সমললৈ যাওক

ধ্যান চান্দ বঁটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ধ্যান চান্দ বঁটা
বঁটাৰ তথ্য
প্ৰকাৰ অসামৰিক
শ্ৰেণী ক্ৰীড়া
বৰ্ণনা ভাৰতীয় ক্ৰীড়া জগতৰ জীৱনজোৰা অৱদানৰ সৰ্বোচ্চ সন্মান
প্ৰথমবাৰ প্ৰদান ২০০২
নগদ টকা ₹৫০০,০০০
প্ৰথম প্ৰাপক অপৰ্ণা ঘোষ
অশোক দিৱান
চাহুৰাজ বিৰাজদাৰ
(২০০২)
অন্তিম প্ৰাপক শংকৰ লক্ষ্মণ (২০১৬)

ধ্যান চান্দ বঁটা (ইংৰাজী: Dhyan Chand Award) ভাৰতৰ ক্ৰীড়া ক্ষেত্ৰত জীৱনজোৰা অৱদানৰ বাবে ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰণালয়ে প্ৰদান কৰা সৰ্বোচ্চ বঁটা।[1] এই বঁটা মহান ভাৰতীয় হকী খেলুৱৈ ধ্যান চান্দৰ নামেৰে নামকৰণ কৰা হৈছে। এই বঁটা ২০০২ চনৰ পৰা প্ৰৱৰ্তন কৰা হৈছিল।[1] এই বঁটাৰ লগত নগদ ₹৫০০,০০০ টকা, এখন মানপত্ৰ আৰু ধ্যান চান্দে হকী খেলি থকা এটা ট্ৰফি দিয়া হয়।

বঁটা বিজয়ীসকলৰ তালিকা

[সম্পাদনা কৰক]
ক্ৰমিক নংনামচনক্ৰীড়াক্ষেত্ৰ
১.অপৰ্ণা ঘোষ২০০২বাস্কেটবল
২.অশোক দিৱান২০০২হকী
৩.চাহুৰাজ ব্ৰিজধাৰ২০০২বক্সিং
৪.চাৰ্লচ কৰ্নেলিউছ২০০৩হকী
৫.ধৰম শিং মান২০০৩হকী
৬.অম প্ৰকাশ২০০৩ভলীবল
৭.ৰাম কুমাৰ২০০৩বাস্কেটবল
৮.স্মিতা যাদৱ২০০৩ৰোয়িং
৯.হাৰদয়াল শিং২০০৪হকী
১০.লাভ শিং২০০৪এথলেটিকচ
১১.মেহেণ্ডেল পাশুৰাম২০০৪এথলেটিকচ
১২.মনোজ কোঠাৰী২০০৫বিলিয়াৰ্ডছ আৰু স্নুকাৰ
১৩.মাৰুটি মানে২০০৫মল্লযুঁজ
১৪.ৰাজিন্দাৰ শিং২০০৫হকী
১৫.হাৰিশ্চন্দ্ৰ ব্ৰিজধাৰ২০০৬মল্লযুঁজ
১৬.নান্দী শিং২০০৬হকী
১৭.উদয় প্ৰভু২০০৬এথলেটিকচ
১৮.ৰাজেন্দ্ৰ শিং২০০৭মল্লযুঁজ
১৯.শ্বামশ্বেৰ শিং২০০৭কাবাডী
২০.ভৰিণ্ডাৰ শিং২০০৭হকী
২১.গিয়ান শিং২০০৮মল্লযুঁজ
২২.হাকাম শিং২০০৮এথলেটিকচ
২৩.মুখবায়ন শিং২০০৮হকী
২৪.ঈশ্বৰ শিং দেউল২০০৯এথলেটিকচ
২৫.সাতবীৰ শিং দাহয়া২০০৯মল্লযুঁজ
২৬.সতিশ পিল্লাই২০১০এথলেটিকচ
২৭.অনিতা চানু২০১০ভাৰোত্তলন
২৮.কুলদ্বীপ শিং২০১০মল্লযুঁজ
২৯.শ্ববিৰ আলী২০১১ফুটবল
৩০.সুশীল কোহলী২০১১সাঁতোৰ
৩১.ৰাজকুমাৰ বাইছলা২০১১মল্লযুঁজ
৩২.জাগৰাজ শিং মান২০১২এথলেটিকচ
৩৩.গুনদীপ কুমাৰ২০১২হকী
৩৪.বিনোদ কুমাৰ২০১২মল্লযুঁজ
৩৫.সুখবীৰ শিং২০১২পাৰা-স্পৰ্টচ
৩৬.মেৰী ডিছুজা চেকুৱেইৰা২০১৩এথলেটিকচ
৩৭.চৈয়দ আলী২০১৩হকী
৩৭.অনিল মান (জেষ্ঠ)২০১৩মল্লযুঁজ
৩৯.গীৰৰাজ শিং২০১৩পাৰা-স্পৰ্টচ
৪০.গুৰমাইল শিং২০১৪হকী
৪১.কে. পি. থাক্কাৰ২০১৪সাঁতোৰ
৪২.জীশান আলী২০১৪টেনিছ
৪৩.ৰোমিঅ জেমেছ২০১৫হকী
৪৪.শিৱ প্ৰকাশ মিশ্ৰ২০১৫টেনিছ
৪৫.টি. পি. পি. নায়াৰ২০১৫ভলীবল
46.শংকৰ লক্ষ্মণ২০১৬হকী

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1 2 Dhyan Chand Award from the website of Ministry of Youth Affairs & Sports, India; retrieved 23 August 2011.