১৯৪০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা
অৱয়ব
বৰ্ষ | ছবি | পৰিচালক | প্ৰযোজক | মুক্তিৰ তাৰিখ |
---|---|---|---|---|
১৯৪১ | মনোমতী | ৰোহিনী কুমাৰ বৰুৱা | কমল নাৰায়ণ চৌধুৰী[1] | ৩ এপ্ৰিল[2] |
১৯৪১ | ৰূপহী | পাৰ্বতি প্ৰসাদ বৰুৱা | পাৰ্বতি প্ৰসাদ বৰুৱা | ৬ চেপ্টেম্বৰ[3][2] |
১৯৪৭ | বদন বৰফুকন | কমল নাৰায়ণ চৌধুৰী | গৌৰ গোস্বামী[1] | ১৫ এপ্ৰিল[2] |
১৯৪৮ | ছিৰাজ | ফণী শৰ্মা | চিত্ৰাৱলী পিকচাৰ্চ লিমিটেড | ১৬ জানুৱাৰী[2] |
১৯৪৯ | পাৰঘাট | প্ৰবীন ফুকন | গন্ধৰ্ব[1] | ৫ আগষ্ট[2] |
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 Rajkonwar, Manjit. "অসমীয়া চলচ্চিত্ৰৰ গীত". http://muktosinta.org/. http://muktosinta.org/axomiya-solositror-git-mat/। আহৰণ কৰা হৈছে: 27 December 2020.
- ↑ 2.0 2.1 2.2 2.3 2.4 "অসমীয়া চিনেমাৰ তথ্যকোষ". চিনেকথা ডট কম. Archived from the original on 19 August 2020. https://web.archive.org/web/20200819113246/https://cinekatha.com/cinema-database/। আহৰণ কৰা হৈছে: 27 December 2020.
- ↑ "Assamese Movie Rupohi". Archived from the original on 12 January 2020. https://web.archive.org/web/20200112045827/http://www.boxofficeassam.com/movie/rupohi/। আহৰণ কৰা হৈছে: 30 April 2020.
|