ঘ (বঙালী)
অৱয়ব
এই প্ৰবন্ধটো বঙালী ভাষাৰ বৰ্ণটোৰ বিষয়ে। অসমীয়া ভাষাৰ বৰ্ণটোৰ বাবে ঘ চাওক।

ঘ (বঙালী লিপিত ঘ, আই-পি-এ:/gʱɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ৪ৰ্থ আখৰ।[1] ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ ঘ উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।
স্বৰবৰ্ণৰ সৈতে যোগ হ'লে
[সম্পাদনা কৰক]| স্বৰবৰ্ণ | সৈতে যোগ হ'লে |
|---|---|
| অ | ঘ |
| আ | ঘা |
| ই | ঘি |
| ঈ | ঘী |
| উ | ঘু |
| ঊ | ঘূ |
| ঋ | ঘৃ |
| এ | ঘে |
| ঐ | ঘৈ |
| ও | ঘো |
| ঔ | ঘৌ |
ঘৰে আৰম্ভ হোৱা শব্দ
[সম্পাদনা কৰক]- ঘব় (ঘৰ)
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ http://www.omniglot.com/writing/bengali.htm ত দিয়া ক্ৰম অনুসৰি