সমললৈ যাওক

বাংলাদেশৰ ভাষাসমূহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাংলাদেশৰ ভাষা
আধিকাৰিক ভাষা বাংলা
ৰাষ্ট্ৰভাষা বাংলা
আঞ্চলিক ভাষা বাংলা উপভাষা, (আঞ্চলিক ভাষা: চিটাইঙ্গা, ছিলেটী); চাকমা
মাতৃভাষা বাংলা
গৌন ভাষা বাৰ্মীজ, বিষ্ণুপ্ৰিয়া মণিপুৰী, চাকমা, ঢাকাইয়া উৰ্দু, হাজং, তঞ্চঙ্গ্যা, সাদৰি, হিন্দী-উৰ্দু, খাচী, কোডা, মুণ্ডাৰী, জয়ন্তীয়া, চাঁওতালি, ওৱাৰ-জয়ন্তিয়া, কুৰুখ, চাউৰীয়া পাহাৰী, আটং, চাক, কুকি-চীন, শো, বম, ফালাম, হাকা, খুমি, কোচ, গাৰো, মেগাম, মৈতৈ, ককবৰক, মিজো, ম্ৰো, পাংখুয়া, মাৰমা
অভিবাসীসকলৰ মূল ভাষা বিহাৰী, বাৰ্মীজ, ৰোহিঙ্গা, উৰ্দু
ব্যৱহৃত কিবৰ্ড
বাংলা জাতীয় লেআউট
২০২২ চনৰ লোকপিয়ল অনুসৰি বাংলাদেশৰ ভাষিক বৈচিত্ৰ্য [1]
ভাষা জনসংখ্যা
বাংলা ১৬৩,৫০৭,০২৯ জন
অন্যান্য ১,৬৫১,৫৮৭ জন
মুঠ ১৬৫,১৫৮,৬১৬ জন

বাংলাদেশৰ সংবিধানৰ তৃতীয় অনুচ্ছেদ অনুসৰি বাংলাদেশৰ জাতীয় ভাষা আৰু চৰকাৰী ভাষা বাংলা[2] প্ৰায় ৯৯% বাংলাদেশীয়ে প্ৰথম ভাষা হিচাপে বাংলা ভাষা কয়। [3] বাংলা ভাষা ৰূপায়ণ আইন, ১৯৮৭ চনত বৈদেশিক সম্পৰ্কৰ ক্ষেত্ৰৰ বাহিৰে সকলো চৰকাৰী কামত বাংলা ভাষা ব্যৱহাৰ কৰাটো বাধ্যতামূলক কৰা হৈছিল। [4]২০২২ চনৰ লোকপিয়ল অনুসৰি দেশৰ ৯৯% জনসংখ্যাই প্ৰধানকৈ বাংলা ভাষা কয় আৰু ই জাতিটোৰ জাতীয় ভাষা হিচাপেও কাম কৰে। উত্তৰ আৰু দক্ষিণ-পূব বাংলাদেশৰ খিলঞ্জীয়া লোকসকলে বিভিন্ন ধৰণৰ থলুৱা ভাষা কয়। অধ্যাপক ছামীম ৰেজাৰ তথ্য অনুসৰি বাংলাদেশত ৪৪টা থলুৱা ভাষা আছে। [5]

বাংলাদেশৰ ভাষাসমূহ

[সম্পাদনা কৰক]

Ethnologৰ ২১ সংখ্যক সংস্কৰণ (২০১৮) অনুসৰি বাংলাদেশত ৪১টা ভাষা কোৱা হয় আৰু সকলো ভাষা জীয়াই আছে। এইবোৰ তলৰ তালিকাত বিতংভাৱে উল্লেখ কৰা হৈছে।

ভাষাৰ নাম বক্তাৰ সংখ্যা অৱস্থান উপভাষা শ্ৰেণীবিভাজন
অসমীয়া ভাৰত-ইউৰোপীয়, ভাৰত-ইৰাণী, ভাৰত-আৰ্য্য, পূব অঞ্চল, বাংলা-অসমীয়া
আৰাকানীয় ২ লাখ দক্ষিণ-পূৰ্ব বাংলাদেশ; পাৰ্বত্য চট্টগ্ৰাম মাৰমা (পাহাৰী), ৰাখাইন (উপকূলীয়) চীনা-তিব্বতী, তিবতী-বৰ্মী, লোলো-বৰ্মী, বৰ্মী, দক্ষিণ বৰ্মী
আশো চীন ১৪২২ (১৯৮১ জনগণনা) পাৰ্বত্য চট্টগ্ৰাম চট্টগ্ৰাম, লেমিয়ো, মিনবু, সাইংবাউন, সান্দোৱে, থায়েতমিয়ো চীনা-তিব্বতী, তিবতী-বৰ্মী, কুকি-চীন-নাগা, কুকি-চীন, দক্ষিণী, শো
উসুই ৪ হাজাৰ পাৰ্বত্য চট্টগ্ৰাম ইন্দো-ইউৰোপীয়, ইন্দো-ইৰানীয়, ইন্দো-আৰ্য, শ্ৰেণীকৰণ নাই
ৱাৰ ১৬ হাজাৰ উত্তৰ-পূৰ্ব বাংলাদেশত ভাৰতৰ সৈতে সীমান্তত অষ্ট্ৰো-এচীয়, মন-খমেৰ, উত্তৰ মন-খমেৰ, খাচীয়
ওঁৰাও / কুৰুখ/ কোংকণী ১৬৫,৬৮৩ ৰাজশাহী বিভাগ, মৌলভীবাজাৰ, হবিগঞ্জ, ঝিনাইদহ, কুষ্টিয়া, মাগুৰা বৰাইল সাদৰি, নুৰপুৰ সাদৰি, উচাই সাদৰি, মকান টিলা সাদৰি ইন্দো-ইউৰোপীয়, ইন্দো-ইৰানীয়, ইন্দো-আৰ্য, পূৰ্ব অঞ্চল, বিহাৰী
ককবৰক ১ লাখ জামাতিয়া, নোয়াতিয়া, ৰিয়াং, হালাম, দেববৰ্ম চীনা-তিব্বতী, তিবতী-বৰ্মী, ঝিংপো-কোনিয়াক-বোডো, কোনিয়াক-বোডো-গাৰো, বড়ো-গাৰো, বড়ো
কুৰুখ দ্ৰাবিড়, উত্তৰ
কোচ বানাই, হাৰিগায়া, সাতপাৰিয়া, তিনতেকিয়া, ওয়ানাং চীনা-তিব্বতী, তিবতী-বৰ্মী, ঝিংপো-কোনিয়াক-বোডো, কোনিয়াক-বড়ো-গাৰো, বোডো-গাৰো, কোচ
খুমি চীন ১১৮৮ (১৯৮১ জনগণনা) খিমি, য়িন্দি, খামি, ন্গালা চীনা-তিব্বতী, তিবতী-বৰ্মী, কুকি-চীন-নাগা, কুকি-চীন, দক্ষিণী, খুমি
খাচী মৌলভীবাজাৰ, সিলেট, হবিগঞ্জ খাচী (চেৰাপুঞ্জী), লিঙন্গাম অষ্ট্ৰো-এচীয়, মন-খমেৰ, উত্তৰ মন-খমেৰ, খাসীয়
গাৰো ১ লক্ষ ময়মনসিংহ, টাংগাইল, শ্ৰীপুৰ, জামালপুৰ, নেত্ৰকোণা, সিলেট, ঢাকা আবেং, আচিক চীনা-তিব্বতী, তিবতী-বৰ্মী, ঝিংপো-কোনিয়াক-বোডো, কোনিয়াক-বোডো-গাৰো, বোডো-গাৰো, গাৰো
চাক ৫,৫০০ আৰাকান নীল পাহাৰ, বান্দৰবান, ইত্যাদি নাই
চাকমা ৩ লাখৰ অধিক পাৰ্বত্য চট্টগ্ৰাম, চট্টগ্ৰাম শহৰ ৬টি উপভাষা আছে ইন্দো-ইউৰোপীয়, ইন্দো-ইৰানীয়, ইন্দো-আৰ্য, পূৰ্ব অঞ্চল, বাংলা-অসমীয়া
চাটগাঁইয়া ১ কোটি ৪০ লাখ চট্টগ্ৰাম বিভাগ ও আৰাকান ৰাজ্য ৰোহিঙ্গা, চাকমা ইন্দো-ইউৰোপীয়, ইন্দো-ইৰানীয়, ইন্দো-আৰ্য, পূৰ্ব অঞ্চল, বাংলা-অসমীয়া
তঞ্চঙ্গ্যা ১৭,৬৯৫ পাৰ্বত্য চট্টগ্ৰাম ইন্দো-ইউৰোপীয়, ইন্দো-ইৰানীয়, ইন্দো-আৰ্য, পূৰ্ব অঞ্চল, বাংলা-অসমীয়া
তিপ্পেৰা ১ লাখ পাৰ্বত্য চট্টগ্ৰাম ৩৬টি উপভাষা ইন্দো-ইউৰোপীয়, ইন্দো-ইৰানীয়, ইন্দো-আৰ্য, শ্ৰেণীকৰণ নেই
দাৰলং ৯ হাজাৰ চীনা-তিব্বতী, তিবতী-বৰ্মী, কুকি-চীন-নাগা, কুকি-চীন, মধ্য
প্নাৰ ৪ হাজাৰ উত্তৰ-পূৰ্বে ভাৰতেৰ সাথে সীমান্তে; জাফলং, তামাবিল, জৈন্তাপুৰ অষ্ট্ৰো-এশীয়, মন-খমেৰ, উত্তৰ মন-খমেৰ, খাসীয়
পাংখু ২২৭৮ (১৯৮১ জনগণনা) বান্দৰবান, ৰাঙামাটি, খাগড়াছড়ি চীনা-তিব্বতী, তিবতী-বৰ্মী, কুকি-চীন-নাগা, কুকি-চিন, মধ্য
ফালাম চীন চোৰেই, জান্নিয়াত চীনা-তিব্বতী, তিবতী-বৰ্মী, কুকি-চীন-নাগা, কুকি-চীন, উত্তৰ
বৰ্মী ৩ লাখ মায়ানমাৰ সীমান্তে বোমাং চীনা-তিব্বতী, তিবতী-বৰ্মী, লোলো-বৰ্মী, বৰ্মী, দক্ষিণ বৰ্মী
বাংলা ২৬ কোটিৰ বেশি কেন্দ্ৰীয়, পশ্চিমী (খাৰিয়া ঠাৰ, মাল পাহাড়িয়া, সাৰাকি), দক্ষিণ-পশ্চিমী বাংলা, উত্তৰ বাংলা (কোচ, শ্ৰীপুৰী), ৰাজবংশী, বাহে, পূৰ্ব বাংলা (পূৰ্ব কেন্দ্ৰীয়, সিলেটি), হাইজং, দক্ষিণ-পূৰ্বী বাংলা (চাকমা), গাণ্ডা, ভাঙ্গা ইন্দো-ইউৰোপীয়, ইন্দো-ইৰানীয়, ইন্দো-আৰ্য, পূৰ্ব অঞ্চল, বাংলা-অসমীয়া
বাৱম চীন ৫,৭৩৩ (১৯৮১ জনগণনা) পাৰ্বত্য চট্টগ্ৰাম চীনা-তিব্বতী, তিবতী-বৰ্মী, কুকি-চীন-নাগা, কুকি-চীন, মধ্য
বিষ্ণুপ্ৰিয়া মণিপুৰী ৪০ হাজাৰ ৰাজাৰ গাং, মাদই গাং ইন্দো-ইউৰোপীয়, ইন্দো-ইৰানীয়, ইন্দো-আৰ্য, পূৰ্ব অঞ্চল, বাংলা-অসমীয়া
ভাৰতীয় প্ৰতীকী ভাষা বধিৰসকলৰ প্ৰতীকী ভাষা
মুণ্ডাৰী হাসাদা, লাতাৰ, নাগুৰি, কেৰা অষ্ট্ৰো-এচীয়, মুণ্ডা, উত্তৰ মুণ্ডা, খেৰওয়াৰি, মুণ্ডাৰী
ম্ৰু/ম্ৰো ৮০ হাজাৰ পাৰ্বত্য চট্টগ্ৰামেৰ ২০০টি গ্ৰামে চীনা-তিব্বতী, তিবতী-বৰ্মী, ম্ৰু
মিজো ১ হাজাৰ মিজো পাহাড়, চট্টগ্ৰাম, সিলেট ৰালতে, দুলিয়েন, নগেলতে, মিজো, লে চীনা-তিব্বতী, তিবতী-বৰ্মী, কুকি-চিন-নাগা, কুকি-চিন, মধ্য
মেগাম ৬,৮৭২ উত্তৰ-পূৰ্ব বাংলাদেশ চীনা-তিব্বতী, তিবতী-বৰ্মী, ঝিংপো-কোনিয়াক-বোডো, কোনিয়াক-বোডো-গাৰো, বোডো-গাৰো, গাৰো
মৈতৈ ১৫ হাজাৰ সিলেট চীনা-তিব্বতী, তিবতী-বৰ্মী, মৈতৈ
ৰংপুৰী ১.৫ কোটি বাহে ইন্দো-ইউৰোপীয়, ইন্দো-ইৰানীয়, ইন্দো-আৰ্য, পূৰ্ব অঞ্চল, বাংলা-অসমীয়া
শেন্দু ১ হাজাৰ চীনা-তিব্বতী, তিবতী-বৰ্মী, কুকি-চিন-নাগা, কুকি-চিন, দক্ষিণী, শো
চাঁওতালি ১.৫ লাখ কাৰমালি, কমৰি-সাঁওতালি, লোহাৰি-সাঁওতালি, পাহাৰীয়া, মাহালি মাঁঝি অষ্ট্ৰো-এচীয়, মুণ্ডা, উত্তৰ মুণ্ডা, খেৰৱাৰী, চাওঁতালী
ছিলেটী ১ কোটি সিলেট বিভাগ ইন্দো-ইউৰোপীয়, ইন্দো-ইৰানীয়, ইন্দো-আৰ্য, পূৰ্ব অঞ্চল, বাংলা-অসমীয়া
হাকা চীন ১২৬৪ ক্লাংক্লাং, জোখুয়া, শোনশে চীনা-তিব্বতী, তিবতী-বৰ্মী, কুকি-চীন-নাগা, কুকি-চীন, মধ্য
হাজং ইন্দো-ইউৰোপীয়, ইন্দো-ইৰানীয়, ইন্দো-আৰ্য, পূৰ্ব অঞ্চল, বাংলা-অসমীয়া
হো অষ্ট্ৰো-এচীয়, মুণ্ডা, উত্তৰ মুণ্ডা, খেৰৱাৰী, মুণ্ডাৰী

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. http://www.bbs.gov.bd › site › page Population-and-Housing-Census - বাংলাদেশ পৰিসংখ্যান ব্যুৰো
  2. "The Constitution of the People's Republic of Bangladesh". Ministry of Law, Justice and Parliamentary Affairs. http://bdlaws.minlaw.gov.bd/act-details-367.html। আহৰণ কৰা হৈছে: 2019-04-25. 
  3. Faquire, A.B.M. Razaul Karim (December 2010). "Language Situation in Bangladesh". The Dhaka University Studies খণ্ড 67: 63–77. 
  4. "Bangla Bhasha Procholon Ain, 1987 [Bengali Language Implementation Act, 1987]". Ministry of Law, Justice and Parliamentary Affairs. Government of Bangladesh. http://bdlaws.minlaw.gov.bd/bangla_pdf_part.php?id=705। আহৰণ কৰা হৈছে: 2019-04-25. 
  5. "ULAB introduces Bangla and Literature Department". Dhaka Tribune. 2023-02-23. Archived from the original on 2023-02-23. https://archive.today/30223233104/https://www.dhakatribune.com/bangladesh/2023/02/23/ulab-introduces-bangla-and-literature-department। আহৰণ কৰা হৈছে: 2023-02-26.