কয়লা

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা


কয়লা
গেদীয় Rock
Coal anthracite.jpg
এনথ্ৰাচাইট কয়লা
Composition
কাৰ্বন
ছালফাৰ,
হাইড্ৰ'জেন,
অক্সিজেন,
নাইট্ৰ'জেন
কয়লাৰ ৰাসায়নিক গঠনৰ উদাহৰণ

কয়লা হৈছে ভূমিৰ অন্তৰ্ভাগৰ স্তৰত পোৱা দহন এক গেদীয় শিল। ইয়াক মূলতঃ ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয়। মুঠ উৎপাদিত শক্তিৰ ৩৫-৪০% কয়লাৰ পৰা আহে। কয়লা প্ৰধানকৈ কাৰ্বনৰ দ্বাৰা নিৰ্মিত হয় আৰু তাৰ লগতে হাইড্ৰ্'জেন, ছালফাৰ, অক্সিজেন আৰু নাইট্ৰ'জেনও কিছু পৰিমাণে থাকে। বেলেগ বেলেগ প্ৰকাৰৰ কয়লাত কাৰ্বনৰ পৰিমাণো ভিন্ন।

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত