কেশদা মহন্ত
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
| কেশদা মহন্ত | |
|---|---|
![]() |
|
| পেচা | সাহিত্যিক, শংকৰদেৱ গৱেষক |
| ভাষা | অসমীয়া |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| নাগৰিকত্ব | ভাৰতীয় |
| উল্লেখনীয় কৰ্মৰাজী | অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰি |
| উল্লেখযোগ্য বঁটা | সাহিত্য অকাডেমি বঁটা (২০১০) |
| দাম্পত্যসংগী | বাপ চন্দ্ৰ মহন্ত |
কেশদা মহন্ত, এগৰাকী ভাৰতীয় (অসমীয়া লিখক, গৱেষক আৰু সমালোচক। তেখেতৰ ৰচনা অসমীয়া ৰামায়ণী সাহিত্য: কথাবস্তুৰ আঁতিগুৰিৰ বাবে তেখেতে ২০১০ চনৰ সাহিত্য একাডেমী বঁটা লাভ কৰিছিল।
