ডলফিন ফিল্মছ প্ৰাইভেট লিমিটেড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডলফিন ফ্লিমছ প্ৰাইভেট লিমিটেড
ধৰণ ব্যক্তিগত কোম্পানী
উদ্যোগ বিনোদন
প্ৰতিষ্ঠাতা জাহ্নু বৰুৱা
মুখ্য কাৰ্যালয় মুম্বাই, ভাৰত
নেতৃস্থানীয় ব্যক্তিত্ব জাহ্নু বৰুৱা
মঞ্জুল বৰুৱা
পণ্য চলচ্চিত্ৰ
সংগীত
স্বত্বাধিকাৰী জাহ্নু বৰুৱা
ৱেবছাইট www.dolphinfilmsindia.com

ডলফিন ফ্লিমছ প্ৰাইভেট লিমিটেড (ইংৰাজী: Dolphin Films Private Limited) প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ দ্বাৰা প্ৰতিষ্ঠাপিত এটা চলচ্চিত্ৰ কোম্পানী। এই কোম্পানীটোৱে বৰ্তমানলৈকে বহুতো চলচ্চিত্ৰ নিৰ্মাণ কৰিছে যিবোৰে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত বহুতো পুৰস্কাৰ লাভ কৰিব সক্ষম হৈছে।[1]

নিৰ্মাণ কৰা চলচ্চিত্ৰসমূহ[সম্পাদনা কৰক]

বৰ্ষ শিৰোনাম উপশিৰোনাম পুৰস্কাৰসমূহ
১৯৮২ অপৰূপা শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ
১৯৮৬ পাপৰি
১৯৮৮ হালধীয়া চৰায়ে বাওধান খায় The Catastrophy শ্ৰেষ্ঠ নিৰ্বাচিত চলচ্চিত্ৰ
১৯৯০ বনানি The Forest পৰিবেশ বিষয়ক শ্ৰেষ্ঠ চলচ্চিত্ৰ
১৯৯২ ফিৰিঙতি The Spark দ্বিতীয় শ্ৰেষ্ঠ নিৰ্বাচিত চলচ্চিত্ৰ
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা - শ্ৰেষ্ঠ অভিনেত্ৰী: মলয়া গোস্বামী
১৯৯৫ সাগৰলৈ বহু দূৰ It’s a long way to the ses শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ
GETZ Prize (31st Chicago Interntnl. Film Festival)
Pri Do Public Award (Best Film:Nantes Film festival, France)
১৯৯৮ কুশল The Prince of Freedom শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ
১৯৯৯ পখী And the River Flows শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ
২০০৩ কণিকাৰ ৰামধেনু Ride on the Rainbow শ্ৰেষ্ঠ আঞ্চলিক চলচ্চিত্ৰ
২০০৩ তৰা Tora’s Love ৰাষ্ট্ৰীয় পুৰস্কাৰ - শ্ৰেষ্ঠ শিশু চলচ্চিত্ৰ

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]