বৰপেটা (লোকসভা সমষ্টি)
অৱয়ব
(Barpeta (Lok Sabha constituency)ৰ পৰা পুনঃনিৰ্দেশিত)
বৰপেটা লোকসভা সমষ্টি (ইংৰাজী: Barpeta Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
বিধানসভাৰ সমষ্টিসমূহ
[সম্পাদনা কৰক]লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে[1]
| সমষ্টিৰ ক্ৰমিক নং | সমষ্টিৰ নাম | (অনুসূচিত জাতি/অনুসূচিত জনজাতি)ৰ বাবে সংৰক্ষিত | জিলা | ভোটাৰ (২০১১)[2] |
|---|---|---|---|---|
| ৩২ | বঙাইগাঁও বিধানসভা সমষ্টি | নহয় | বঙাইগাঁও | ১৪৪,৪৮৪ |
| ৩৪ | অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টি | নহয় | বঙাইগাঁও | ১২৫,৩০৪ |
| ৩৫ | অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টি | অনুসূচিত জাতি | বঙাইগাঁও | ১৪৫,৯২৫ |
| ৪২ | পাটছাৰকুছি বিধানসভা সমষ্টি | নহয় | বৰপেটা | ১২৪,৯৯৩ |
| ৪৩ | বৰপেটা বিধানসভা সমষ্টি | নহয় | বৰপেটা | ১৫৪,৩৪৩ |
| ৪৪ | জনিয়া বিধানসভা সমষ্টি | নহয় | বৰপেটা | ১৩৬,৯৩৯ |
| ৪৫ | বাঘবাৰ বিধানসভা সমষ্টি | নহয় | বৰপেটা | ১০৮,০৭৬ |
| ৪৬ | সৰুক্ষেত্ৰী বিধানসভা সমষ্টি | নহয় | বৰপেটা | ১৪৯,৫৪৭ |
| ৪৭ | চেঙা বিধানসভা সমষ্টি | নহয় | বৰপেটা | ১০৫,৪৮২ |
| ৬১ | ধৰ্মপুৰ বিধানসভা সমষ্টি | নহয় | নলবাৰী | ১২৭,০০৫ |
লোকসভাৰ সদস্যসকল
[সম্পাদনা কৰক]| ক্ৰম | বৰ্ষ | প্ৰাৰ্থী | দল |
|---|---|---|---|
| ১ | ১৯৫১ | বেলি ৰাম দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২ | ১৯৬২ | ৰেণুকা দেৱী বৰকটকী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৩ | ১৯৬৭ | ফকৰুদ্দিন আলি আহমেদ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৪ | ১৯৭১ | ফকৰুদ্দিন আলি আহমেদ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৫ | ১৯৭৭ | ইছমাইল হুচেইন খান | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৬ | ১৯৯১ | উদ্ধৱ বৰ্মন | কমিউনিষ্ট পাৰ্টী অফ ইণ্ডিয়া |
| ৭ | ১৯৯৬ | উদ্ধৱ বৰ্মন | কমিউনিষ্ট পাৰ্টী |
| ৮ | ১৯৯৮ | এ এফ গুলাম ওচমানি | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৯ | ১৯৯৯ | এ এফ গুলাম ওচমানি | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১০ | ২০০৪ | এ এফ গুলাম ওচমানি | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১১ | ২০০৯ | ইছমাইল হুচেইন | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১২ | ২০১৪ | চিৰাজুদ্দিন আজমল[3] | এ আই ইউ ডি এফ |
| ১৩ | ২০১৯ | আব্দুল খালেক | ভাৰতীয় জাতীয় কংগ্ৰেছ |
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-05.
- ↑ "General Election to Assam Legislative Assembly, 2011 - Male, Female wise breakup of General Elector, Service Elector & Polling Stations in each Assembly Constituency". Chief Electoral Officer, Assam website. http://ceoassam.nic.in/GE/AE-2011/Gen_Elector-%20Ser_Electora%20with%20PS-1st%20&%202nd%20Phase.pdf.
- ↑ "GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014". ELECTION COMMISSION OF INDIA. 16 May, 2014. Archived from the original on 2014-05-19. https://web.archive.org/web/20140519232600/http://eciresults.nic.in/ConstituencywiseS036.htm?ac=6। আহৰণ কৰা হৈছে: 7 জুন 2014.
| ||||||||||||||||