সমললৈ যাওক

গোবৰ ৰজা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আহোম ৰাজবংশ
চ্যু-কা-ফা১২২৮১২৬৮
চুতেওফা১২৬৮১২৮১
চুবিণ্‌ফা১২৮১১২৯৩
চুখাংফা১২৯৩১৩৩২
চুখ্ৰাম্‌ফা১৩৩২১৩৬৪
শাসক নাই১৩৬৪১৩৬৯
চুতুফা১৩৬৯১৩৭৬
শাসক নাই১৩৭৬১৩৮০
ত্যাও খাম্‌টি১৩৮০১৩৮৯
শাসক নাই১৩৮৯১৩৯৭
চুডাংফা১৩৯৭১৪০৭
চুজান্‌ফা১৪০৭১৪২২
১০চুফক্‌ফা১৪২২১৪৩৯
১১চুচেনফা১৪৩৯১৪৮৮
১২চুহেনফা১৪৮৮১৪৯৩
১৩চুপিম্‌ফা১৪৯৩১৪৯৭
১৪চুহুন্মুং১৪৯৭১৫৩৯
১৫চুক্লেণমুং১৫৩৯১৫৫২
১৬চুখাম্‌ফা১৫৫২১৬০৩
১৭চুচেংফা১৬০৩১৬৪১
১৮চুৰাম্‌ফা১৬৪১১৬৪৪
১৯চুত্যিণ্‌ফা১৬৪৪১৬৪৮
২০চুতাম্লা১৬৪৮১৬৬৩
২১চুপংমুং১৬৬৩১৬৭০
২২চুন্যৎফা১৬৭০১৬৭২
২৩চুক্লমফা১৬৭২১৬৭৪
২৪চুহুংফা১৬৭৪১৬৭৫
২৫গোবৰ ৰজা১৬৭৫১৬৭৫
২৬চুজিন্‌ফা১৬৭৫১৬৭৭
২৭চুদৈফা১৬৭৭১৬৭৯
২৮চুলিক্‌ফা১৬৭৯১৬৮১
২৯চুপাতফা১৬৮১১৬৯৬
৩০চুখ্ৰংফা১৬৯৬১৭১৪
৩১চুতণফা১৭১৪১৭৪৪
৩২চুণেণফা১৭৪৪১৭৫১
৩৩চুৰেম্‌ফা১৭৫১১৭৬৯
৩৪চুণ্যেউফা১৭৬৯১৭৮০
৩৫চুহিত্পংফা১৭৮০১৭৯৫
৩৬চুক্লিংফা১৭৯৫১৮১১
৩৭চুদিংফা১৮১১১৮১৮
৩৮পুৰন্দৰ সিংহ১৮১৮১৮১৯
৩৯চুদিংফা১৮১৯১৮২১
৪০যোগেশ্বৰ সিংহ১৮২১১৮২৪
৪১পুৰন্দৰ সিংহ১৮৩২১৮৩৯

গোবৰ (ৰাজত্ব ১৬৭৫-১৬৭৫) প্ৰায় তিনি সপ্তাহৰ বাবে আহোম ৰাজ্যৰ ৰজা আছিল। আহোম ৰাজবংশতুংখুঙীয়া ফৈদৰ তেওঁ প্ৰথম ৰজা আছিল। তেওঁৰ পুত্ৰই পাছলৈ গদাধৰ সিংহ নামেৰে স্বৰ্গদেউ হৈছিল। আহোম ৰাজধানী গড়গাঁৱৰ এজন শক্তিশালী বিষয়া ডেবেৰা বৰবৰুৱাই তেওঁক সিংহাসনত অধিষ্ঠিত কৰাইছিল। গোবৰেই ডেবেৰাই পতা অন্তিম ৰজা আছিল। ইয়াৰ পাছত আতন বুঢ়গোহাঁইৰ নেতৃত্বত শৰাইঘাটীয়া আহোম বিষয়াসকলে তেওঁলোকক ক্ষমতাচ্যুত কৰি মৃত্যুদণ্ড বিহে।

বংশ পৰিচয়

[সম্পাদনা কৰক]

গোবৰ সাৰঙ্গ গোহাইৰ পুতেক, এই সাৰঙ্গ গোহাই আছিল চুহুঙমুঙৰ তৃতীয় পুতেকৰ পুতেক । তেওঁৰ ককাক চুতেং নামৰূপীয়া ৰজা আছিল আহোম ৰাজবংশৰ তুংখুঙিয়া ফৈদৰ প্ৰতিষ্ঠাতা, যিটো ফৈদৰ শাসনকৰ্তাই আহোমৰ অন্তিম পৰ্যায়লৈ শাসন কৰিছিল ।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  • Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms first edition 1981 Publication Board of Assam Guwahati
  • Bhuyan S. K. ATAN BURAGOHAN AND HIS TIMES, first edition 1957 Lawyers Book Stall, Guwahati
  • Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681-1826) second edition 1968 Department of HISTORICAL AND ANTIQUARIAN STUDIES IN ASSAM Guwahati