জাহ্নু বৰুৱা
| জাহ্নু বৰুৱা | |
|---|---|
| জন্ম | ১৭ অক্টোবৰ ১৯৫২ শিৱসাগৰ, অসম, ভাৰত |
| পেচা | চলচ্চিত্ৰ পৰিচালক |
| ৱেবছাইট | |
| www.jahnubarua.com | |
জাহ্নু বৰুৱা একাধিক দেশী-বিদেশী পুৰস্কাৰ তথা সন্মানেৰে বিভুষিত এগৰাকী স্বনামধন্য অসমীয়া বোলছবি পৰিচালক। তেখেতে অসমীয়া আৰু হিন্দী ভাষাত কেবাখনো বহুচৰ্চিত বোলছবি পৰিচালনা কৰিছে।
সূচী |
[সম্পাদনা কৰক] জন্ম
জাহ্নু বৰুৱাৰ জন্ম হয় ১৯৫২ চনৰ ১৭ অক্টোবৰত শিৱসাগৰত। পিতৃ দেৱেশ্বৰ বৰুৱা আৰু মাতৃ গুণৱতী বৰুৱা।
[সম্পাদনা কৰক] শিক্ষা
[সম্পাদনা কৰক] কৰ্মৰাজী
| বৰ্ষ | ছবিৰ নাম | ভাষা | ইংৰাজী নাম | সন্মান তথা স্বীকৃতি |
|---|---|---|---|---|
| ১৯৮২ | অপৰূপা | অসমীয়া, হিন্দী (হিন্দী নাম: अपेक्षा) | Expectation |
অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৮৩) |
| ১৯৮৬ | পাপৰি | অসমীয়া | ||
| ১৯৮৭ | হালধীয়া চৰায়ে বাওধান খায় | অসমীয়া | The Catastrophe | শ্ৰষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বটাঁ (১৯৮৭) লোকাৰ্ণো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ- চিলভাৰ লিওপাৰ্ড; বৰ্ল্ড ইকোমেনিকাল এৱাৰ্ড; চিটিজেন্চ প্ৰাইজ; শ্ৰেষ্ঠ অভিনেতা (ইন্দ্ৰ বনিয়া) |
| ১৯৯০ | বনানি | অসমীয়া | The Forest | শ্ৰেষ্ঠ পাৰিপাৰ্শ্বিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯০) |
| ১৯৯২ | ফিৰিঙতি | অসমীয়া | The Spark | দ্বিতীয় শ্ৰষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯২) শ্ৰেষ্ঠ অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯২, মলয়া গোস্বামী) |
| ১৯৯৫ | সাগৰলৈ বহু দুৰ | অসমীয়া | It's a Long Way to the Sea | শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯৫) অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯৫) |
| ১৯৯৮ | কুশল | অসমীয়া | The Price of Freedom | অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯৮) |
| ২০০০ | পখী | অসমীয়া | And the River Flows | অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯৯) |
| ২০০৩ | কণিকাৰ ৰামধেনু | অসমীয়া | Ride on the Rainbow | অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (২০০২) |
| ২০০৪ | তৰা | অসমীয়া | Tora's Love | শ্ৰেষ্ঠ শিশু ছবিৰ ৰাষ্ট্ৰীয় বঁটা (২০০৪) |
| ২০০৫ | মেইনে গান্ধীকো নেঁহি মাৰা | হিন্দী | I did not kill Gandhi | ফুকোকা ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেল- কোডাক ভিজন এৱাৰ্ড মুম্বাই ইন্টাৰনেচনেল ফিল্ম ফেষ্টিভেল- ইন্টাৰনেচনেল ফিপৰেস্কি এৱাৰ্ড (২০০৫) |
| ২০১০ | মুম্বাই কাটিং | হিন্দী |
[সম্পাদনা কৰক] প্ৰযোজনা স্তৰত থকা ছবিসমূহ
- হৰপল
- হ’মিং পিজিয়ন্চ
- বাটাৰফ্লাই ছেচ
- কপাৰ ৰিং
- হিণ্ডোল
[সম্পাদনা কৰক] তথ্যসমল