অজয় কুমাৰ দত্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অজয় কুমাৰ দত্ত
জন্ম অসম, ভাৰত
পেচা সমাজ সেৱক
জনা যায় সমাজ সেৱা
বঁটা, সন্মান, পুৰস্কাৰ আদি পদ্মশ্ৰী

অজয় কুমাৰ দত্ত (ইংৰাজী: Ajoy Kumar Dutta) ভাৰতৰ এগৰাকী সমাজকৰ্মী।[1] তেওঁ অসমৰ বিভিন্ন বেচৰকাৰী সংগঠনৰ সৈতে জড়িত হৈ সমাজসেৱা আগবঢ়াই আহিছে।[2]

চমু জীৱনী[সম্পাদনা কৰক]

অজয় কুমাৰ দত্ত অসমগুৱাহাটীৰ বাসিন্দা। তেওঁ গুৱাহাটী মিউনিচিপালিটিৰ কাউন্সিলৰ হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল। ১৯৭৮ চনত তেওঁ জনতা দলৰ প্ৰাৰ্থী হিচাপে অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি কমিউনিষ্ট দলৰ নন্দেশ্বৰ তালুকদাৰক পৰাস্ত কৰে[3][4] আৰু পূব গুৱাহাটী সমষ্টিক প্ৰতিনিধিৰূপে নিৰ্বাচিত হয়।[5]

ভাৰত চৰকাৰে ২০১৬ চনত অজয় কুমাৰ দত্তৰ সমাজসেৱাৰ স্বীকৃতি স্বৰূপে পদ্মশ্ৰী বঁটা প্ৰদান কৰে।[6]

তথ্যউৎস[সম্পাদনা কৰক]

  1. "Prahlad Chandra Tasa and Ajoy Kumar Dutta from Assam wins the Padma Shri awards". Go Assam. 25 January 2016. http://goassam.com/12480/prahlad-chandra-tasa-and-ajoy-kumar-dutta-from-assam-wins-the-padma-shri-awards। আহৰণ কৰা হৈছে: 28 July 2016. - .php "This Is How Assam Shines Bright on the 67th Republic Day Today". Bordoisila. 26 January 2016. http://bordoisila.in/social/This-Is-How-Assam-Shines-Bright-on-the-67th-Republic-Day-Today.-Elated! .php। আহৰণ কৰা হৈছে: 28 July 2016. 
  2. "4 from State get Padma Shree". The Assam Tribune. 26 January 2016. Archived from the original on 15 August 2016. https://web.archive.org/web/20160815114910/http://www.assamtribune.com/scripts/detailsnew.asp?id=jan2616%2Fat055। আহৰণ কৰা হৈছে: 28 July 2016. 
  3. "Affidavit Details of Ajoy Kumar Dutta". Empowering India. 2016. http://www.empoweringindia.org/new/preview.aspx?candid=30560&p=&cid=53। আহৰণ কৰা হৈছে: 29 July 2016. 
  4. "Assam Assembly Election 1978". Empowering India. 2016. http://www.empoweringindia.org/new/constituency.aspx?eid=18&cid=53। আহৰণ কৰা হৈছে: 29 July 2016. 
  5. "Gauhati East (Assam) Election Results 2016". Elections.in. 2016. http://www.elections.in/assam/assembly-constituencies/gauhati-east.html। আহৰণ কৰা হৈছে: 29 July 2016. 
  6. "Padma Awards". Ministry of Home Affairs, Government of India. 2016. Archived from the original on 3 August 2017. https://web.archive.org/web/20170803085913/http://mha.nic.in/sites/upload_files/mha/files/PadmaAwards_25012016.pdf। আহৰণ কৰা হৈছে: 3 January 2016. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]