পশ্চিমবংগৰ জিলাসমূহ
অৱয়ব
(পশ্চিমবঙ্গৰ জিলাৰ পৰা পুনঃনিৰ্দেশিত)
পশ্চিমবঙ্গ (বঙালী: পশ্চিমবঙ্গ) ভাৰতবৰ্ষৰ এখন ৰাজ্য। জনসংখ্যাৰ ঘনত্বৰ বিচাৰত এই ৰাজ্য ভাৰতৰ চতুৰ্থ সৰ্বাধিক জনবহুল ৰাজ্য।[1] বৰ্তমান পশ্চিমবঙ্গ ১৯ খন জিলাত ৩ টাঅ বিভাগত বিভক্ত, সেইসমূহ তলৰ তালিকাত বিস্তাৰিত তথ্য সহকাৰে উল্লেখ কৰা হ’ল : [2]
প্ৰেছিডেন্সি বিভাগ | বৰ্ধমান বিভাগ | জলপাইগুড়ি বিভাগ | |||
---|---|---|---|---|---|
১. কলকাতা |
01234567 |
৮. হুগলি ৯. পূৰ্ব মেদিনীপুৰ ১০. পশ্চিম মেদিনীপুৰ ১১. পুৰুলিয়া ১২. বাঁকুড়া ১৩. বীৰভূম |
01234567 |
১৫. কোচ বিহাৰ ১৬. দাৰ্জিলিং ১৭. উত্তৰ দিনাজপুৰ ১৮. দক্ষিণ দিনাজপুৰ ১৯. মালদহ |
জিলাসমূহ
[সম্পাদনা কৰক]সংকেত[3] | জিলা | জিলাৰ সদৰ[4] | প্ৰতিষ্ঠা[5] | মহকুমা[2] | আয়তন[4] | ২০০১ চনত জনসংখ্যা[4] | জনঘনত্ব | মানচিত্ৰ |
---|---|---|---|---|---|---|---|---|
KO | কলকাতা জিলা | কলকাতা | ১৯৪৭ | -- | 185 বৰ্গ কি.মি. (71 বৰ্গ মাইল) | ৪,৫৭২,৮৭৬ | 24,718/km² (64,019/sq mi) | |
PN | উত্তৰ চব্বিশ পৰগনা জিলা | বাৰাসত | ১৯৮৬[6] | 4,094 বৰ্গ কি.মি. (1,581 বৰ্গ মাইল) | ৮,৯৩৪,২৮৬ | 2,182/km² (5,651/sq mi) | ||
PS | দক্ষিণ চব্বিশ পৰগনা জিলা | আলিপুৰ | ১৯৮৬[6] | 9,960 বৰ্গ কি.মি. (3,850 বৰ্গ মাইল) | ৬,৯০৬,৬৮৯ | 693/km² (1,795/sq mi) | ||
HR | হাওড়া জিলা | হাওড়া | ১৯৪৭ | 1,467 বৰ্গ কি.মি. (566 বৰ্গ মাইল) | ৪,২৭৩,০৯৯ | 2,913/km² (7,545/sq mi) | ||
NA | নদিয়া জিলা | কৃষ্ণনগৰ | ১৯৪৭ | 3,927 বৰ্গ কি.মি. (1,516 বৰ্গ মাইল) | ৪,৬০৪,৮২৭ | 1,173/km² (3,038/sq mi) | ||
MU | মুৰ্শিদাবাদ জিলা | বহৰমপুৰ | ১৯৪৭ | 5,324 বৰ্গ কি.মি. (2,056 বৰ্গ মাইল) | ৫,৮৬৬,৫৬৯ | 1,102/km² (2,854/sq mi) | ||
PU | পুৰুলিয়া জিলা | পুৰুলিয়া | ১৯৫৬[7] | 6,259 বৰ্গ কি.মি. (2,417 বৰ্গ মাইল) | ২,৫৩৬,৫১৬ | 405/km² (1,049/sq mi) | ||
BI | বীৰভূম জিলা | সিউড়ি | ১৯৪৭ | 4,545 বৰ্গ কি.মি. (1,755 বৰ্গ মাইল) | ৩,০১৫,৪২২ | 663/km² (1,717/sq mi) | ||
BN | বাঁকুড়া জিলা | বাঁকুড়া | ১৯৪৭ | 6,882 বৰ্গ কি.মি. (2,657 বৰ্গ মাইল) | ৩,১৯২,৬৯৫ | 464/km² (1,202/sq mi) | ||
BR | বৰ্ধমান জিলা | বৰ্ধমান | ১৯৪৭ | 7,024 বৰ্গ কি.মি. (2,712 বৰ্গ মাইল) | ৬,৮৯৫,৫১৪ | 982/km² (2,543/sq mi) | ||
HG | হুগলী জিলা | চুঁচুড়া | ১৯৪৭ | 3,149 বৰ্গ কি.মি. (1,216 বৰ্গ মাইল) | ৫,০৪১,৯৭৬ | 1,601/km² (4,147/sq mi) | ||
ME | পূৰ্ব মেদিনীপুৰ জিলা | তমলুক | ২০০২[8] | 4,785 বৰ্গ কি.মি. (1,847 বৰ্গ মাইল) | ৪,৪১৭,৩৭৭ | 923/km² (2,391/sq mi) | ||
ME | পশ্চিম মেদিনীপুৰ জিলা | মেদিনীপুৰ | ২০০২[8] | 9,296 বৰ্গ কি.মি. (3,589 বৰ্গ মাইল) | ৫,১৯৩,৪১১ | 559/km² (1,448/sq mi) | ||
KB | কোচ বিহাৰ জিলা | কোচবিহাৰ | ১৯৫০[9] | 3,387 বৰ্গ কি.মি. (1,308 বৰ্গ মাইল) | ২,৪৭৯,১৫৫ | 732/km² (1,896/sq mi) | ||
DA | দাৰ্জিলিং জিলা | দাৰ্জিলিং | ১৯৪৭ | 3,149 বৰ্গ কি.মি. (1,216 বৰ্গ মাইল) | ১,৬০৯,১৭২ | 511/km² (1,323/sq mi) | ||
JA | জলপাইগুড়ি জিলা | জলপাইগুড়ি | ১৯৪৭ | 6,227 বৰ্গ কি.মি. (2,404 বৰ্গ মাইল) | ৩,৪০১,১৭৩ | 546/km² (1,414/sq mi) | ||
UD | উত্তৰ দিনাজপুৰ জিলা | ৰায়গঞ্জ | ১৯৯২[10][11] | 3,140 বৰ্গ কি.মি. (1,210 বৰ্গ মাইল) | ২,৪৪১,৭৯৪ | 778/km² (2,015/sq mi) | ||
DD | দক্ষিণ দিনাজপুৰ জিলা | বালুৰঘাট | ১৯৯২[11] | 2,219 বৰ্গ কি.মি. (857 বৰ্গ মাইল) | ১,৫০৩,১৭৮ | 677/km² (1,753/sq mi) | ||
MA | মালদহ জিলা | ইংলিশবাজাৰ | ১৯৪৭ | 3,733 বৰ্গ কি.মি. (1,441 বৰ্গ মাইল) | ৩,২৯০,৪৬৮ | 881/km² (2,282/sq mi) | ||
মুঠ | — | — | — | — | 88,752 বৰ্গ কি.মি. (34,267 বৰ্গ মাইল) | ৮০,১৭৬,১৯৭ | 903/km² (2,339/sq mi) | — |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "India: Administrative Divisions (population and area)". Census of India. Archived from the original on 2012-12-17. https://archive.ph/20121217193754/http://www.world-gazetteer.com/wg.php?x=&men=gadm&lng=en&des=wg&geo=-104&srt=npan&col=abcdefghinoq&msz=1500&va=x। আহৰণ কৰা হৈছে: 2009-04-17.
- ↑ 2.0 2.1 "Directory of District, Sub division, Panchayat Samiti/ Block and Gram Panchayats in West Bengal, March 2008". West Bengal. National Informatics Centre, India. 2008-03-19. http://wbdemo5.nic.in/writereaddata/Directoryof_District_Block_GPs(RevisedMarch-2008).doc। আহৰণ কৰা হৈছে: 2008-11-19.
- ↑ "NIC Policy on format of e-mail Address: Appendix (2): Districts Abbreviations as per ISO 3166–2" (PDF). Ministry Of Communications and Information Technology, Government of India. 2004-08-18. পৃষ্ঠাসমূহ: pp. 5–10. https://www.mail.nic.in/docs/MailService_e-mail_address_Policy_WithCodes.pdf। আহৰণ কৰা হৈছে: 2008-11-24.
- ↑ 4.0 4.1 4.2 "Districts : West Bengal". Government of India portal. http://india.gov.in/knowindia/districts/andhra1.php?stateid=WB। আহৰণ কৰা হৈছে: 2008-11-24.
- ↑ Here 'Established' means year of establishment as a district of West Bengal. The state of West Bengal was established in 1947 with 14 districts of erstwhile Bengal province of British India.
- ↑ 6.0 6.1 Mandal, Asim Kumar (2003). The Sundarbans of India: A Development Analysis. Indus Publishing. পৃষ্ঠা. 168–169. ISBN 8173871434. http://books.google.com/books?id=jbKGojVTWGcC&pg=PA168&lpg=PA168&dq=24+parganas+history+divide+two+district&source=web&ots=PHyZZn5Uu2&sig=uy8P9MDvn3wbnTS7GPMi53I3cH0&hl=en&sa=X&oi=book_result&resnum=1&ct=result#PPA169,M1। আহৰণ কৰা হৈছে: 2008-09-04.
- ↑ "District profile". Official website of Purulia District. http://purulia.gov.in/district_profile/dist_profile.html। আহৰণ কৰা হৈছে: 2008-11-18.
- ↑ 8.0 8.1 Jana, Naresh (2001-12-31). "Tamluk readies for giant's partition". The Telegraph (Kolkata). http://www.telegraphindia.com/1011231/national.htm#head3। আহৰণ কৰা হৈছে: 2008-09-01.
- ↑ "Brief History of Cooch Behar". Official website of Cooch Behar District. http://coochbehar.gov.in/HTMfiles/brief_history.html। আহৰণ কৰা হৈছে: 2008-09-10.
- ↑ "Home page". Official website of Uttar Dinajpur District. http://uttardinajpur.nic.in/। আহৰণ কৰা হৈছে: 2008-09-01.
- ↑ 11.0 11.1 "Historical Perspective". Official website of South Dinajpur District. http://ddinajpur.nic.in/Historical_Perspective/historical_perspective.html। আহৰণ কৰা হৈছে: 2008-09-01.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
|
|