অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ তালিকা
অৱয়ব
| লেখক | কিতাপৰ নাম | প্ৰকাশৰ চন |
|---|---|---|
| দেবেন্দ্ৰ নাথ বেজবৰুৱা | অসমীয়া ভাষা আৰু সাহিত্যৰ বুৰঞ্জী | ১৯১২ |
| হেমচন্দ্ৰ গোস্বামী | অসমীয়া সাহিত্যৰ চানেকী | ১৯২৯ |
| ডিম্বেশ্বৰ নেওগ | আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী[1] | ১৯৩৭ |
| ডিম্বেশ্বৰ নেওগ | অসমীয়া সাহিত্যৰ বুৰঞ্জীত ভূমুকি[1] | ১৯৪০ |
| ডিম্বেশ্বৰ নেওগ | অসমীয়া সাহিত্যৰ বুৰঞ্জী (চমু)[1] | ১৯৪৭ |
| ডিম্বেশ্বৰ নেওগ | অসমীয়া সাহিত্যৰ বুৰঞ্জী (বহল)[1] | ১৯৫৬ |
| ডিম্বেশ্বৰ নেওগ | নতুন পোহৰত অসমীয়া সাহিত্যৰ বুৰঞ্জী | ১৯৬৭ |
| ডিম্বেশ্বৰ নেওগ | New light on the history of Asamiya literature | ১৯৬২ |
| দেৱেশ্বৰ চলিহা | Origin and Growth of the Assamese Language and Literature | ১৯৪৯ |
| বিৰিঞ্চি কুমাৰ বৰুৱা | Assamese Literature | ১৯৪১ |
| বিৰিঞ্চি কুমাৰ বৰুৱা | Studies in early Assamese Literature | ১৯৫২ |
| বিৰিঞ্চি কুমাৰ বৰুৱা | Modern Assamese Literature | ১৯৫৭ |
| বিৰিঞ্চি কুমাৰ বৰুৱা | History of Assamese Literature | ১৯৬৪ |
| মহেশ্বৰ নেওগ | অসমীয়া সাহিত্যৰ ৰূপৰেখা | ১৯৬২-৬৩ |
| সত্যেন্দ্ৰ নাথ শৰ্মা | অসমীয়া সাহিত্যৰ ইতিবৃত্ত | ১৯৫৯ |
| সত্যেন্দ্ৰ নাথ শৰ্মা | অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত | ১৯৮১ |
| যতীন্দ্ৰ নাথ গোস্বামী | অসমীয়া সাহিত্যৰ চমু বুৰঞ্জী | ১৯৫৭ |
| হেমন্ত কুমাৰ শৰ্মা | অসমীয়া সাহিত্যত দৃষ্টিপাত | ১৯৬১ |
| হেম বৰুবা | অসমীয়া সাহিত্য | ১৯৭০ |
| আনন্দৰাম বৰুৱা ভাষা কলা-সংস্কৃতি সংস্থা | অসমীয়া সাহিত্যৰ বুৰঞ্জী (ছটা খণ্ড) | |
| প্ৰথম খণ্ড, মুখ্য সম্পা. : শোভা ব্ৰহ্ম, সাধাৰণ সম্পাদক : বিশ্বেশ্বৰ হাজৰিকা | ২০০৩ | |
| দ্বিতীয় খণ্ড, সম্পাদক : শিৱনাথ বৰ্মন | ১৯৯৭ | |
| তৃতীয় খণ্ড সাধাৰণ সম্পাদক : অশোক কুমাৰ গোস্বামী আৰু সম্পাদক : বাণীকান্ত শৰ্মা | ২০১৭ | |
| পঞ্চম খণ্ড সম্পাদক : ৰঞ্জিত কুমাৰ দেৱগোস্বামী | ২০১৫ | |
| ষষ্ঠ খণ্ড, সম্পাদক : হোমেন বৰগোহাঞি | ১৯৯৩ | |
| হৰিনাথ শৰ্মাদলৈ | অসমীয়া সাহিত্যৰ পূৰ্ণ ইতিহাস | ২০০০ |