প্ৰশান্ত মহাসাগৰ

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
প্ৰশান্ত মহাসাগৰ

প্ৰশান্ত মহাসাগৰ (ইংৰাজী: Pacific Ocean; লেটিন: Mare Pacificu ) হৈছে পৃথিৱীৰ বৃহত্তম মহাসাগৰ। ই দক্ষিণে এন্টাৰ্কটিকা পৰ্যন্ত বিস্তৃত; পশ্চিমে এছিয়া আৰু অষ্ট্ৰেলিয়া আবৰা; আৰু ইয়াৰ পূবত আছে দুই আমেৰিকা মহাদেশ। প্ৰশান্ত মহাসাগৰ আয়তন ১৬৫.২ মিলিয়ন বৰ্গকিলোমিটাৰ (৬৪.১ মিলিয়ন বৰ্গমাইল), যি পৃথিৱী পৃষ্ঠৰ প্ৰায় ৩২%, সমস্ত জলভাগৰ ৪৬%। এয়া পৃথিৱীৰ সমস্ত ভূ-ভাগৰ আয়তনতকৈ অধিক।[1]

বিষুব ৰেখাই প্ৰশান্ত মহাসাগৰক দুভাগত বিভক্ত কৰিছে: উত্তৰে উত্তৰ প্ৰশান্ত মহাসাগৰ আৰু দক্ষিণে দক্ষিণ প্ৰশান্ত মহাসাগৰ[2]


[সম্পাদনা কৰক] তথ্যসূত্ৰ

  1. Pacific Ocean". Encyclopædia Britannica. 2006. Chicago: Encyclopædia Britannica, Inc.
  2. International Hydrographic Organization (1953). "Limits of Oceans and Seas, 3rd edition". Monte Carlo, Monaco: International Hydrographic Organization. http://www.iho-ohi.net/iho_pubs/standard/S-23/S23_1953.pdf. Retrieved 12 June 2010. 


ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত