সাঁচ:ভূপেন হাজৰিকা/চলচ্চিত্ৰপঞ্জী
অৱয়ব
পৰিচালিত চলচিত্ৰ
[সম্পাদনা কৰক]| ছবিৰ নাম! | বৰ্ষ! | ভাষা! | টোকা |
|---|---|---|---|
| এৰা বাটৰ সুৰ | ১৯৫৬ | অসমীয়া | |
| মাহুত বন্ধুৰে | ১৯৫৮ | বঙালী | |
| শকুন্তলা | ১৯৬১ | অসমীয়া | |
| প্ৰতিধ্বনি | ১৯৬৪ | অসমীয়া | |
| লটি-ঘটি | ১৯৬৬ | অসমীয়া | |
| চিক্-মিক্ বিজুলী | ১৯৬৯ | অসমীয়া | |
| ফৰ হুম দ্য ছানৰাইজ | ১৯৭৪ | তথ্যচিত্ৰ | |
| এমুঠি চাউলৰ কাহিনী | ১৯৭৪ | অসমীয়া | তথ্যচিত্ৰ |
| ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আৰু জয়মতী | ১৯৭৬ | অসমীয়া | তথ্যচিত্ৰ |
| থ্ৰ’ মেলডী এণ্ড ৰীডম | ১৯৭৭ | তথ্যচিত্ৰ | |
| মেৰা ধৰম মেৰী মা | ১৯৭৭ | হিন্দী | |
| মন প্ৰজাপতি | ১৯৭৯ | অসমীয়া | |
| এলং দ্য ৰীভাৰ ব্ৰহ্মপুত্ৰ | ১৯৮১ | তথ্যচিত্ৰ | |
| ছিৰাজ | ১৯৮৮ | অসমীয়া | |
| মিৰি-জীয়ৰী | ১৯৮৯ | অসমীয়া | টেলিফিল্ম |
| গিম্পছেছ অৱ দ্য মিষ্টী ইষ্ট | ১৯৯৬ | তথ্যচিত্ৰ |
সংগীত পৰিচালক হিচাপে অসমীয়া চলচিত্ৰ
[সম্পাদনা কৰক]| ছবিৰ নাম! | পৰিচালক! | বৰ্ষ! | টোকা |
|---|---|---|---|
| চিৰাজ | ফনী শৰ্মা | ১৯৪৮ | সঙ্গীত পৰিচালক বিষ্ণুপ্ৰসাদ ৰাভা; সহকাৰী সংগীত পৰিচালক ভূপেন হাজৰিকা। |
| সতী বেউলা | সুনীল গংগোপাধ্যায় | ১৯৪৮ | |
| পিয়লি ফুকন | ফণী শৰ্মা | ১৯৫৫ | |
| ধুমুহা | ফনী শৰ্মা | ১৯৫৭ | |
| কেঁচা সোণ | ফণী শৰ্মা | ১৯৫৯ | |
| পুৱতিনিশাৰ সপোন | ফণী শৰ্মা | ১৯৫৯ | |
| মণিৰাম দেৱান | সৰ্বেশ্বৰ চক্ৰৱৰ্তী | ১৯৬৩ | |
| প্ৰতিধ্বনি | "" | ১৯৬৪ | |
| ভাগ্য (অসমীয়া ডাবিং চিনেমা) | তাৰাচাঁদ বৰজাত্য | ১৯৬৩ | সঙ্গীত পৰিচালক লক্ষ্মীকান্ত-প্যাৰেলাল। গীতৰ অসমীয়া ৰূপান্তৰ ভূপেন হাজৰিকাৰ। |
| লটিঘটি | ... | ১৯৬৬ | |
| চামেলী মেমচাব | আব্দুল মজিদ | ১৯৭৫ | শ্ৰেষ্ঠ সঙ্গীত পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত |
| খোজ | পুলক গগৈ | ১৯৭৫ | |
| কাঁচঘৰ | আব্দুল মজিদ | ১৯৭৫ | |
| পলাশৰ ৰং | জীৱন বৰা | ১৯৭৬ | |
| বনহংস | আব্দুল মজিদ | ১৯৭৭ | |
| বনজুই | আব্দুল মজিদ | ১৯৭৮ | |
| অকণ | গৌৰী বৰ্মন | ১৯৮০ | |
| অপৰূপা | জাহ্নু বৰুৱা | ১৯৮৩ | |
| অংগীকাৰ | প্ৰবীণ বৰা | ১৯৮৫ | |
| যুগে যুগে সংগ্ৰাম | গৌৰী বৰ্মন | ১৯৮৬ | |
| সংকল্প | হেম বৰা | ১৯৮৬ | |
| মা | ভৱেন দাস | ১৯৮৬ | |
| প্ৰতিশোধ | অনিল মিত্ৰ | ১৯৮৭ | |
| ছিৰাজ | ভূপেন হাজৰিকা | ১৯৮৮ | প্ৰথম অসমীয়া ৰি-মেক চিনেমা |
| পানী | প্ৰফুল্ল শইকীয়া | ১৯৯০ | |
| মিৰি জীয়ৰী | "" | ১৯৯০ | দূৰদৰ্শন প্ৰযোজনাৰ |
| প্ৰিয়জন | ৱাইছকুৰ্ণী বৰা | ১৯৯৩ | |
| অশান্ত প্ৰহৰ | শিৱপ্ৰসাদ ঠাকুৰ | ১৯৯৪ | |
| সতী ৰাধিকা | অঞ্জলি দাস | ২০০৪ | চুটি কাহিনী চিত্ৰ |
সংগীত পৰিচালক হিচাপে হিন্দী চলচিত্ৰ
[সম্পাদনা কৰক]| ছবিৰ নাম! | পৰিচালক! | বৰ্ষ! | টোকা |
|---|---|---|---|
| আৰোপ | আত্মাৰাম | ১৯৭৩ | |
| অপেক্ষা | জাহ্নু বৰুৱা | ১৯৮৪ | |
| এক পল | কল্পনা লাজমী | ১৯৮৬ | |
| ৰুদালী | কল্পনা লাজমী | ১৯৯২ | |
| দৰমিয়া | কল্পনা লাজমী | ১৯৯৭ | |
| মিল গেয়া মঞ্জিল মুঝে | লেখ টেণ্ডন | ১৯৯৭ | |
| সাজ | সাই পাৰাঞ্জাপে | ১৯৯৭ | |
| দমন | কল্পনা লাজমী | ২০০০ | |
| গজগামিনী | এম এফ হুছেইন | ২০০১ | |
| কিউ | কল্পনা লজমী | ২০০৩ | |
| চিংগাৰ | কল্পনা লাজমী | ২০০৬ |
সংগীত পৰিচালক হিচাপে বঙালী চলচিত্ৰ
[সম্পাদনা কৰক]| ছবিৰ নাম! | বৰ্ষ! | পৰিচালক! | টোকা |
|---|---|---|---|
| জীবন তৃষ্ণা | অসিত সেন | ১৯৫৭ | |
| কড়ি ও কোমল | অসিত সেন | ১৯৫৭ | |
| জোনাকিৰ আলো | অসিত সেন | ১৯৫৮ | |
| দুই বেচেৰা | “” | ১৯৭৬ | |
| এখানে পিঞ্জৰ | “” | ১৯৭১ | |
| দম্পতি | “” | ১৯৭৬ | |
| মহুয়া | “” | ১৯৭৭ | |
| সীমনা পেৰিয়ে | আলমগীৰ কবিৰ | ১৯৭৬ | |
| নাগিনী কন্যাৰ কাহিনী | “” | ১৯৭৯ | |
| কালী সিঁদূৰ | “” | ১৯৮৪ | |
| কোমল আন্ধাৰ | “” | “” |
সংগীত পৰিচালক হিচাপে আন ভাষাৰ চলচিত্ৰ
[সম্পাদনা কৰক]গ্ৰন্থপঞ্জী
[সম্পাদনা কৰক]| গ্ৰন্থৰ নাম! | বৰ্ষ! | বিষয়! | |
|---|---|---|---|
| সুন্দৰৰ ন দিগন্ত | ১৯৬৭ | প্ৰবন্ধ | |
| সুন্দৰৰ সৰু-বৰ আলিয়েদি | ১৯৮০ | প্ৰবন্ধ | |
| সময়ৰ পখী ঘোঁৰাত উঠি | ১৯৮১ | প্ৰবন্ধ | |
| সহস্ৰজনে মোক প্ৰশ্ন কৰে | ১৯৮৩ | প্ৰবন্ধ | |
| কৃষ্টিৰ পথাৰে পথাৰে | ১৯৯৩ | প্ৰবন্ধ | |
| জ্যোতি ককাইদেউ | ১৯৯৩ | প্ৰবন্ধ | |
| বিষ্ণু ককাইদেউ | ১৯৯৩ | প্ৰবন্ধ | |
| ব’হাগ মাঁথো এটি ঋতু নহয় | ১৯৯৩ | প্ৰবন্ধ | |
| বহ্নিমান লুইতৰ পাৰে পাৰে | ১৯৯৩ | প্ৰবন্ধ | |
| নন্দনতত্বৰ কৰ্মীসকল | ১৯৯৩ | প্ৰবন্ধ | |
| সোঁৱৰণী মোৰ ৰঙালী জীৱনৰ | ১৯৯৩ | প্ৰবন্ধ | |
| সম্পাদকীয় | ১৯৯৩ | প্ৰবন্ধ | |
| মোৰ দেশঃ মোৰ মনৰ কথা | ১৯৯৩ | প্ৰবন্ধ | |
| প্ৰসংগ সুন্দৰৰ | ২০০৬ | প্ৰবন্ধ | |
| জিলিকাব লুইতৰে পাৰ | ১৯৫৫ | গীত সংকলন | |
| সংগ্ৰাম লগ্নে আজি | ১৯৬২ | গীত সংকলন | |
| আগলি বাঁহৰে লাহৰি গগনা | ১৯৬৮ | গীত সংকলন | |
| বহ্নিমান ব্ৰহ্মপুত্ৰ | ১৯৮০ | গীত সংকলন | |
| গীতাৱলী | ১৯৯৩ | গীত সংকলন | |
| দিহিঙে-দিপাঙে | ১৯৭৬ | ভ্ৰমণ কাহিনী | |
| মই এটি যাযাবৰ | ১৯৯৩ | ভ্ৰমণ কাহিনী | |
| ভূপেন মামাৰ গীতে-মাতে অ-আ ক-খ | ১৯৭৬ | শিশুগ্ৰন্থ |