বিশ্ব সুখ সূচক

অসমীয়া ৱিকিপিডিয়াৰ পৰা

বিশ্ব সুখ সূচক য়ুনাইটেড নেচন্স চাষ্টেইনেবল ডেভেলপ্মেণ্ট চল্যুচন্স নেটৱৰ্কৰ দ্বাৰা প্ৰকাশিত এক জোখ। ই সুখৰ এক জোখ।

জুলাই ২০১১ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই সদস্য ৰাষ্ট্ৰসমূহক তেওঁলোকৰ দেশৰ বাসিন্দাসকলৰ সুখৰ জোখ লৈ, সেই তথ্যৰে নিজৰ বিকাশৰ নীতি নিৰ্দেশিত কৰিবলৈ এক প্ৰস্তাৱ যোগে আহ্বান জনালে। তাৰ পাছত, ২ এপ্ৰিল ২০১২ত ৰাষ্ট্ৰসংঘৰ উচ্চ স্তৰীয় বৈঠক অনুষ্ঠিত হ'ল, বিষয় -- "সুখ আৰু ভালে-থকা: এক নতুন অৰ্থনৈতিক দৃষ্টান্তৰ সংজ্ঞায়িত কৰা"। নেতৃত্বত আছিল ভূতানৰ প্ৰধান মন্ত্ৰী জিগ্মে' থিন্লেই। সেই সময়লৈকে ভূতানেই আছিল প্ৰথম আৰু একমাত্ৰ দেশ যিয়ে মুঠ ঘৰুৱা উৎপাদনৰ ঠাইত মুঠ ৰাষ্ট্ৰীয় সুখৰ জোখেৰেহে বিকাশৰ সূচনা প্ৰকাশ কৰিছিল।[1]

প্ৰথম বিশ্ব সুখ প্ৰতিবেদন প্ৰকাশ কৰা হ'ল ২ এপ্ৰিল ২০১২ত।  এই প্ৰতিবেদনক বৈঠকৰ মৌলিক লেখ হিচাপে ব্যৱহাৰ কৰা হৈছিল। ই বিশ্বৰ প্ৰথম বৈশ্বিক সুখ সমীক্ষা হিচাপে আন্তঃৰাষ্ট্ৰীয় চৰ্চালৈ আহিল।[2] প্ৰতিবেদনত বিশ্ব সুখৰ ৰূপ, সুখ আৰু দুখৰ কাৰণসমূহ, নীতিৰ প্ৰভাৱ আদিৰ বিষয়ে তথ্য দাঙি ধৰা হৈছিল। চেপ্টেম্বৰ ২০১৩ত দ্বিতীয় বিশ্ব সুখ প্ৰতিবেদন প্ৰকাশ কৰা হ'ল। লগতে এই প্ৰতিবেদন প্ৰতি বছৰে প্ৰকাশ কৰাৰ প্ৰস্তাৱো আগবঢ়োৱা হ'ল। তাৰ পাছৰ পৰা এই  প্ৰতিবেদন বছৰি প্ৰকাশ কৰা হয়।[3] গেলাপ প'লৰ তথ্যও ব্যৱহাৰ কৰা হয়। প্ৰতিবেদনখন প্ৰতি বছৰে ৰাজহুৱাকৈ বিশ্ব সুখ প্ৰতিবেদনৰ ৱেবছাইটত প্ৰকাশ কৰা হয়।

আন্তঃৰাষ্ট্ৰীয় স্থান[সম্পাদনা কৰক]

২০১৬[4][সম্পাদনা কৰক]

চিহ্নাদি:

  জনমুৰি মুঠ ঘৰুৱা উৎপাদনেৰে জনা যায়
  সমাজিক সমৰ্থনেৰে জনা যায়
  প্ৰত্যাশিত স্বাস্থ্যৱান জীৱনেৰে জনা যায়
  জীৱনৰ নিৰ্ণয়সমূহ কৰাৰ স্বাধীনতাৰে জনা যায়
  দানশীলতাৰে জনা যায়
  চৰকাৰ বা ব্যৱসায়ত
ৰাজহুৱাকৈ বুজাৰ দৰে বুজোৱা, দুৰ্নীতিৰ অভাৱ বা বিশ্বাস[5]
স্থান
[6][7]
দেশ সাফল্যাংক আগৰ বছৰতকৈ সলনি জনমুৰি মুঠ ঘৰুৱা উৎপাদন সামাজিক সমৰ্থন স্বাস্থ্য জীৱন প্ৰত্যাশা জীৱন নিৰ্ণয় চয়ন কৰাৰ স্বাধীনতা দয়াশীলতা বিশ্বাস
1  ডেনমাৰ্ক 7.526 decrease -0.401
2  ছুইজাৰলেণ্ড 7.509 বৃদ্ধি 0.035
3  আইচলেণ্ড 7.501 steady 0.000
4  নৰৱে 7.498 বৃদ্ধি 0.082
5  ফিনলেণ্ড 7.413 decrease -0.259
6  কানাডা 7.404 decrease -0.041
7  নেডাৰলেণ্ডচ 7.339 decrease -0.119
8  নিউজিলেণ্ড 7.334 decrease -0.097
9  অষ্ট্ৰেলিয়া 7.313 বৃদ্ধি 0.002
10  ছুইডেন 7.291 decrease -0.017
11  ইজৰাইল 7.267 বৃদ্ধি 0.258
12  অষ্ট্ৰিয়া 7.119 decrease -0.003
13  আমেৰিকা যুক্তৰাষ্ট্ৰ 7.104 decrease -0.261
14  কষ্টা ৰিকা 7.087 decrease -0.171
15  পুৱেৰ্ট’ ৰিক’ 7.039 বৃদ্ধি 0.446
16  জাৰ্মানী 6.994 বৃদ্ধি 0.486
17  ব্ৰাজিল 6.952 বৃদ্ধি 0.474
18  বেলজিয়াম 6.929 decrease -0.311
19  আয়াৰলেণ্ড 6.907 decrease -0.238
20  লাক্সেমবাৰ্গ 6.871 steady 0.000
21  মেক্সিকো 6.778 বৃদ্ধি 0.225
22  ছিংগাপুৰ 6.739 বৃদ্ধি 0.099
23  যুক্তৰাজ্য 6.725 decrease -0.161
24  চিলি 6.705 বৃদ্ধি 0.826
25  পানামা 6.701 বৃদ্ধি 0.191
26  আৰ্জেণ্টিনা 6.650 বৃদ্ধি 0.457
27  চেক গণৰাজ্য 6.596 বৃদ্ধি 0.126
28  সংযুক্ত আৰৱ আমিৰাত 6.573 decrease -0.161
29  উৰুগুৱে 6.545 বৃদ্ধি 0.804
30  মালটা 6.488 steady 0.000
31  কলম্বিয়া 6.481 বৃদ্ধি 0.399
32  ফ্ৰান্স 6.478 decrease -0.336
33  থাইলেণ্ড 6.474 বৃদ্ধি 0.631
34  চৌদি আৰৱ 6.379 decrease -0.794
35  টাইৱান 6.379 বৃদ্ধি 0.190
36  কাটাৰ 6.375 steady 0.000
37  স্পেইন 6.361 decrease -0.711
38  আলজেৰিয়া 6.355 steady 0.000
39  গুৱেটমালা 6.324 বৃদ্ধি 0.211
40  ছুৰিনাম 6.269 steady 0.000
41  কুৱেইট 6.239 বৃদ্ধি 0.164
42  বাহৰেইন 6.218 steady 0.000
43  ট্ৰিনিদাদ আৰু ট'বেগ'‎ 6.168 বৃদ্ধি 0.336
44  ভেনিজুৱেলা 6.084 decrease -0.762
45  শ্ল'ভাকিয়া 6.078 বৃদ্ধি 0.814
46  এল চালভাড’ৰ 6.068 বৃদ্ধি 0.572
47  মালয়েছিয়া 6.005 decrease -0.132
48  নিকাৰাগুৱা 5.992 বৃদ্ধি 1.285
49  উজবেকিস্তান 5.987 বৃদ্ধি 0.755
50  ইটালী 5.977 decrease -0.735
51  ইকুৱেডৰ 5.976 বৃদ্ধি 0.966
52  বেলাইজ 5.956 decrease -0.495
53  জাপান 5.921 decrease -0.446
54  কাজাখাস্তান 5.919 বৃদ্ধি 0.322
55  মলডভা 5.897 বৃদ্ধি 0.959
56  ৰাছিয়া 5.856 বৃদ্ধি 0.738
57  পোলেণ্ড 5.835 বৃদ্ধি 0.098
58  দক্ষিণ কোৰিয়া 5.835 বৃদ্ধি 0.295
59  বলিভিয়া 5.822 বৃদ্ধি 0.322
60  লিথুৱানিয়া 5.813 decrease -0.069
61  বেলাৰুছ 5.802 বৃদ্ধি 0.165
62 সাঁচ:TRNC 5.771 steady 0.000
63  শ্ল’ভেনিয়া 5.768 decrease -0.044
64  পেৰু 5.743 বৃদ্ধি 0.730
65  তুৰ্কমেনিস্তান 5.658 steady 0.000
66  মৰিছাছ 5.648 steady 0.000
67  লিবিয়া 5.615 steady 0.000
68  লাটভিয়া 5.560 বৃদ্ধি 0.872
69  চাইপ্ৰাছ 5.546 decrease -0.692
70  পাৰাগুৱে 5.538 বৃদ্ধি 0.536
71  ৰোমানিয়া 5.528 বৃদ্ধি 0.310
72  এষ্ট’নিয়া 5.517 বৃদ্ধি 0.165
73  জামাইকা 5.510 decrease -0.698
74  ক্ৰয়েছিয়া 5.488 decrease -0.333
75  হংকং 5.458 decrease -0.053
76  ছোমালিয়া 5.440 steady 0.000
77 কচভ’ গণৰাজ্য Kosovo 5.401 বৃদ্ধি 0.298
78  তুৰস্ক 5.389 বৃদ্ধি 0.216
79  ইণ্ডোনেছিয়া 5.314 বৃদ্ধি 0.295
80  জৰ্ডান 5.303 decrease -0.638
81  আজেৰবাইজান 5.291 বৃদ্ধি 0.642
82  ফিলিপাইন 5.279 বৃদ্ধি 0.425
83  চীন 5.245 বৃদ্ধি 0.525
84  ভূটান 5.196 steady 0.000
85 [[File:|22x20px|border |alt=|link=]] কিৰগিজস্তান 5.185 বৃদ্ধি 0.515
86  ছাৰ্বিয়া 5.177 বৃদ্ধি 0.426
87  বচনিয়া আৰু হাৰজেগ’ভিনা 5.163 বৃদ্ধি 0.263
88  মণ্টেনেগ্ৰ 5.161 decrease -0.035
89  ডমিনিকান গণৰাজ্য 5.155 বৃদ্ধি 0.070
90  মৰক্কো 5.151 steady 0.000
91  হাংগেৰী 5.145 বৃদ্ধি 0.070
92  পাকিস্তান 5.132 decrease -0.374
93  লেবানন 5.129 বৃদ্ধি 0.059
94  পৰ্তুগাল 5.123 decrease -0.282
95  মেছেদনীয়া 5.121 বৃদ্ধি 0.627
96  ভিয়েটনাম 5.061 decrease -0.299
97 ছোমালিলেণ্ড Somaliland region 5.057 steady 0.000
98  তুনিছিয়া 5.045 steady 0.000
99  গ্ৰীচ 5.033 decrease -1.294
100  তাজিকিস্তান 4.996 বৃদ্ধি 0.474
101  মংগোলিয়া 4.907 বৃদ্ধি 0.298
102  লাউচ 4.876 decrease -0.344
103  নাইজেৰিয়া 4.875 বৃদ্ধি 0.075
104  হন্দুৰাছ 4.871 decrease -0.375
105  ইৰান 4.813 decrease -0.507
106  জাম্বিয়া 4.795 বৃদ্ধি 0.381
107  নেপাল 4.793 বৃদ্ধি 0.135
108 পেলেষ্টেনিয়ান অঞ্চলসমূহ Palestinian Territories 4.754 বৃদ্ধি 0.321
109  আলবেনিয়া 4.655 বৃদ্ধি 0.021
110  বাংলাদেশ 4.643 বৃদ্ধি 0.170
111  ছিয়েৰা লিয়ন 4.635 বৃদ্ধি 1.028
112  ইৰাক 4.575 steady 0.000
113  নামিবিয়া 4.574 decrease -0.312
114  কেমেৰুন 4.513 বৃদ্ধি 0.413
115  ইথিঅ'পিয়া 4.508 steady 0.000
116  দক্ষিণ আফ্ৰিকা 4.459 decrease -0.686
117  শ্ৰীলংকা 4.415 বৃদ্ধি 0.037
118  ভাৰত 4.404 decrease -0.750
119  বাৰ্মা 4.395 steady 0.000
120  ইজিপ্ত 4.362 decrease -0.996
121  আৰ্মেনিয়া 4.360 decrease -0.226
122  কেনিয়া 4.356 decrease -0.044
123  ইউক্ৰেইন 4.324 decrease -0.701
124  ঘানা 4.276 decrease -0.600
125  কংগো গণৰাজ্য 4.272 steady 0.000
126  জৰ্জিয়া 4.252 বৃদ্ধি 0.561
127  কংগো গণৰাজ্য 4.236 steady 0.000
128  ছেনেগাল 4.219 decrease -0.328
129  বুলগেৰিয়া 4.217 বৃদ্ধি 0.373
130  মৌৰিতানিয়া 4.201 বৃদ্ধি 0.052
131  জিম্বাৱৱে 4.193 বৃদ্ধি 0.639
132  মালাৱী 4.156 decrease -0.205
133  ছুদান 4.139 steady 0.000
134  গেবন 4.121 steady 0.000
135  মালি 4.073 বৃদ্ধি 0.059
136  হাইটি 4.028 বৃদ্ধি 0.274
137  বৎচোৱানা 3.974 decrease -0.765
138  কম'ৰছ 3.956 steady 0.000
139  আইভৰি ক’ষ্ট 3.916 steady 0.000
140  কম্বোডিয়া 3.907 বৃদ্ধি 0.045
141  আংগলা 3.866 steady 0.000
142  নাইজাৰ 3.856 decrease -0.144
143  দক্ষিণ ছুডান 3.832 steady 0.000
144  চাদ 3.763 decrease -0.025
145  বাৰ্কিনা ফাছো 3.739 decrease -0.170
146  উগাণ্ডা 3.739 decrease -0.356
147  য়েমেন 3.724 decrease -0.754
148  মাদাগাস্কাৰ 3.695 decrease -0.285
149  তাঞ্জানিয়া 3.666 decrease -0.460
150  লাইবেৰিয়া 3.622 decrease -0.080
151  গুইনিয়া 3.607 steady 0.000
152  ৰুৱাণ্ডা 3.515 decrease -0.700
153  বেনিন 3.484 বৃদ্ধি 0.154
154  আফগানিস্তান 3.360 steady 0.000
155  তগ’ 3.303 বৃদ্ধি 0.100
156  ছিৰিয়া 3.069 steady 0.000
157  বুৰুণ্ডী 2.905 steady 0.000

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "GNH Survey 2010". The Centre for Bhutan Studies. http://www.grossnationalhappiness.com/docs/2010_Results/PDF/National.pdf। আহৰণ কৰা হৈছে: 17 October 2013. 
  2. Helliwell, John; Layard, Richard; Sachs, Jeffrey (April 2, 2012). World Happiness Report. Columbia University Earth Institute. http://www.earth.columbia.edu/sitefiles/file/Sachs%20Writing/2012/World%20Happiness%20Report.pdf। আহৰণ কৰা হৈছে: 2014-06-29. 
  3. Kyu Lee (2013-09-09). "Sustainable Development Solutions Network | World Happiness Report 2013". unsdsn.org. http://unsdsn.org/resources/publications/world-happiness-report-2013/। আহৰণ কৰা হৈছে: 2014-04-25. 
  4. "World Happiness Report 2016 Update". UN Sustainable Development Solutions Network; Earth Institute (University of Columbia). পৃষ্ঠাসমূহ: 20-21-22. http://worldhappiness.report/ed/2016। আহৰণ কৰা হৈছে: 20 Mar 2016. 
  5. "World Happiness Report 2016 Update" (PDF). p. 4, para. 1. Archived from the original on 19 February 2018. https://web.archive.org/web/20180219140526/http://worldhappiness.report/wp-content/uploads/sites/2/2016/03/HR-V1_web.pdf। আহৰণ কৰা হৈছে: 20 Mar 2016. 
  6. "2016 Update Report download" (PDF). Archived from the original on 19 February 2018. https://web.archive.org/web/20180219140526/http://worldhappiness.report/wp-content/uploads/sites/2/2016/03/HR-V1_web.pdf। আহৰণ কৰা হৈছে: 20 Mar 2016. 
  7. "2016 Table download" (XLS). Figure2.2. Archived from the original on 23 March 2016. https://web.archive.org/web/20160323162211/http://worldhappiness.report/wp-content/uploads/sites/2/2016/03/Online-data-for-chapter-2-whr-2016.xlsx। আহৰণ কৰা হৈছে: 20 Mar 2016.