পৰিসাংখ্যিক বল বিজ্ঞান

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা

পৰিসাংখ্যিক পদাৰ্থ বিজ্ঞান, পৰিসাংখ্যিক বল বিজ্ঞান বা পৰিসাংখ্যিক তাপগতিবিজ্ঞান হৈছে পদাৰ্থ বিজ্ঞানৰ এটা ভাগ। এই বিভাগত বৃহত সখ্যক কণিকাৰে গঠিত কোনো প্ৰণালীতাপগতিবৈজ্ঞানিক ব্যৱহাৰ সম্পৰ্কে সম্ভাবিতা তত্বৰে অধ্যযণ কৰা হয় । পৰিসাংখ্যিক বল বিজ্ঞানে প্ৰতিটো সুকীয়া পৰমাণু বা অণুঅণুবীক্ষণিক ধৰ্মসমূহৰ লগত আমাৰ চিনাকী স্থুল পদাৰ্থৰ ধৰ্মসমূহৰ সম্পৰ্ক নিৰ্ণয় কৰে । অৰ্থাত ই তাপগতিবিজ্ঞানক বৰ্ণনা কৰাৰ বাবে কোৱান্টাম বলবিজ্ঞান, ধ্ৰুপদী বলবিজ্ঞান আৰু অণুবীক্ষনিক স্তৰৰ বলবিজ্ঞানৰ সংমিশ্ৰিত ক্ষেত্ৰ।

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত