ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/জানুৱাৰী-২০২১/উল্লেখনীয় কাম
অৱয়ব
- অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৭,৬৪৫ টালৈ বৃদ্ধি পালে।
- অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৩০৪ খনলৈ বৃদ্ধি পালে।
- ডিচেম্বৰ, ২০২০ মাহত অসমীয়া ৱিকিউৎসত সম্পূৰ্ণ হোৱা গ্ৰন্থৰ তালিকা:
- নিমি-নৱসিদ্ধ সংবাদ (শংকৰদেৱ)
- পচতি (শংকৰদেৱ)
- দেৱজিত (মাধৱ কন্দলি), ১৯১০
- শিক্ষা-বিচাৰ (শৰৎচন্দ্ৰ গোস্বামী), ১৯২৩
- উদ্যোগপৰ্ব্ব (ৰাম সৰস্বতী), ১৯২৭
- আলিবাবা আৰু দুকুৰি ডকাইত (আজলীতৰা নেওগ), ১৯৩১
- আল্লাউদ্দিন আৰু এটি আচৰিত চাকি (আজলীতৰা নেওগ), ১৯৩১
- সিন্দবাদ আৰু সাতোটি জলযাত্ৰা (আজলীতৰা নেওগ), ১৯৩৭
- গণ-বিপ্লৱ (দণ্ডিনাথ কলিতা), ১৯৪৮
- খটাসুৰ বধ আৰু জঙ্ঘাসুৰ বধ (ৰাম সৰস্বতী), ১৯৪৯
- পেৰিছত এসপ্তাহ আৰু অসম (জয়ন্ত কুমাৰ শৰ্মা), ২০০৬
- একুৰি এটা গল্প (প্ৰণামিকা অধিকাৰী), ২০১০