৫২এ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)
Jump to navigation
Jump to search
ৰাষ্ট্ৰীয় ঘাইপথ ৫২এ | ||||
---|---|---|---|---|
পথটোৰ তথ্য | ||||
দৈৰ্ঘ্য: | 57 km (35 mi) | |||
প্ৰধান জংছনসমূহ | ||||
আৰম্ভ: | বান্দৰদেৱা | |||
শেষ: | গহপুৰ | |||
অৱস্থিতি | ||||
ৰাজ্যসমূহ: | অসম, অৰুণাচল প্ৰদেশ | |||
মূল লক্ষ্যস্থানসমূহ: |
ইটানগৰ | |||
প্ৰধান পথ ব্যৱস্থা | ||||
ভাৰতীয় পথ নেটৱৰ্ক
|
৫২এ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 52A ) অৰুণাচল প্ৰদেশৰ বান্দৰদেৱাত আৰম্ভ হৈ অসমৰ গহপুৰত শেষ হৈছে। এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ দৈৰ্ঘ্য হৈছে ৫৭ কিঃমিঃ (৩৫ মাইল)। ইয়াৰে ১৫ কিঃমিঃ (৯.৩ মাইল) অসমত আৰু ৪২ কিঃমিঃ (২৬ মাইল) অৰুণাচল প্ৰদেশত আছে।[1]
লগতে চাওক[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "National Highways Starting and Terminal Stations". Ministry of Road Transport & Highways. http://morth.nic.in/showfile.asp?lid=367। আহৰণ কৰা হৈছে: 2012-12-02.
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
|