বৰদলৈ ট্ৰফী
আৰম্ভণি | ১৯৫২ |
---|---|
স্থান | ভাৰত |
দলৰ সংখ্যা | ৮ (২০২৩) |
বৰ্তমান বিজয়ী(সমূহ) | অইল ইণ্ডিয়া এফ চি (পঞ্চম খিতাপ) |
সকলোতকৈ সফল দল(সমূহ) | মোহন বাগান এথলেটিক ক্লাব(৭ বাৰ খিতাপ) |
২০২৩ বৰদলৈ ট্ৰফী |
বৰদলৈ ট্ৰফী অথবা ভাৰত ৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ভাৰত তথা উত্তৰ-পূৰ্বাঞ্চলৰ এক সন্মানীয় আগশাৰীৰ ফুটবল প্ৰতিযোগিতা। গুৱাহাটী ক্ৰীড়া সন্থাৰ দ্বাৰা আয়োজিত এই ফুটবল প্ৰতিযোগিতাখন প্ৰতি বছৰে গুৱাহাটীত অনুষ্ঠিত হয়। [1] [2] ১৯৫২ চনৰ পৰা অনুষ্ঠিত হৈ অহা প্ৰতিযোগিতাখন গুৱাহাটী টাউন ক্লাবৰ দ্বাৰা প্ৰতিষ্ঠিত আৰু ইয়াৰ নামাকৰণ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ স্মৃতিত কৰা হৈছে। বৰদলৈ ট্ৰফীত উত্তৰ-পূব আৰু ভাৰতবৰ্ষৰ আগশাৰীৰ দলৰ উপৰিও বাংলাদেশ, নেপাল, থাইলেণ্ড, ইৰান আৰু উজবেকিস্তানৰ দলেও অংশগ্ৰহণ কৰিছে। বাংলাদেশৰ আবাহনী লিমিটেডে ২০১০ চনত এই ট্ৰফীৰ খিতাপ অৰ্জন কৰিছিল।[3] কলকাতাৰ মোহন বাগান এথলেটিক ক্লাবে সৰ্বাধিক ৭ বাৰ বৰদলৈ ট্ৰফীৰ খিতাপ অৰ্জন কৰিছে।
খেলপথাৰ
[সম্পাদনা কৰক]বৰদলৈ ট্ৰফীৰ খেলসমূহ গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত হৈ আহিছে যদিও যোৱা কিছু বৰ্ষৰ খেল সমূহ নেহৰু ষ্টেডিয়ামৰ উপৰিও জজ খেলপথাৰ আৰু গুৱাহাটীৰ নিকটবৰ্তী কিছু খেলপথাৰতো অনুষ্ঠিত হৈছে।[4]
বিজয়ী দল সমূহ
[সম্পাদনা কৰক]চন | বিজয়ী | স্ক'ৰ | ৰাণাৰ্ছ-আপ | তথ্য সংগ্ৰহ |
---|---|---|---|---|
১৯৫২ | ৰেলৱে স্পোৰ্ট্ছ ক্লাব, পাণ্ডু | ?-? | ইউনিয়ন স্পোৰ্টিং ক্লাব, নগা | |
১৯৫৩ | মহাৰাণা এথলেটিক ক্লাব, গুৱাহাটী | ?-? | শ্বিলং গেৰীছন | |
১৯৫৪ | গুৱাহাটী টাউন ক্লাব | ?-? | ইণ্ডিয়া ক্লাব শিলচৰ | |
১৯৫৫ | ষ্টেট ট্ৰেন্ছপ'ৰ্ট এছ'ছিয়েছন, শ্বিলং | ?-? | ঠেঙালবাৰী ক্লাব, যোৰহাট | |
১৯৫৬ | গুৱাহাটী টাউন ক্লাব | ?-? যুগ্ম বিজয়ী) | ষ্টেট ট্ৰেন্ছপ'ৰ্ট এছ'ছিয়েছন, শ্বিলং | |
১৯৫৭ | জলপাইগুড়ি টি চি, পশ্চিমবঙ্গ | ?-? | গুৱাহাটী টাউন ক্লাব | |
১৯৫৮ | ছাউডাৰ্ণ ৰেলৱে ইনষ্টিটিউট | ?-? | মহাৰাণা এথলেটিক ক্লাব, গুৱাহাটী | |
১৯৫৯ | স্পোৰ্টিং ইউনিয়ন ক্লাব, গুৱাহাটী | ?-? | চিটি কলেজ অ'ল্ড বয়জ এফ চি | |
১৯৬০ | অসম পুলিছ এ চি, দেৰগাঁও | ?-? | অসম ৰাইফলছ্ | |
১৯৬১ | মাইচ'ৰ ডিষ্ট্ৰিক্ট কমিটি | ?-? | অসম ৰাইফলছ্ | |
১৯৬২ | লীডাৰ্ছ এফ চি, জলন্ধৰ | ?-? | হাওৰা ইউনিয়ন, কলিকতা | |
১৯৬৩ | গুৱাহাটী টাউন ক্লাব | ০-০ (যুগ্ম বিজয়ী) | লীডাৰ্ছ এফ চি, জলন্ধৰ | |
১৯৬৪ | অসম ৰাইফলছ্ | ?-? | জলপাইগুড়ি টি চি, পশ্চিমবঙ্গ | |
১৯৬৫ | আৰয়ান ক্লাব, কলিকতা | ?-? | মহমেদান স্পোৰ্টিং ক্লাব, কলিকতা | |
১৯৬৬ | আৰয়ান ক্লাব, কলিকতা | ?-? | মহমেদান স্পোৰ্টিং ক্লাব, কলিকতা | |
১৯৬৭ | পূব ৰেলৱে এছ চি | ?-? | ইচ্ছাপুৰ ৰাইফল ফেক্টৰী, কলিকতা | |
১৯৬৮ | ইষ্ট বেংগল ফুটবল ক্লাব | ১-০ | পূব ৰেলৱে এছ চি | [5] |
১৯৬৯ | মহমেদান স্পোৰ্টিং ক্লাব, কলিকতা | ?-? | ইষ্ট বেংগল ফুটবল ক্লাব | |
১৯৭০ | মহমেদান স্পোৰ্টিং ক্লাব, কলিকতা | ?-? | খিদিৰপুৰ স্পোৰ্টিং ইউনিয়ন | |
১৯৭১ | অসম পুলিছ এ চি, দেৰগাঁও | ?-? | মহমেদান স্পোৰ্টিং ক্লাব, কলিকতা | |
১৯৭২ | ইষ্ট বেংগল ফুটবল ক্লাব | ?-? | ঢাকা একাদশ | [5] |
১৯৭৩ | ইষ্ট বেংগল ফুটবল ক্লাব | ?-? | লীডাৰ্ছ এফ চি, জলন্ধৰ | [5] |
১৯৭৪ | মোহন বাগান এথলেটিক ক্লাব | ২-২,৫-0 | ভাস্কো স্পোৰ্টছ ক্লাব | |
১৯৭৫ | মোহন বাগান এথলেটিক ক্লাব | ?-? | পঞ্জাব একাদশ | |
১৯৭৬ | মোহন বাগান এথলেটিক ক্লাব | ৩-০ | গোৱা একাদশ | |
১৯৭৭ | মোহন বাগান এথলেটিক ক্লাব | ?-? | মহমেদান স্পোৰ্টিং ক্লাব, কলিকতা | |
১৯৭৮ | ইষ্ট বেংগল ফুটবল ক্লাব | ৪-২ | বেংকক প'ৰ্ট অথ'ৰিটি | [5] |
১৯৭৯ | বেংকক প'ৰ্ট অথ'ৰিটি | ?-? | অইল ইণ্ডিয়া এফ চি | |
১৯৮০ | প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল | |||
১৯৮১ | অসম পুলিছ এ চি | ?-? | ডেম্পো স্পোৰ্টছ ক্লাব | |
১৯৮২ | ডেম্পো স্পোৰ্টছ ক্লাব | ১-০ | অসম ৰাইফলছ্ | |
১৯৮৩ | ডেম্পো স্পোৰ্টছ ক্লাব | ১-০ | মহমেদান স্পোৰ্টিং ক্লাব, কলিকতা | |
১৯৮৪ | মোহন বাগান এথলেটিক ক্লাব | ?-? | মাফতলাল এছ চি, বোম্বাই | |
১৯৮৫ | মহমেদান স্পোৰ্টিং ক্লাব, কলিকতা | ?-? | ছালগাওকাৰ স্পোৰ্টছ ক্লাব | |
১৯৮৬ | মহমেদান স্পোৰ্টিং ক্লাব, কলিকতা | ৩-০ | পঞ্জাব ৰাজ্যিক বিদ্যুৎ পৰিষদ | |
১৯৮৭ | খিদিৰপুৰ স্পোৰ্টিং ইউনিয়ন | ?-? | অসম ৰাইফলছ্ | |
১৯৮৮ | অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ | ?-? | অসম পুলিছ | |
১৯৮৯ | এছটেঘলাল এফ চি, তেহৰান | ?-? | ঢাকা মহমেদান স্পোৰ্টিং ক্লাব | |
১৯৯০ | অইল ইণ্ডিয়া এফ চি | ?-? | শ্বিলং একাদশ | |
১৯৯১ | মহমেদান স্পোৰ্টিং ক্লাব, কলিকতা | ১-০ | ইষ্ট বেংগল ফুটবল ক্লাব | |
১৯৯২ | ইষ্ট বেংগল ফুটবল ক্লাব | ১-০ | আবাহনী ক্ৰীড়াচক্ৰ, ঢাকা | [5] |
১৯৯৩ | বেংকক প'ৰ্ট অথ'ৰিটি | ?-? | মোহন বাগান এথলেটিক ক্লাব | |
১৯৯৪ | পঞ্জাব পুলিছ | ?-? | মিজোৰাম একাদশ | |
১৯৯৫ | অসম পুলিছ এ চি | ?-? | উইলিয়ামছন মেগৰ একাডেমী | |
১৯৯৬ | মোহন বাগান এথলেটিক ক্লাব | ২-১ | ইষ্ট বেংগল ফুটবল ক্লাব | |
১৯৯৭ | অসম পুলিছ এ চি | ১-১,৫-৪ [pen] | মিজোৰাম আইজল একাদশ | |
১৯৯৮ | নৰবাখৰ ক্লাব | ১০-১ | টি.আৰ.এ.ইউ., ইম্ফল | |
১৯৯৯ | আসাম ৰেজিমেন্টেল চেন্টাৰ | ২-১ | অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব | |
২০০০ | টাটা ফুটবল একাডেমী | ১-১,৪-৩ [pen] | ২য় অসম বিশেষ সংৰক্ষিত বাহিনী | |
২০০১ | মোহন বাগান এথলেটিক ক্লাব | ৪-০ | ৰাজ প্ৰাচা এছ চি, বেংকক | |
২০০২ | আসাম ৰেজিমেন্টেল চেন্টাৰ | ১-০ | অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব | |
২০০৩ | আসাম ৰেজিমেন্টেল চেন্টাৰ | ৩-০ | অইল ইণ্ডিয়া এফ চি | |
২০০৪ | ব্ৰাডাৰ্ছ ইউনিয়ন, ঢাকা | ০-০,১-০ [aet] | শ্বিলং একাদশ | |
২০০৫ | আসাম ৰেজিমেন্টেল চেন্টাৰ | ২-২,৫-৩ [pen] | ছেইল | |
২০০৬ | অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব | ১-০ | আসাম ৰেজিমেন্টেল চেন্টাৰ | |
২০০৭ | প'ৰ্ট অথ'ৰিটি অফ থাইলেণ্ড | ৩-০ | অ.এন.জি.চি., মুম্বাই | |
২০০৮ | অইল ইণ্ডিয়া এফ চি | ০-০,৩-০ [aet] | অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব | |
২০০৯ | অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব | ৩-২ | নাগালেণ্ড পুলিছ | |
২০১০ | আবাহনী লিমিটেড, ঢাকা | ৩-০ | থ্ৰী ষ্টাৰ ক্লাব, নেপাল | |
২০১১ | ৰয়েল ৱাহিংদহ এফ চি | ২-১ | লাংছিং এফ চি | |
২০১২ | অইল ইণ্ডিয়া এফ চি | ৪-১ | অসম ৰাইফলছ্ | |
২০১৩ | ভৱানীপুৰ এফ চি | ১-০ | আইজল এফ চি | |
২০১৪ | অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব | ২-২,৪-২[pen] | গ্ৰীণ ভেলী এফ চি | |
২০১৫ | প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল | |||
২০১৬ | থ্ৰী ষ্টাৰ ক্লাব | ২-১ | ইষ্ট বেংগল ফুটবল ক্লাব | |
২০১৮ | মহমেদান স্পোৰ্টিং ক্লাব, কলিকতা | ৩-১ | অইল ইণ্ডিয়া এফ চি | [6] |
২০১৯ | অইল ইণ্ডিয়া এফ চি | ২–২ (অইল বিজয়ী পেনাল্টীৰ জৰিয়তে) | অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব | |
২০২০ | প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল | |||
২০২১ | অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ স্প'ৰ্টছ্ ক্লাব | ২-১ | অইল ইণ্ডিয়া এফ চি | |
২০২২ | দিল্লী এফ চি | ১-০ | নাগালেণ্ড পুলিচ | [7] |
২০২৩ | অইল ইণ্ডিয়া এফ চি | ৩-১ | ইউনাইটেড চিৰাং দুৱাৰ এফ চি | [8] |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "New look for Bordoloi Trophy". The Telegraph. http://www.telegraphindia.com/1160812/jsp/northeast/story_102069.jsp। আহৰণ কৰা হৈছে: 18 September 2016.
- ↑ "GSA, GFC bracing up for Bordoloi Trophy". The Assam Tribune. Archived from the original on 15 September 2016. https://web.archive.org/web/20160915093313/http://www.assamtribune.com/scripts/detailsnew.asp?id=sep1016%2Fsports052। আহৰণ কৰা হৈছে: 18 September 2016.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2011-07-27. https://web.archive.org/web/20110727024410/http://www.assamtimes.org/hot-news/4367.html। আহৰণ কৰা হৈছে: 2016-09-23.
- ↑ "16 teams, 4 venues, 1 champion, The 68th edition of Bordoloi Trophy is here". twitter.com. https://twitter.com/BordoloiTrophy/status/1505569026088775680?s=20&t=UK-LIPykDfAWxnsDMIRfwA। আহৰণ কৰা হৈছে: 21 March 2022.
- ↑ 5.0 5.1 5.2 5.3 5.4 "East Bengal Club - Trophy Room". eastbengalclub.co.in. http://eastbengalclub.co.in/trophyroom.html। আহৰণ কৰা হৈছে: 29 June 2021.
- ↑ "Mohammedan SC Cliched Title In The 65th Bordoloi Trophy". Goalie365.com. 9 November 2018. Archived from the original on 9 November 2018. https://web.archive.org/web/20181109024829/http://goalie365.com/show_details.php?article_id=2699%2FMohammedan%20SC%20Cliched%20Title%20In%20The%2065th%20Bordoloi%20Trophy.
- ↑ "Bordoloi Trophy: Delhi FC beat Nagaland 1-0 to clinch trophy". Eastern Mirror. 3 April 2022. https://easternmirrornagaland.com/bordoloi-trophy-delhi-fc-beat-nagaland-1-0-to-clinch-trophy/.
- ↑ "OIL wins Bordoloi Trophy football tournament". thenewsmill.com. 5 April 2023. https://thenewsmill.com/2023/04/oil-wins-bordoloi-trophy-football-tournament/.
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2016-09-24. https://web.archive.org/web/20160924212002/http://www.kolkatasports.com/bharat-ratna-lokapriya-gopinath-bordoloi-trophy-2016.php। আহৰণ কৰা হৈছে: 2016-09-23.