দামুল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দামুল

পোষ্টাৰ
পৰিচালক প্ৰকাশ ঝা[1]
ৰচনা শৈৱাল
প্ৰযোজক প্ৰকাশ ঝা[2]
অভিনয়ত অনু কাপুৰ
শ্ৰীলা মজুমদাৰ
মনোহৰ সিং
দীপ্তি নাভাল
ৰঞ্জন কামাথ
প্যাৰে মোহন সহায়
চিত্ৰগ্ৰহণকাৰী ৰাজেন কোঠাৰী
সংগীত পৰিচালক ৰঘূনাথ শেঠ
মুক্তি
৩১ ডিচেম্বৰ ১৯৮৪
দৈৰ্ঘ্য
১০৬ মিনিট
দেশ ভাৰত
ভাষা হিন্দী
বাজেট ১২ লাখ (১৬,৮০০ ডলাৰ)[3]

দামুল (ইংৰাজী: Damul ) ১৯৮৫ চনত মুক্তি পোৱা, প্ৰকাশ ঝা পৰিচালিত এখন হি্ন্দী চলচ্চিত্ৰ। বিহাৰৰ গয়া জিলাৰ বাসিন্দা শৈৱাল ৰচিত কালসূত্ৰ শীৰ্ষক গল্পৰ আধাৰত ছবিৰ কাহিনীভাগ ৰচনা কৰা হৈছিল।[4] ছবিৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছে অনু কাপুৰ, শ্ৰীলা মজুমদাৰ, মনোহৰ সিংহ, দীপ্তি নাভাল, ৰঞ্জন কামাথ আৰু প্যাৰে মোহনে।

কাহিনীৰ সাৰাংশ[সম্পাদনা কৰক]

এজন বন্ধা শ্ৰমিকে নিজৰ মালিকৰ বাবে চুৰি কৰিবলৈ বাধ্য হয়। ১৯৮৪ চনৰ বিহাৰৰ গ্ৰামাঞ্চলৰ ভিত্তিত ৰচিত কাহিনীটোত জাতিগত ৰাজনীতি আৰু নিম্ন জাতিক কৰা অত্যাচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। জীৱিকাৰ সন্ধানত বিহাৰৰ দৰিদ্ৰ গাঁওবাসীয়ে পাঞ্জাব আদিৰ দৰে ধনী ৰাজ্যলৈ কৰা প্ৰব্ৰজনৰ বিষয়টোকো ছবিখনত তুলি ধৰা হৈছে।[5]

বঁটা[সম্পাদনা কৰক]

আন্তঃৰাষ্ট্ৰীয় প্ৰশংসা[সম্পাদনা কৰক]

দামুলক মণ্ট্ৰিয়েল, চিকাগো আৰু মস্কো চলচ্চিত্ৰ মহোৎসৱত প্ৰতিযোগিতা আৰু অংশগ্ৰহণ দুয়োটা শাখাৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল।

তথ্যউৎস[সম্পাদনা কৰক]

  1. "Retrospective of Prakash Jha movies in Fiji this week - Indian Express". http://www.indianexpress.com/news/retrospective-of-prakash-jha-movies-in-fiji/660991/। আহৰণ কৰা হৈছে: 28 April 2012. 
  2. "The Demise of Parallel Cinema". Archived from the original on 4 March 2016. https://web.archive.org/web/20160304064457/http://theviewspaper.net/the-demise-of-parallel-cinema/। আহৰণ কৰা হৈছে: 28 April 2012. 
  3. Sharma, Sanjukta (4 June 2010). "'For film-makers politics is risky'". Mint. https://www.livemint.com/Leisure/vM9hpEAmc9z5q4VLGNDWLM/8216For-filmmakers-politics-is-risky8217.html. 
  4. Interview Part I Archived 5 September 2008 at the Wayback Machine passionforcinema.com.
  5. Damul One Hundred Indian Feature Films: An Annotated Filmography, by Shampa Banerjee, Anil Srivastava. Taylor & Francis, 1988. আই.এচ.বি.এন. 0-8240-9483-2, আই.এচ.বি.এন. 978-0-8240-9483-6. Page 66

বাহ্যিক সংযোগ[সম্পাদনা কৰক]