সদস্য বাৰ্তা:Canon trooper

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.

ৱিকিপিডিয়াৰ ভাষাশৈলী আৰু তথ্যসূত্ৰ[সম্পাদনা কৰক]

নমস্কাৰ গ্ৰহণ কৰিব। শেহতীয়াকৈ আপুনি বিহু আৰু মাঘ বিহু প্ৰবন্ধত বহুকেইটা গুৰুত্বপূৰ্ণ সালসলনি কৰিছে। ৱিকিপিডিয়াৰ ভাষাশৈলীৰ মতে "ইয়াৰ পৰা এই কথা স্পষ্ট হৈ যায়", "কিন্তু এয়া সঁ‌চা নহয়" আদি বাক্য ব্যৱহাৰ কৰা নহয়। ৱিকিপিডিয়াই কোনো সিদ্ধান্ত প্ৰদান নকৰে। ই এক তথ্যভাণ্ডাৰহে। তাৰোপৰিপূৰ্বতে থকা তথ্যসূত্ৰসমূহত আপুনি কৰা সালসলনিৰ পদ্ধতি সঠিক হোৱা নাই। এই বিষয়ে বিশদভাৱে জানিবলৈ আপোনাক এই পৃষ্ঠাৰ আদৰণি বাৰ্তাৰ থকা লিংককেইটা খুলি পঢ়ি চাবলৈ অনুৰোধ জনালোঁ। ভোগালী বিহুৰ শুভেচ্ছাৰে।---Chandan Chiring Phukon Chat 13:20, 13 January 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মিছা তথ্য গ্ৰহণযোগ্য নহয়। বিহুক চুতীয়াকৰণ কিয় কৰিছে ? ছূটানাগপুৰৰ ফালে বিহু পালন কৰে জানো ? যিহেতু বুৰঞ্জীত তেওঁলোক স্বাতীয় উপত্যকাৰ পৰা ছূটানাগপুৰ হৈ অহা বুলি পোৱা যায়। মাঘ বিহুৰ প্ৰীতি শুভেচ্ছাৰে। Canon trooper (বাৰ্তা) 14:38, 13 January 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Canon trooper: একেটা বিষয়ে বহু মত থাকে, ভিন ভিন পণ্ডিতে ভিন ভিন মত পোষণ কৰে। সাধাৰণতে এটা মতবাদত বিশ্বাস কৰাহকলে আনটোক মিছা বুলি ক'ব বিচাৰে। উপযুক্ত তথ্য সহকাৰে আটাইকেইটা মতবাদ ৰখা ভাল। বাকীখিনি গৱেষণাৰ বিষয়। সেয়ে অনুগ্ৰহ কৰি এটা মতবাদক সমৰ্থন কৰি আনটোক প্ৰবন্ধটোৰ পৰা আঁতৰাই নিদিব।- অজয়  কথা-বতৰা 14:45, 13 January 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
আমি ডাঙি ধৰা মতবাদ বিলাক আপোনালোকে আতৰাই দি নিশ্চয় একপক্ষীয়ভাৱে বিচাৰ কৰিছে। সকলো তথ্য ৰাখক, ৰাইজে বিচাৰ কৰি গ্ৰহণযোগ্যতা বিলাক বিচাৰ কৰিব। Canon trooper (বাৰ্তা) 14:55, 13 January 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
@Canon trooper: আপুনি দাঙি ধৰা মতবাদসমূহ উপযুক্ত তথ্যসূত্ৰৰে সৈতে সংযোগ কৰিবলৈ অনুৰোধ জনালোঁ। লগতে ৱিকিপিডিয়াৰ নিৰপেক্ষ ভাষাশৈলীক গুৰুত্বসহকাৰে ল'বলৈয়ো অনুৰোধ থাকিল।---Chandan Chiring Phukon Chat 16:30, 13 January 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
নিশ্চয় ডাঙি ধৰিবলৈ যত্ন কৰা হ'ব। অৱশ্যে মাঘবিহুৰ পৰিপেক্ষিতত কেইদিনমানৰ বাবে মোৰ ব্যক্তিগত গ্ৰন্হালয়ৰ পৰা আতৰি থকাৰ বাবে এইক্ষেত্ৰত কিছু অসুবিধা হ'ব। Canon trooper (বাৰ্তা) 16:42, 13 January 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

মাঘ বিহু[সম্পাদনা কৰক]

অনুগ্ৰহ কৰি উৎসবিহীন সমল যোগ কৰা বন্ধ কৰক। ই ৱিকিপিডিয়াৰ নীতি উলংঘন কৰে। যদি আপুনি এনে কৰা অব্যাহত ৰাখে, তেন্তে আপোনাক ৱিকিপিডিয়া সম্পাদনা কৰাত ব্লক কৰা হ'ব পাৰে।

Stop icon পৰৱৰ্তী বাৰ আপুনি ৱিকিপিডিয়াত উৎসবিহীন তথ্য যোগ দিয়াৰ সময়ত আপোনাক অধিক সতৰ্কবাণী অবিহনে সম্পাদনাৰ পৰা ব্লক কৰা হ'ব পাৰে।- অজয়  কথা-বতৰা 15:45, 13 January 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

চুতীয়া ভাষাৰ তথ্য ক'ৰ পৰা দিলে?
আপোনাৰ ভুল তথ্যৰ সবিশেষ ইতিমধ্যেই উক্কিলৈ দিয়া হৈছে। Canon trooper (বাৰ্তা) 16:22, 13 January 2022 (ইউ.টি.চি.)[উত্তৰ দিয়ক]