বাঁহ
অসমীয়া ৱিকিপিডিয়াৰ পৰা
| বাঁহ গছ Bambuseae tribe |
|
|---|---|
| জাপানৰ এখন বাঁহনী বাৰী | |
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| জগৎ/ৰাজ্য: | Plantae |
| (অশ্ৰেণীকৃত): | Angiosperms |
| (অশ্ৰেণীকৃত): | Monocots |
| (অশ্ৰেণীকৃত): | Commelinids |
| বৰ্গ: | Poales |
| পৰিয়াল: | Poaceae |
| উপপৰিয়াল: | Bambusoideae |
| Supertribe: | Bambusodae |
| গোত্ৰ: | Bambuseae Kunth ex Dumort. |
| Subtribes | |
|
See the full Taxonomy of the Bambuseae. |
|
| Diversity | |
| Around 92 genera and 5,000 species | |
বাঁহ গছ
i/bæmˈbuː/ (Bambuseae) এবিধ ঘাঁহ জাতীয় বৰ ওখ গছ৷ বাঁহ গছ পৃথিৱীৰ ভিতৰত খুব কম সময়ত ক্ষীপ্ৰতাৰে বৃদ্ধি হোৱা গছসমূহৰ ভিতৰত অন্যতম[1]৷ এই গছ দক্ষিণ এছিয়াৰ দেশসমূহত অৰ্থনৈতিক আৰু সাংস্কৃতিক প্ৰমূল্য উল্লেখনীয়৷ দক্ষিণ এছিয়া আৰু পূব এছিয়াত ইয়াক গৃহ নিৰ্মান, কাগজ, ঘৰুৱা সামগ্ৰী, খাদ্যৰ উত্স আদি বিভিন্ন প্ৰকাৰৰ কামত ব্যৱহাৰ কৰা হয়৷
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
- ↑ Farrelly, David (1984). The Book of Bamboo. Sierra Club Books. ISBN 0-87156-825-X.
বাহ্যিক সংযোগ [সম্পাদনা কৰক]
| ৱিকিমিডিয়া কমন্সত ‘বাঁহ গছ’ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |