টাই আহোম যুৱ পৰিষদ, অসম

অসমীয়া ৱিকিপিডিয়াৰ পৰা


টাই আহোম যুৱ পৰিষদ, অসম
টাইপা
ধৰণ জনগোষ্ঠীয় ছাত্ৰ সংগঠন
সক্ৰিয়তা সক্ৰিয়
উদ্দেশ্য টাই আহোম ভাষা সংস্কৃতি আৰু ধৰ্মৰ উন্নতি সাধন, টাই আহোম আৰু ছয় জনগোষ্ঠীৰ জনজাতি কৰণ
সেৱা  ক্ষেত্ৰ অসম
আনুষ্ঠানিক  ভাষা টাই-আহোম ভাষা
মুখপাত্ৰ চাও গুণকান্ত গগৈ
l
মূল  ক্ষমতা কেন্দ্ৰীয় সমিতি

টাইপা বা টাই আহোম যুৱ পৰিষদ, অসম(ইংৰাজী: TAYPA) অসমৰ টাই-আহোম জনগোষ্ঠীৰ এটা যুৱ সংগঠন। এই সংগঠনৰ মূল উদ্দ্যেশ্য হল টাই আহোম ভাষা সংস্কৃতি আৰু ধৰ্মৰ উন্নতি সাধন তথা টাই আহোম আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণ।[1]

বীৰাংগনা মূলা গাভৰু বঁটা[সম্পাদনা কৰক]

প্ৰতিবছৰে টাই আহোম যুৱ পৰিষদ (TYPA) ই মূলাগাভৰু দিৱসৰ অনুষ্ঠানত অসমৰ বিশিষ্ট মহিলা সকলক বীৰাংগনা মূলা গাভৰু বঁটা প্ৰদান কৰে।[2]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

উৎস প্ৰসংগ[সম্পাদনা কৰক]

লগতে চাওক[সম্পাদনা কৰক]