সন্ধানৰ ফলাফল

(আগৰ 20 টা) () (20 | 50 | 100 | 250 | 500) চাওক
  • Thumbnail for অসমীয়া ৱিকিপিডিয়া
    অসমীয়া ৱিকিপিডিয়া হ'ল অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ অসমীয়া সংস্কৰণ। ২০০২ চনৰ ২ জুনত ইয়াক মুকলি কৰা হয়। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত...
    15 KB (700টা শব্দ) - 16:37, 22 February 2024
  • Thumbnail for ইংৰাজী ভাষা
    ইংৰাজী (English, ইংলিছ) ইণ্ডো-ইউৰোপীয় ভাষা-পৰিয়ালৰ জাৰ্মানীয় শাখাৰ পশ্চিমীয়া দলৰ এটা ভাষা। জাৰ্মান গোত্ৰ এংগল্‌চ, ছেক্সন আৰু কিছু ভাষাৰ পৰা ইংৰাজী...
    13 KB (346টা শব্দ) - 09:13, 19 April 2024
  • Thumbnail for অসম
    অসম (ইংৰাজী: Assam) উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ইংৰাজে অসম দখল কৰাৰ আগতে অসম এখন স্বতন্ত্ৰ ৰাষ্ট্ৰ আছিল। ১৮২৬ চনৰ ইয়াণ্ডাবু সন্ধি অনুসৰি অসম ইংৰাজৰ হাতলৈ...
    103 KB (5,282টা শব্দ) - 22:35, 22 April 2024
  • Thumbnail for আন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যা
    ইন্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড বুক নাম্বাৰ (ISBN) (আই.এচ.বি.এন.) বা আন্তৰ্জাতিক মান গ্ৰন্থ সংখ্যা সকলো ধৰনৰ বাৰকোড চিহ্নিতকৰণৰ বাবে ব্যৱহৃত এক সংখ্যায়ন পদ্ধতি...
    8 KB (261টা শব্দ) - 18:31, 19 April 2024
  • Thumbnail for অসমীয়া ভাষা
    অসমীয়া ভাষা (ইংৰাজী: Assamese language) হৈছে সকলোতকৈ পূৰ্বীয় ভাৰতীয়-আৰ্য ভাষা। ইয়াক ঘাইকৈ উত্তৰ-পূব ভাৰতৰ অসমত ব্যৱহাৰ কৰা হয়। ই অসমৰ ৰাজ্যিক ভাষা।...
    29 KB (1,478টা শব্দ) - 14:16, 27 February 2024
  • Thumbnail for আমেৰিকা যুক্তৰাষ্ট্ৰ
    আমেৰিকা যুক্তৰাষ্ট্ৰ বা মাৰ্কিন যুক্তৰাষ্ট্ৰ (ইংৰাজী: United States of America) উত্তৰ আমেৰিকা মহাদেশত অৱস্থিত পঞ্চাশখন ৰাজ্য আৰু এখন যুক্তৰাষ্ট্ৰীয় জিলাৰে...
    13 KB (477টা শব্দ) - 18:31, 19 April 2024
  • Thumbnail for গুৱাহাটী
    স্থানাংক: 26°11′N 91°44′E / 26.183°N 91.733°E / 26.183; 91.733 গুৱাহাটী (ইংৰাজী: Guwahati; পূৰ্বতে গৌহাটী) হৈছে ভাৰতৰ অসম ৰাজ্যৰ এখন মহানগৰ। ইয়াক প্ৰাচীন...
    47 KB (2,429টা শব্দ) - 19:04, 5 April 2024
  • Thumbnail for ভবেন্দ্ৰ নাথ শইকীয়া
    ড॰ ভবেন্দ্ৰ নাথ শইকীয়া (ইংৰাজী: Dr. Bhabendra Nath Saikia, ১৯৩২ – ২০০৩) অসমৰ এগৰাকী ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু বোলছবি পৰিচালক আছিল। কবিতা, নাটক...
    48 KB (2,203টা শব্দ) - 17:33, 25 April 2024
  • Thumbnail for হিন্দী ভাষা
    হিন্দী ভাষা (हिन्दी বা हिंदी) ভাৰতবৰ্ষৰ এটা চৰকাৰী (official) ভাষা। ভাৰতৰ উপৰি নেপাল, মৰিচাচত এই ভাষা প্ৰচলিত। আমেৰিকা যুক্তৰাষ্ট্ৰ, চৌদি আৰৱ, মালয়েছিয়া...
    6 KB (259টা শব্দ) - 18:31, 19 April 2024
  • Thumbnail for কলিকতা
    কলিকতা বা কলকাতা (ইংৰাজী: Kolkata; বা Calcutta, বঙালী: কলকাতা) পশ্চিমবংগৰ ৰাজধানী, প্ৰদান বাণিজ্য কেন্দ্ৰ আৰু বৃহত্তম নগৰ। বঙালীত "কোলকাতা"ক আগতে "কলিকাতা"...
    63 KB (3,723টা শব্দ) - 21:06, 19 March 2024
  • সংস্কৃত (সংস্কৃত: संस्कृतम् saṃskṛtam, সঠিক নাম : संस्कृता वाक्, saṃskṛtā vāk, পৰবৰ্তীকালত প্ৰচলিত অন্য নাম: संस्कृतभाषा saṃskṛtabhāṣā, "পৰিমাৰ্জিত ভাষা")...
    5 KB (257টা শব্দ) - 18:31, 19 April 2024
  • জীৱবৈজ্ঞানিক বৰ্গীকৰণ (ইংৰাজী: biological taxonomy) এক প্ৰকাৰৰ বৈজ্ঞানিক শ্ৰেণীবিন্যাস (scientific classification) পদ্ধতি যাৰ মাধ্যমত মহাবিশ্বৰ সকলো জীৱকে...
    8 KB (219টা শব্দ) - 16:33, 2 February 2022
  • ভাৰত চৰকাৰক সাধাৰণ ভাষাত "কেন্দ্ৰীয় চৰকাৰ" বুলি কোৱা হয়। ২৮খন ৰাজ্য আৰু ৭খন কেন্দ্ৰীয় শাসিত অঞ্চলৰে গঠিত যাক "ভাৰত গণৰাজ্য" বুলি কোৱা হয়, ইয়াৰেই নিয়ন্ত্ৰণকৰ্তা...
    2 KB (97টা শব্দ) - 18:31, 19 April 2024
  • Thumbnail for সময় অঞ্চল
    সময় অঞ্চল (ইংৰাজী: Time zone) হৈছে পৃথিৱীৰ ওপৰৰ একো একোটা নিৰ্দিষ্ট এলেকা য'ত সামাজিক, আইনগত আৰু ব্যবসায়জনীত কাৰণত একেই 'মান সময়' মানি চলা হয়। পৃথিবীৰ...
    8 KB (403টা শব্দ) - 07:04, 16 September 2023
  • অসমৰ চলচ্চিত্ৰই মূলতঃ অসমীয়া ভাষাত নিৰ্মিত চলচ্চিত্ৰসমূহকে বুজায় যদিও অন্য স্থানীয় ভাষা, যেনে- বড়ো, কাৰ্বি, মিচিং, ৰাভা, ডিমাচা আদিত নিৰ্মিত চলচ্চিত্ৰও...
    49 KB (2,609টা শব্দ) - 19:10, 5 April 2024
  • ইণ্টাৰনেট মুভি ডাটাবেছ (ইংৰাজী: Internet Movie Database; সংক্ষেপে IMDb) এটি অনলাইন ডাটাবেছ বা তথ্যভঁৰাল য’ত চলচ্চিত্ৰ, অভিনেতা-অভিনেত্ৰী, টেলিভিজন অনুষ্ঠান...
    3 KB (123টা শব্দ) - 15:58, 21 October 2023
  • Thumbnail for যতীন বৰা
    যতীন বৰা (ইংৰাজী: Jatin Bora) হৈছে অসমৰ এগৰাকী চলচ্চিত্ৰ আৰু মঞ্চ অভিনেতা আৰু চলচ্চিত্ৰ পৰিচালক। যতীন বৰাই অভিনয় জীৱনৰ পাতনি মেলে ১৯৮৯ চনত আব্দুল মজিদ...
    15 KB (296টা শব্দ) - 03:36, 27 June 2023
  • Thumbnail for নিপন গোস্বামী
    নিপন গোস্বামী (ইংৰাজী: Nipon Goswami, ১৯৪২—২০২২) এগৰাকী অসমীয়া চলচ্চিত্ৰ আৰু নাট্যভিনেতা আছিল। মঞ্চত অভিনয় জীৱন আৰম্ভ কৰি তেখেতে পাছলৈ চিনেমাত নায়কৰ...
    19 KB (830টা শব্দ) - 07:18, 27 October 2023
  • কপিৰাইট (ইংৰাজী: copyright) এটা আইনী সংজ্ঞা। স্ৰষ্টাৰ নিজৰ সৃষ্টিৰ (যেনে, লেখা, সংগীত বা শিল্প-কলা), ছপা, প্ৰচাৰ, বিতৰণ, আৰু প্ৰদৰ্শন, সংৰক্ষণৰ ওপৰত স্ৰষ্টাৰ...
    64 KB (5,466টা শব্দ) - 18:47, 20 January 2024
  • Thumbnail for জয়ন্ত হাজৰিকা
    জয়ন্ত হাজৰিকা (ইংৰাজী: Jayanta Hazarika; জ. ২০ ছেপ্টেম্বৰ ১৯৪৩ - মৃ. ১৫ অক্টোবৰ ১৯৭৭) অসমৰ এগৰাকী গায়ক, সুৰকাৰ, সংগীত পৰিচালক আৰু গীতিকাৰ। ৩৪ বছৰীয়া...
    29 KB (1,509টা শব্দ) - 02:10, 25 January 2024
  • অসমৰ নৱ-বৈষ্ণৱ ধৰ্মৰ হোতা, অসমীয়া সাহিত্যৰ অদ্বিতীয় নিমাৰ্ণকৰ্তা শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীমন্ত মাধৱদেৱৰ দ্বাৰা ৰচিত, উচ্চ আধ্যাত্মিক ভাবপূৰ্ণ
  • হোমেন বৰগোহাঞি (ইংৰাজী: Homen Borgohain; ১৯৩২ – ২০২১) অসমৰ এগৰাকী সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে অসম চৰকাৰে
(আগৰ 20 টা) () (20 | 50 | 100 | 250 | 500) চাওক