চাওলুং

অসমীয়া ৱিকিপিডিয়াৰ পৰা


চাওলুং(আহোম ভাষা:𑜋𑜧𑜨 𑜏𑜤𑜂𑜫) হ’ল আহোম চাওফা সকলক উদ্দেশ্যি ব্যৱহাৰ কৰা এটা উপাধি। আহোম ভাষাত ইয়াৰ অৰ্থ হল মহান দেৱতা, চাও= দেৱতা, লুং= মহান।[1]

চাওলুং সকল[সম্পাদনা কৰক]

চাওলুং চুকাফাৰ পৰা আৰম্ভ কৰি চাওলুং চুতুফা লৈকে চাওলুং উপাধি দিয়া হৈছিল তাৰ পিছৰ সকলক অৰ্থাৎ চাওফা ত্যাও খামতী ৰ পৰা চাওফা বুলি কোৱা হয়।[1]

লগতে চাওক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 তাই আহোম উন্নয়ন পৰিষদ. "আহোমৰ বুৰঞ্জীত চাও-লুং যুগ". বিকাশপিডিয়া. http://as.vikaspedia.in/education/9859b89ae9f0-9ac9c19f099e9cd99c9c0/9869b99ae9f0-9ac9c19f099e9cd99c9c09a4-99a9be993-9b29c1982-9af9c1997। আহৰণ কৰা হৈছে: ২০ আগষ্ট ২০১৯.