অষ্ট্ৰেলিয়া (মহাদেশ)
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
| মাটিকালি | 8,468,300 km2 (3,269,600 sq mi) |
|---|---|
| জনসংখ্যা | ~31,260,000 |
| জন. ঘনত্ব | ~ 3.7/km2 |
| বাসিন্দা | অষ্ট্ৰেলিয়ান |
| দেশসমূহ | 3 (অষ্ট্ৰেলিয়া, পাপুৱা নিউগিনি আৰু ইণ্ডোনেছিয়াৰ কিছু অংশ) |
| ভাষাসমূহ | ইংৰাজী, ইণ্ডোনেছিয়, টক পিচিন, হিৰি মটো, 269 টা দেশীয় পাপুৱান আৰু অষ্ট্ৰেনাছিয়ান ভাষা, আৰু প্ৰায় 70 টা দেশীয় অষ্ট্ৰেলিয়ান ভাষা |
| সময় অঞ্চলসমূহ | GMT+10, GMT+9.30, GMT+8 |
| ইন্টাৰনেট TLD | .au, .pg আৰু .id |
| বৃহত্তম নগৰসমূহ |
তালিকা
|
অষ্ট্ৰেলিয়া পৃথিৱীৰ সাত মহাদেশৰ ভিতৰত আটাইতকৈ সৰু মহাদেশ। অষ্ট্ৰেলিয়া, পাপুৱা নিউগিনি আৰু ইণ্ডোনেছিয়াৰ পাপুৱা আৰু পশ্চিম পাপুৱা প্ৰদেশক লৈ গঠিত এই মহাদেশখনৰ মাটিকালি 8,468,300 বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা 31,260,000।
নিউজিলেণ্ড অষ্ট্ৰেলিয়া মহাদেশৰ অন্তৰ্ভূক্ত নহয়, কিয়নো ই অষ্ট্ৰেলিয়া মহাদেশ থকা কন্টিনেণ্টেল চেল্ফ (ইংৰাজী: Continental shelf) খনত অৱস্থান কৰা নাই। নিউজিলেণ্ড সাগৰৰ তলত ডুবি থকা মহাদেশ (ইংৰাজী: Submerged continent) "জিলেণ্ডিয়া"-ৰ অন্তৰ্গত।[1]
[সম্পাদনা কৰক] ৰাষ্ট্ৰসমূহ
অষ্ট্ৰেলিয়া
পাপুৱা নিউগিনি
ইণ্ডোনেছিয়াৰ পাপুৱা আৰু পশ্চিম পাপুৱা প্ৰদেশ
[সম্পাদনা কৰক] চহৰসমূহ
জনসংখ্যা অনুসৰি অষ্ট্ৰেলিয়া মহাদেশৰ বৃহত্তম নগৰসমূহ:
- চিডনী (অষ্ট্ৰেলিয়া)
- মেলবৰ্ণ (অষ্ট্ৰেলিয়া)
- ব্ৰিচবেন (অষ্ট্ৰেলিয়া)
- পাৰ্থ (অষ্ট্ৰেলিয়া)
- এডিলেইড (অষ্ট্ৰেলিয়া)
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑ Keith Lewis; Scott D. Nodder and Lionel Carter (2007-01-11). "Zealandia: the New Zealand continent". Te Ara – the Encyclopedia of New Zealand. http://www.teara.govt.nz/EarthSeaAndSky/OceanStudyAndConservation/SeaFloorGeology/1/en. Retrieved 2007-02-22.
|
|
|||||