৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত): বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Content deleted Content added
No edit summary |
|||
19 নং শাৰী: | 19 নং শাৰী: | ||
}} |
}} |
||
'''৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ''' ({{lang-en|National Highway 37}}) এটা [[ভাৰত]]ৰ অন্তৰ্গত [[National Highway (India)|ৰাষ্ট্ৰীয় ঘাইপথ]] যিটোৱে [[অসম |
'''৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ''' ({{lang-en|National Highway 37}}, চমুকৈ NH 37) এটা [[ভাৰত]]ৰ অন্তৰ্গত [[:en:National Highway (India)|ৰাষ্ট্ৰীয় ঘাইপথ]] যিটোৱে [[অসম]] ৰাজ্যৰ বহুকেইখন জিলাৰ মাজেৰে অতিক্ৰম কৰিছে। পথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ৬৮০ কিলোমিটাৰ। <ref>{{cite web| url =http://www.nhai.org/nh.asp | title = National Highways and their lengths| accessdate = 2009-02-12 | work = | publisher =National Highways Authority of India }}</ref> |
||
== পথ == |
== পথ == |
||
[[৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ]]ৰপৰা [[৩১ বি নং ৰাষ্ট্ৰীয় ঘাইপথ]] নামেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰম্ভ হৈছে। ই [[গোৱালপাৰা]]ত [[ব্ৰহ্মপুত্ৰ|ব্ৰহ্মপুত্ৰ নদী]] পাৰ হৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে গোটেই অসমজুৰি বৃস্তিত হৈ আছে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো [[গুৱাহাটী]] (ইয়াৰপৰা ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা শাখা [[শ্বিলং]]লৈ গৈছে), [[নগাঁও]] (ইয়াৰপৰা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা শাখা [[ডিমাপুৰ]]লৈ গৈছে), [[যোৰহাট]], [[শিৱসাগৰ]], [[ডিব্ৰুগড়]] আৰু [[তিনিচুকীয়া]] মাজেদি পাৰ হৈ গৈছে। ইয়াৰ উপৰিও [[অসম]]ৰ [[কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান]]ৰ মাজেদি পাৰ হৈ গৈছে। |

==তথ্য সংগ্ৰহ== |
==তথ্য সংগ্ৰহ== |
||
{{reflist}} |
{{reflist}} |
||
== বাহ্যিক সংযোগ== |
== বাহ্যিক সংযোগ== |
11:54, 26 December 2012ৰ সংস্কৰণ
ৰাষ্ট্ৰীয় ঘাইপথ 37 | |
---|---|
নীলা ৰঙেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো মানচিত্ৰত দেখুওৱা হৈছে | |
পথ তথ্য | |
দৈৰ্ঘ্য | সাঁচ:Convert/LoffAoffDxSoff) |
Major junctions | |
পশ্চিম end | গোৱালপাৰা, অসম |
পূব end | তিনিচুকীয়া, অসম |
Location | |
States | অসম |
Primary destinations | গোৱালপাৰা - গুৱাহাটী - যোৰহাট - মাকুম - চৈখোৱাঘাট |
Highway system | |
ভাৰতীয় পথ নেটৱৰ্ক ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক Lua error in package.lua at line 80: module 'Module:Road data/parser/sandbox' not found. |
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 37, চমুকৈ NH 37) এটা ভাৰতৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথ যিটোৱে অসম ৰাজ্যৰ বহুকেইখন জিলাৰ মাজেৰে অতিক্ৰম কৰিছে। পথটোৰ মুঠ দৈৰ্ঘ্য হৈছে ৬৮০ কিলোমিটাৰ। [1]
পথ
৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা ৩১ বি নং ৰাষ্ট্ৰীয় ঘাইপথ নামেৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰম্ভ হৈছে। ই গোৱালপাৰাত ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে গোটেই অসমজুৰি বৃস্তিত হৈ আছে। ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো গুৱাহাটী (ইয়াৰপৰা ৪০ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা শাখা শ্বিলংলৈ গৈছে), নগাঁও (ইয়াৰপৰা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা শাখা ডিমাপুৰলৈ গৈছে), যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় আৰু তিনিচুকীয়া মাজেদি পাৰ হৈ গৈছে। ইয়াৰ উপৰিও অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি পাৰ হৈ গৈছে।
তথ্য সংগ্ৰহ
- ↑ "National Highways and their lengths". National Highways Authority of India. http://www.nhai.org/nh.asp। আহৰণ কৰা হৈছে: 2009-02-12.
বাহ্যিক সংযোগ
- [1] National Highway No.37—Goalpara-Saikhoa Ghat map] at MapsOfIndia.com
|