চুখ্ৰাম্ফা
অৱয়ব
| চুখ্ৰাম্ফা | |
|---|---|
| চাওলুং আহোম ভাষা | |
| চুতুফা | |
| সম্পূৰ্ণ নাম | |
| চাওলুং চ্যু-খ্ৰাম্-ফা | |
| বাসগৃহ | ছ্যু ফৈদ, আহোম ৰাজবংশ |
| ধৰ্ম | আহোম ধৰ্ম |
| ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
চুখ্ৰাম্ফা বা চ্যু-খ্ৰাম্-ফা আহোম ৰাজ্যৰ পঞ্চমজন স্বৰ্গদেউ (চাওফা) আছিল। তেখেত ১৩৩২ চনত ৰাজপাটত বহে।
তেওঁৰ দিনত ভাতৃ চাওপুলায়ে চাওপাংবণ্ডুক বৰগোঁহাইৰ সৈতে মিলি স্বৰ্গদেউৰ বিৰুদ্ধে বিদ্ৰোহ কৰে। ৰজাৰ ভাতৃয়ে কমতাপুৰৰ ৰজাৰ সহায়ত আহোম ৰাজ্য আক্ৰমণ কৰে যদিও পাছত আলোচনাৰ মাজেৰে চাৰিংৰ ৰজা পাতি দিয়ে।
চুখ্ৰাংফাৰ দিনত বুঢ়াগোঁহাই পদত চাওফ্ৰংডাম আৰু বৰগোঁহাই পদত তাফ্ৰিখিন বৰগোঁহাই আছিল।
প্ৰায় ৩২ বছৰ কাল শাসনত থাকি ১৩৬৪ চনত ৰজাৰ মৃত্যু হয়।