loge)
- ফোৰ্নজোট (Fornjot)
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ http://www.ifa.hawaii.edu/~sheppard/satellites/satsatdata.html
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2016-03-05. https://web.archive.org/web/20160305084443/http://onasch.de/astro/showobject.php?anim=%e0%a7%a7%e0%a7%a8%e0%a7%af&head=f&lang=en&obj=p%e0%a7%a6%e0%a7%ac। আহৰণ কৰা হৈছে: 2011-12-17.
- ↑ McCartney, Gretchen; Wendel, JoAnna (18 January 2019). "Scientists Finally Know What Time It Is on Saturn". NASA. Archived from the original on 29 August 2019. https://web.archive.org/web/20190829054935/https://www.jpl.nasa.gov/news/news.php?feature=731। আহৰণ কৰা হৈছে: 18 January 2019.
- ↑ Mankovich, Christopher et al. (17 January 2019). "Cassini Ring Seismology as a Probe of Saturn's Interior. I. Rigid Rotation". The Astrophysical Journal খণ্ড 871 (1). http://iopscience.iop.org/article/10.3847/1538-4357/aaf798/meta। আহৰণ কৰা হৈছে: 18 January 2019.