শিলচৰ (লোকসভা সমষ্টি)
অৱয়ব
(Silchar (Lok Sabha constituency)ৰ পৰা পুনঃনিৰ্দেশিত)
শিলচৰ লোকসভা সমষ্টি (ইংৰাজী: Silchar Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।
বিধানসভাৰ সমষ্টিসমূহ
[সম্পাদনা কৰক]শিলচৰ লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে[1]:
| ক্ৰম | সমষ্টিৰ নাম | অনুসূচিত জাতি/ জনজাতিৰ বাবে সংৰক্ষিত | জিলা |
|---|---|---|---|
| ১ | ৯, শিলচৰ বিধানসভা সমষ্টি | নহয় | কাছাৰ |
| ২ | ১০, সোণাই বিধানসভা সমষ্টি | নহয় | কাছাৰ |
| ৩ | ১১, ধলাই বিধানসভা সমষ্টি | অনুসূচিত জাতি | কাছাৰ |
| ৪ | ১২, উদাৰবন্দ বিধানসভা সমষ্টি | নহয় | কাছাৰ |
| ৫ | ১৩, লক্ষীপুৰ বিধানসভা সমষ্টি | নহয় | কাছাৰ |
| ৬ | ১৪, বৰখলা বিধানসভা সমষ্টি | নহয় | কাছাৰ |
| ৭ | ১৫, কাটিগড়া বিধানসভা সমষ্টি | নহয় | কাছাৰ |
লোক সভাৰ সদস্য
[সম্পাদনা কৰক]আৰম্ভণিৰেপৰা বৰ্তমানলৈ শিলচৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা সদস্যসকলৰ নাম তলত উল্লেখ কৰা হ'ল।[2]
| ক্ৰম | বৰ্ষ | প্ৰাৰ্থী | দল |
|---|---|---|---|
| ১ | ১৯৭৭ | ৰছিদা চৌধুৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২ | ১৯৮০ | সন্তোষ মোহন দেৱ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৩ | ১৯৮৪ | সন্তোষ মোহন দেৱ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৪ | ১৯৮৯ | সন্তোষ মোহন দেৱ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৫ | ১৯৯১ | কবীন্দ্ৰ পুৰকায়স্থ | ভাৰতীয় জনতা পাৰ্টি |
| ৬ | ১৯৯৬ | সন্তোষ মোহন দেৱ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৭ | ১৯৯৮ | কবীন্দ্ৰ পুৰকায়স্থ | ভাৰতীয় জনতা পাৰ্টি |
| ৮ | ১৯৯৯ | সন্তোষ মোহন দেৱ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৯ | ২০০৪ | সন্তোষ মোহন দেৱ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১০ | ২০০৯ | কবীন্দ্ৰ পুৰকায়স্থ | ভাৰতীয় জনতা পাৰ্টী |
| ১১ | ২০১৪ | সুস্মিতা দেৱ[3] | ভাৰতীয় জাতীয় কংগ্ৰেছ |
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf। আহৰণ কৰা হৈছে: 2008-10-05.
- ↑ http://164.100.47.132/LssNew/members/lokprev.aspx
- ↑ [hhttp://eciresults.nic.in/ConstituencywiseS032.htm?ac=2 "GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014"]. ELECTION COMMISSION OF INDIA. 16 May, 2014. hhttp://eciresults.nic.in/ConstituencywiseS032.htm?ac=2। আহৰণ কৰা হৈছে: 7 জুন 2014.
| ||||||||||||||||