চুবিণ্ফা
অৱয়ব
| চুবিণ্ফা | |
|---|---|
| চাওলুং আহোম ভাষা | |
অসম ৰাজ্য বা মুঙ দুন চুন খামৰ তৃতীয়জন চাওফা
| |
| চুখাংফা | |
| সম্পূৰ্ণ নাম | |
| চাওলুং চ্যু-বিণ্-ফা | |
| থলুৱা নাম | 𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜈𑜢𑜃𑜫 𑜇𑜡চাও-লুং চ্যু-বিন-ফা |
| বাসগৃহ | ছ্যু ফৈদ, আহোম ৰাজবংশ |
| ধৰ্ম | আহোম ধৰ্ম |
| ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
চুবিণ্ফা বা চাওলুং চ্যু-বিণ্-ফা (টাই-আহোম: 𑜋𑜰𑜫 𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜰𑜫 𑜈𑜢𑜃𑜫 𑜇𑜡) আহোম ৰাজ্যৰ তৃতীয়জন স্বৰ্গদেউ (চাওফা) আছিল। তেখেত চাওলুং চুতেওফাৰ বৰ পুতেক আছিল। তেখেত ১২৮১ চনত ৰাজপাটত বহে।
চুবিনফাই ৰাজ্যৰ প্ৰজাক বুঢ়াগোঁহাই আৰু বৰগোঁহাইৰ অধীনলৈ দুটা ভাগত নি ৰাজ্যৰ শাসন-কাৰ্য অধিক কাৰ্য্যক্ষম আৰু সুচল কৰে। চুবিনফাই ত্যাওকাংবণ্ডুকা নাম মিচিং সম্প্ৰদায়ৰ ব্যক্তি এজনৰ কন্যা হিঙ্গুলীক বিয়া কৰাই আৰু বৰকুঁৱৰীৰ মৰ্য্যদা দিয়ে।
এইজনা স্বৰ্গদেউৰ দিনতেই সাতঘৰীয়া আহোমৰ সৃষ্টি হয়।
চুবিনফাৰ দিনত থাওৰুৰু বুঢ়াগোঁহাই আৰু চাওপাংবণ্ডুক বৰগোঁহাই আছিল।