সমললৈ যাওক

ব্ৰহ্মপাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Brahma Palaৰ পৰা পুনঃনিৰ্দেশিত)
Part of a series on the
কামৰূপৰ ইতিহাস
ৰজাসকল আৰু ঘটনাৱলীসমূহ

ব্ৰহ্মপাল (ইংৰাজী: Brahma Pala) হৈছে কামৰূপ ৰাজ্যৰ পাল ৰাজবংশৰ প্ৰতিষ্ঠাপক।[1] শালস্তম্ভ বংশৰ শেষ ৰজা ত্যাগসিংহৰ কোনো সতি-সন্ততি নাছিল। সেয়ে শালস্তম্ভ বংশ লোপ পাইছিল। প্ৰজাবিলাকে পুৰণি নৰক বংশীয় কোঁৱৰ ব্ৰহ্মপালক ৰজা মনোনীত কৰিছিল।[2] এওঁ ৯০০ খ্ৰীষ্টাব্দৰ পৰা ৯২০ খ্ৰীষ্টাব্দলৈ কামৰূপ ৰাজ্যত ৰাজত্ব কৰিছিল। তেওঁ কুলদেৱীক বিয়া কৰাইছিল। ইয়াৰ পিছত তেওঁলোকৰে পুত্ৰ ৰত্নপালে ব্ৰহ্মপালৰ উত্তৰাসুৰী হিচাপে ৰাজ সিংহাসনত বহিছিল।

লগতে চাওক

[সম্পাদনা কৰক]


তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Choudhury, P. C, The History of Civilization of the People of Assam to the Twelfth Century A.D 
  2. ভূপেন্দ্ৰ নাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা, লয়াৰ্ছ বুক স্টল. পৃষ্ঠা. ২১. 

লগতে পঢ়ক

[সম্পাদনা কৰক]
  • Vasu, Nagendranath (1922). The Social History of Kamarupa. 
  • Tripathi, Chandra Dhar (2008). Kamarupa-Kalinga-Mithila politico-cultural alignment in Eastern India : history, art, traditions. Indian Institute of Advanced Study. পৃষ্ঠা. 197. 
  • Wilt, Verne David (1995). Kamarupa. V.D. Wilt. পৃষ্ঠা. 47. 
  • Majumdar, Ramesh Chandra (1977). Ancient India. Motilal Banarsidass Publications. পৃষ্ঠা. 538. 
  • Kapoor, Subodh (2002). Encyclopaedia of ancient Indian geography. Cosmo Publications. পৃষ্ঠা. 364. 
  • Sen, Sailendra Nath (1999). Ancient Indian History and Civilization. New Age International. পৃষ্ঠা. 668. 
  • Kapoor, Subodh (2002). The Indian encyclopaedia: biographical, historical, religious,administrative, ethnological, commercial and scientific. Genesis Publishing Pvt Ltd. পৃষ্ঠা. 320. 
  • Sarkar, Ichhimuddin (1992). Aspects of historical geography of Pragjyotisha-Kamarupa (ancient Assam). Naya Prokash. পৃষ্ঠা. 295. 
  • Deka, Phani (2007). The great Indian corridor in the east. Mittal Publications. পৃষ্ঠা. 404. 
  • Pathak, Guptajit (2008). Assam's history and its graphics. Mittal Publications. পৃষ্ঠা. 211. 
  • Samiti, Kamarupa Anusandhana (1984). Readings in the history & culture of Assam. Kamrupa Anusandhana Samiti. পৃষ্ঠা. 227.