ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১৬-১৭)
অৱয়ব
| # | থিয়েটাৰ (প্ৰযোজক) | নাটক | নাট্যকাৰ | অভিনয়ত |
|---|---|---|---|---|
| ১ | ৰাজমুকুট থিয়েটাৰ (মানস কলিতা) |
বীৰা | চম্পক শৰ্মা | |
| নৰসিংহ | চম্পক শৰ্মা | |||
| চণ্ডাল | ৰাজদ্বীপ | |||
| ২ | থিয়েটাৰ সূৰ্য (মুনীন্দ্ৰ বৰ্মন) |
ত্যাজ্যপুত্ৰ | অভিজিত ভট্টাচাৰ্য | ভৱেশ বৰুৱা, যতীন বৰা, অঞ্জলি ছেত্ৰী, দীপক তালুকদাৰ, মমী ডেকা, সুকুমাৰ, ৰাজীৱ ৰাজনীশ, পদ্ম বৰা, উৎপলজ্যোতি নাথ, প্ৰিয়ংকা বৰুৱা, দিক্ষা সোণোৱাল ইত্যাদি |
| ব'ডীগাৰ্ড | অভিজিত ভট্টাচাৰ্য | |||
| মন্ত্ৰী মহোদয় | অভিজিত ভট্টাচাৰ্য | |||
| ৩ | থিয়েটাৰ শতাব্দী () |
অমানুহ | চম্পক শৰ্মা | |
| ভাই | হিল্লোল কুমাৰ পাঠক | |||
| শেষ ঠিকনা | প্ৰণৱজ্যোতি ভড়ালী | |||
| ৪ | কহিনুৰ থিয়েটাৰ () |
ব্ৰেকিং নিউজ | ৰাজদ্বীপ | বৰষাৰাণী বিষয়া |
| জানোৱাৰ | হেমন্ত দত্ত | |||
| ৰাধা এবাৰ হাঁহি দে | অভিজিত ভট্টাচাৰ্য | |||
| ৫ | থিয়েটাৰ প্ৰাগজ্যোতিষ () |
এখন বিমান এটা লাভষ্ট'ৰী | অভিজিত ভট্টাচাৰ্য | অৰূপ বৈশ্য, সংগীতা, অৰুণ বৰদলৈ, স্নিগ্ধাপ্ৰিয়া, হীৰু বৰঠাকুৰ, হেমন্ত হাজৰিকা, পংকজ বৰ্মন, জোন ডেকা, চম্পক শৰ্মা, দিব্যজ্যোতি শৰ্মা ইত্যাদি |
| দানবীৰ | ৰমা বৰ্মন | |||
| মজনু বলিয়া লায়লা দিৱানী | অৱতাৰ সিং | |||
| ৬ | সুদৰ্শন থিয়েটাৰ (ক্ষীৰোদ খনিকৰ) |
বদমাছ ছোৱালী | অভিজিত ভট্টাচাৰ্য | পৱিত্ৰপ্ৰাণ বৰা, গৌতম নৰীৰুণ, জুনজুন, কল্পনা শৰ্মা, জয়ন্ত জীৱন, দ্বীপেন ভূঞা, হৰ্ষ দাস, বিশাল বৰা, গুণেন শৰ্মা ডন সন্দিকৈ, কিশোৰ, দেৱীমণী ইত্যাদি |
| দস্যুৰাণী | পল চন্দ্ৰ আজাদ | |||
| কোন তুমি? | অৱতাৰ সিং | |||
| ৭ | কামৰূপা থিয়েটাৰ (মানস কলিতা) |
কলংক মচিব কোনে | অৱতাৰ সিং | |
| এই প্ৰেম কাৰ বাবে | বুবু শৰ্মা | |||
| ৮ | আৱাহন থিয়েটাৰ (কৃষ্ণ ৰয়) |
মৰম দিয়া মোক | অভিজিত ভট্টাচাৰ্য | মৃদুল ভূঞা, প্ৰস্তুতি পৰাশৰ, প্ৰয়াসী পৰাশৰ, অৰুণ বৰা, মৃণালদ্বিপ গোস্বামী ৰিতুৰাজ মহন্ত, লাটুমণি ভূঞা, অৰুণ বৰা (কনিষ্ঠ) অৰ্চনা পূজাৰী, ৰাতুল শইকীয়া ইত্যাদি[1] |
| দিছপুৰৰ হাঁহি | অভিজিত ভট্টাচাৰ্য | |||
| মা কালী | অভিজিত ভট্টাচাৰ্য | |||
| ৯ | শৰাইঘাট থিয়েটাৰ (কৃষ্ণানন্দ তামুলী) |
চক্ৰবেহু | অভিজিত ভট্টাচাৰ্য | কুমাৰ দীপ, জ্যোতিকা ভূঞা, পংকজ পূজাৰী, দিব্যজ্যোতি ভৰালী, জয় গোস্বামী, মন বাস্তৱ, পংকুল বৰা, আকাশ কুমাৰ, মুন শইকীয়া, চানু ডেকা, মৃদুলা ইংতিপি, সোণালী কাশ্যপ ইত্যাদি।[2] |
| মহাৰণ | দেৱজিত শৰ্মা | |||
| পণবন্দী | ধ্ৰুৱজ্যোতি শৰ্মা | |||
| ১০ | হেঙুল থিয়েটাৰ () |
বেকাৰ বাহুবলী | ৰাজদীপ | প্ৰসেনজিত, শ্যামন্তিকা শৰ্মা, সঞ্জীৱ শৰ্মা, জীৱন হাতীকাকতী, শংকৰ ৰাজখোৱা, দেৱজিত বৰা, সীমান্ত কাশ্যপ, বৰ্ণালী বৰুৱা, দীপজ্যোতি দাস, বীৰেন ভূঞা, ধ্ৰুৱজ্যোতি ঢেকিয়ালফুকন ইত্যাদি। [2] |
| বনৰীয়া | ৰাজদ্বীপ | |||
| দৰাৰ গাড়ী" | মৃদুল চুতীয়া | |||
| ১১ | বৰদৈচিলা থিয়েটাৰ (নজৰুল ইছলাম) |
কক্ষপথ | সতীশ দাস | ৰাগ ঐনিতম, অংকিতা শইকীয়া, জয়ন্ত দাস, অমৰ মোক্তাৱ, শোভন বৰা, অবিনাশ হাজৰিকা, কাকু কাকতী, অনুপ ডেকা, হিতেশ, পল্লৱী বৰা, মুন শইকীয়া ইত্যাদি [2] |
| অন্য এক দুৰ্যোধন | শ্যাম সুন্দৰ জালান | |||
| কয়দী | অভিজিত ভট্টাচাৰ্য | |||
| ১২ | বৃন্দাবন থিয়েটাৰ (গণেশ ৰায় মেধি (বংকিম)) |
ৰাজ অট্টালিকা | অভিজিত ভট্টাচাৰ্য | বিৰাজ বল্লভ, চিন্ময় কটকী, শ্ৰীমন্ত মাধৱ দত্ত, জিতু বৰা, ইতি ফুকন, কাজল, টিংকু ইত্যাদি [2] |
| ৰোমান্স | অভিজিত ভট্টাচাৰ্য | |||
| ৰজনীগন্ধা | অভিজিত ভট্টাচাৰ্য | |||
| ১৩ | চিৰঞ্জীৱ থিয়েটাৰ () |
সংগীবিহীন | মৃদুল চুতীয়া | মৃদুল চুতীয়া, গায়ত্ৰী মহন্ত, জেফ্ৰী বক্সী, কস্তুৰী ফুকন, দুলুমণি ডেকা, ধৰ্মেন্দ্ৰ নাথ, উৎপল ঠাকুৰীয়া, সত্যব্ৰত বৰুৱা, নিৰঞ্জন, অংকুৰজ্যোতি দাস, পুনম বৰা ইত্যাদি [2] |
| জেতুকা পাতৰ ৰং | হেমন্ত দত্ত | |||
| ধুনীয়া ছোৱালীজনী | অভিজিত ভট্টাচাৰ্য | |||
| ১৪ | বীণাপাণি থিয়েটাৰ (প্ৰণৱ বৰ্মন (পুতু)) |
মৰম-এক যন্ত্ৰণা | অৱতাৰ সিং | ৰমেন তামুলী, পৰেশ হাজৰিকা, সঞ্জীৱ পল, দেৱাশিস শইকীয়া, হোমেশ্বৰ মেধি, পাৰ্থ শৰ্মা, জান বৰা, চন্দ্ৰ হাজৰিকা, বিনীদা দাস, মনীষা বিষয়া, মিছ নেহা, মৌচুমী শৰ্মা ইত্যাদি [1] |
| মাজনিশাৰ অতিথি | জিতেন শৰ্মা | |||
| সেন্দুৰ পিন্ধাব কোনে? | ৰমা বৰ্মন | |||
| ১৫ | ইতিহাস থিয়েটাৰ (অখিল কলিতা) |
চাৰ্কাচৰ ছোৱালী | অভিজিত ভট্টাচাৰ্য | ৰাজকুমাৰ, মুনমী ফুকন, মুকিৰ আহমেদ, জোনালী দেৱী, নাজিমূল ইছলাম, দীপাংকৰ মালাকৰ, ত্ৰৈলোক্য বৰুৱা, কবিতা দুৱৰা হেমাংগ ইত্যাদি [1] |
| জতুগৃহ | হিল্লোল কুমাৰ পাঠক | |||
| দুৰন্ত প্ৰেমিক | অভিজিত ভট্টাচাৰ্য | |||
| ১৬ | ৰাজশ্ৰী থিয়েটাৰ (বৰ্ণালী ডেকা) |
কলংকিনী নায়িকা | অভিজিত ভট্টাচাৰ্য | জুপিতৰা ভূঞা, মুনমী কলিতা, ৰাতুল দাস, ফ্ৰেংকি বৰুৱা, মৃদুল বৰুৱা, হিৰন্ময় বৰুৱা, অঞ্জনজ্যোতি বেজ, চন্দন বৰা, হৰেন গগৈ, দিব্যজ্যোতি ভৰালী, বন্তি চেতিয়া, পৰিষ্মিতা নাথ ইত্যাদি [1] |
| জীৱন সংগ্ৰাম | অভিজিত ভট্টাচাৰ্য | |||
| দহন | চম্পক শৰ্মা | |||
| ১৭ | শংকৰদেৱ থিয়েটাৰ () |
দগাবাজ | দেৱজিত ভূঞা | |
| নিশাৰ উৰুলি | হিল্লোল কুমাৰ পাঠক | |||
| ৰংগীলা বাবু | প্ৰদীপ নিশীথ | |||
| ১৮ | থিয়েটাৰ ভাগ্যদেৱী () |
মুখাগ্নি | চম্পক শৰ্মা | |
| মঙলবৰীয়া প্ৰেম | মৃদুল চুতীয়া | |||
| বেতাল পুলিচ | ৰাজদীপ |
(অসমাপ্ত)
লগতে চাওক
[সম্পাদনা কৰক]- ২০১১ বৰ্ষৰ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা
- ২০১২ বৰ্ষৰ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা
- ২০১৩-১৪ বৰ্ষৰ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা
- ২০১৪-১৫ বৰ্ষৰ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা
- ভ্ৰাম্যমাণ থিয়েটাৰৰ নাট্য তালিকা (২০১৫-১৬)
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]
| ||||||||||||||