সাঁচ:আজিৰ আপুনি জানেনে-২৮

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জগন্নাথ বৰুৱা মহাবিদ্যালয়
  • ...যে লক্ষ্যধৰ চৌধুৰীয়ে শিক্ষা আৰু সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল?
  • ...যে মিচিং সকলৰ স্বায়ত্ব শাসন পৰিষদৰ মুখ্য কাৰ্য্যালয় গোগামুখত অৱস্থিত?