লগান
অৱয়ব
(Lagaanৰ পৰা পুনঃনিৰ্দেশিত)
লগান (অসমীয়া: খাজনা, হিন্দী: लगान) হৈছে ২০০১ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দি চলচ্চিত্ৰ। আশুতোষ গোৱাৰিকৰৰ দ্বাৰা পৰিচালিত ছবিখনত মুখ্য ভূমিকা ৰুপায়ন কৰিছিল আমিৰ খান আৰু গ্ৰেছী সিঙে।
| লগান: ৱাঞ্চ আপন এ টাইম ইন ইণ্ডিয়া | |
|---|---|
| পৰিচালক | আশুতোষ গোৱাৰিকৰ |
| ৰচনা | K. P. Saxena (হিন্দী সংলাপ) আশুতোষ গোৱাৰিকৰ (ইংৰাজী সংলাপ) |
| চিত্ৰনাট্য | আশুতোষ গোৱাৰিকৰ San |
| কাহিনী | আশুতোষ গোৱাৰিকৰ |
| প্ৰযোজক | আমিৰ খান |
| অভিনয়ত |
|
| সূত্ৰধাৰ | অমিতাভ বচ্চন |
| চিত্ৰগ্ৰহণকাৰী | অনিল মেহতা |
| সম্পাদনা | Ballu Saluja |
| সংগীত পৰিচালক | এ. আৰ. ৰহমান |
প্ৰযোজনা কোম্পানী |
আমিৰ খান প্ৰডাকচন |
| পৰিবেশক | Sony Pictures Networks Zee Network |
মুক্তি |
১৫ জুন ২০০১ |
দৈৰ্ঘ্য |
২২৪ মিনিট |
| দেশ | ভাৰত |
| ভাষা | হিন্দী |
| বাজেট | ₹২৫ কোটি |
| সৰ্বমুঠ আয় | ₹৬৮.৬৮ কোটি |
লগানে আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱবিলাকত সমালোচকৰ প্ৰশংসা লাভ কৰিছিল আৰু ইয়াৰ লগতে ছবিখনে অনেক বঁটা লাভ কৰিছিল। লগান অস্কাৰ বঁটালৈ মনোনীত হোৱা তৃতীয় ভাৰতীয় চলচ্চিত্ৰ ৰূপে পৰিগণিত হ'ল।