আমেৰিকা (মহাদেশ)
অসমীয়া ৱিকিপিডিয়াৰ পৰা
| মাটিকালি | 42,549,000 km2 |
|---|---|
| জনসংখ্যা | 910,720,588 (July 2008 est.) |
| জন. ঘনত্ব | 21/km2 (55/sq mi) |
| বাসিন্দা | আমেৰিকান |
| দেশসমূহ | 35 |
| অধীনস্থ অঞ্চলসমূহ | 23 List of sovereign states and dependent territories in the Americas |
| ভাষাসমূহ | স্পেনিছ, ইংৰাজী, পৰ্টুগীছ, ফৰাছী, কেচুয়া, হাইতীয় ক্ৰেওল, গৌৰানি, আইমাৰা, ওলন্দাজ আৰু অন্যান্য |
| সময় অঞ্চলসমূহ | UTC-10 ৰ পৰা UTC লৈ |
আমেৰিকা মহাদেশ, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশক লৈ গঠিত এক সুবৃহৎ অঞ্চল। ইয়াৰ এফালে প্ৰশান্ত মহাসাগৰ আৰু অন্যফালে আটলান্টিক মহাসাগৰ অৱস্থিত।
এই অঞ্চলৰ সময় অঞ্চল UTC-10 ৰ পৰা UTC লৈ।
ৰাষ্ট্ৰসমূহ [সম্পাদনা কৰক]
CIA political map of the Americas in Lambert azimuthal equal-area projection
তথ্যসূত্ৰ [সম্পাদনা কৰক]
বহিঃসংযোগ [সম্পাদনা কৰক]
- United Nations population data by latest available Census: 2008-2009
- Organization of American States
- Council on Hemispheric Affairs
|
|
|||||