সাঁচ:বিশ্বকাপ ক্ৰিকেট দল, ১৯৯৯ (ভাৰত)
অৱয়ব
| ক্ৰ. নং | নাম | জন্ম | বেটিং | বল কৰাৰ কৌশল | তালিকা A দল |
|---|---|---|---|---|---|
| ১ | মহম্মদ আজহাৰুদ্দিন (অধিনায়ক) | ৮ ফেব্ৰুৱাৰী, ১৯৬৩ | সোঁহতীয়া | সোঁহতীয়া মধ্যম বেগী | |
| ২ | সৌৰভ গাঙ্গুলি | ৮ জুলাই, ১৯৭২ | বাঁওহতীয়া | সোঁহতীয়া মধ্যম বেগী | |
| ৩ | অজয় জাদেজা (উপ অধিনায়ক) | ১ ফেব্ৰুৱাৰী, ১৯৭১ | সোঁহতীয়া | সোঁহতীয়া মধ্যম বেগী | |
| ৪ | সদাগোপান ৰমেশ | ১৬ অক্টোবৰ, ১৯৭৫ | বাঁওহতীয়া | সোঁহতীয়া অফ ব্ৰেক | |
| ৫ | ৰাহুল দ্ৰাবিড় | ১১ জানুৱাৰী, ১৯৭৩ | সোঁহতীয়া | সোঁহতীয়া অফ ব্ৰেক | |
| ৬ | ৰবিন সিং | ১৪ ছেপ্তেম্বৰ, ১৯৬৩ | বাঁওহতীয়া | সোঁহতীয়া মধ্যম বেগী | |
| ৭ | অজিত আগাৰকাৰ | ৪ ছেপ্তেম্বৰ, ১৯৭৭ | সোঁহতীয়া | সোঁহতীয়া মধ্যম বেগী | |
| ৮ | অনিল কুম্বলে | ১৭ অক্টোবৰ, ১৯৭০ | সোঁহতীয়া | সোঁহতীয়া অফ ব্ৰেক | |
| ৯ | নয়ন মংগিয়া (কীপাৰ) | ১৯ ডিচেম্বৰ, ১৯৬৯ | সোঁহতীয়া | (উইকেটকীপাৰ) | |
| ১০ | শচীন তেণ্ডুলকাৰ | ২৪ এপ্ৰিল, ১৯৭৩ | সোঁহতীয়া | সোঁহতীয়া লেগ ব্ৰেক | |
| ১১ | ভেংকটেশ প্ৰসাদ | ৫ আগষ্ট, ১৯৬৯ | সোঁহতীয়া | সোঁহতীয়া মধ্যম বেগী | |
| ১২ | নিখিল চৌপ্ৰা | ২৯ ডিচেম্বৰ, ১৯৭৩ | সোঁহতীয়া | সোঁহতীয়া অফ ব্ৰেক | |
| ১৩ | দোবাশীষ মহান্তি | ২০ জুলাই, ১৯৭৬ | সোঁহতীয়া | সোঁহতীয়া মধ্যম বেগী | |
| ১৪ | জভাগল শ্ৰীনাথ | ৩১ আগষ্ট, ১৯৬৯ | সোঁহতীয়া | সোঁহতীয়া মধ্যম বেগী | |
| ১৫ | অময় খোৰানা | ১৮ মে, ১৯৭২ | বাঁওহতীয়া | বাঁওহতীয়া মন্থৰ গতিৰ অৰ্থডক্স |