চুহিত্পংফা
অৱয়ব
| চাওফা চুহিত্পংফা | |
|---|---|
| চাওফা
| |
| ৰাজত্ব | ১৭৮০-১৭৯৫ |
| অভিষেক | ১৭৮০ |
| উত্তৰাধিকাৰী | চুক্লিংফা |
| সম্পূৰ্ণ নাম | |
| চাওফা চুহিত্পংফা | |
| ধৰ্ম | হিন্দু ধৰ্ম |
| ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
চুহিত্পংফা, চ্যু-হ্যিত-পং-ফা (১৭৮০–১৭৯৫) বা গৌৰীনাথ সিংহ আহোম সাম্ৰাজ্যৰ এজন ৰজা আছিল। মোৱামৰীয়া বিদ্ৰোহত ৰাজধানী ৰংপুৰ হেৰুৱাই তেওঁ নগাঁও আৰু গুৱাহাটীত বাহৰ পাতে। কেপ্তেইন ৱেলছে আহি বিদ্ৰোহীসকলক দমন কৰাৰ পিছত তেওঁ যোৰহাটত ৰাজধানী পাতে।
শাসনকাল
[সম্পাদনা কৰক]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- Gogoi, Padmeshwar (1968), The Tai and the Tai Kingdoms, প্ৰকাশক Guwahati: Gauhati University