মিচিং ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(মিছিং ভাষাৰ পৰা পুনঃনিৰ্দেশিত)
মিচিং
মিচিং–পাদাম–মিনয়ঙ (Mising-Padam-Minyong)
অঞ্চল অসম, অৰুণাচল
জাতীয়তা মিচিং জনগোষ্ঠী
স্থানীয় ভাষিক
e18
ভাষা পৰিয়াল
চীনা-তিব্বতীয়
ভাষা সংকেত
ISO 639-3 mrg
গ্লোটোলগ misi1242[1]

মিচিং ভাষা (Mising) বা ভৈয়ামৰ মিৰি বা তাকাম এক চীনা-তিব্বতীয় টানি ভাষা যি মিচিং লোকে কয়। মিচিং ভাষা প্ৰায় ৫ লাখ লোকে কয় আৰু মিচিং ভাষী লোকৰ বেছিভাগ অসমৰ লখিমপুৰ, শোণিতপুৰ, ধেমাজী, ডিব্ৰুগড়, মাজুলী, শিৱসাগৰ, যোৰহাট, গোলাঘাট, তিনিচুকীয়া জিলাত থাকে। মিচিং আগম কেবাং (Mising Agom Kébang) মিচিং ভাষাৰ ঘাই সাহিত্যিক অনুষ্ঠান।[2]

ভৌগোলিক বিতৰণ[সম্পাদনা কৰক]

মিচিং ভাষী লোক অসম আৰু অৰুণাচল প্ৰদেশত বাস কৰে।[3] মিচিং ভাষী লোক অসমৰ:এই ঠাইসমূহত বাস কৰে:

মিচিং ভাষী লোক অৰুণাচল প্ৰদেশৰ এই ঠাইসমূহত বাস কৰে

  • ডাপ'ৰিজ'
  • পাচিঘাট
  • জিৰ'

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Mising". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/misi1242. 
  2. "মিচিং আগম কেবাঙৰ ৱেবচাইট". https://makassam.org/. 
  3. ethnologue