এফ্ৰোডাইটি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
10 বাইট যোগ দিয়া হ’ল ,  1 বছৰৰ পূৰ্বে
No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা Advanced mobile edit
 
==আখ্যান==
কিংবদন্তি মতে, এফ্ৰোডাইটিৰ বিবাহ হৈছিল অগ্নি, কমাৰশিল্প আৰু ধাতুশিল্পৰ দেৱতা হেফাষ্টিয়াচৰ সৈতে। {{sfn|Cyrino|2010|page=72}}{{sfn|Stuttard|2016|page=86}}{{sfn|Kerényi|1951|page=71}} কিন্তু এফ্ৰোডাইটিয়ে প্ৰায়েই হেফাষ্টিয়াচৰ বিশ্বাসভংগ কৰিছিল আৰু তেওঁৰ বহুসংখ্যক প্ৰেমাস্পদ আছিল। [[ওডিচী]]ৰ মতে তেওঁক এবাৰ [[এৰিচ]]ৰ সৈতে মিলনৰত অৱস্থাত হেফাষ্টিয়াচে ধৰা পেলাইছিল। {{sfn|Kerényi|1951|page=72}} দেৱ-দেৱীসকলকদেৱীসকলৰ মনত প্ৰায়েই মৰণশীল মানৱৰ প্ৰতি প্ৰেমভাৱ জগোৱাৰ বাবে ক্ষুণ্ণ হৈ এবাৰ জ্যুচে এফ্ৰোডাইটিৰ হৃদয়ত এঙ্কিচাছ নামৰ এক মানৱ ভেড়াৰখীয়াৰ প্ৰতি প্ৰেমৰ উন্মেষ ঘটোৱাইছিল। {{sfn|Cyrino|2010|page=89}} [[ইলিয়াদ]]ত [[এথেনা]] আৰু [[হীৰা (গ্ৰীক দেৱী)|হীৰা]]ৰ লগতে ট্ৰয়ৰ যুদ্ধৰ সূচনাৰ ([[পেৰিছৰ বিচাৰ]]) সৈতেও এফ্ৰোডাইটি জড়িত। {{sfn|Walcot|1977|page=31}}
 
এফ্ৰোডাইটিৰ সৈতে প্ৰায়েই প্ৰেম আৰু যৌনতাৰ দেৱতা [[ইৰ'চ]]ক দেখা পোৱা যায়। {{sfn|Cyrino|2010|page=44}}
7,634

টা সম্পাদনা

সা-সঁজুলি