চুদিংফা
অৱয়ব
| চুদিংফা | |
|---|---|
| স্বৰ্গদেউ
| |
অসমৰ ৰজা
| |
| উত্তৰাধিকাৰী | পুৰন্দৰ সিংহ |
| দাম্পত্য সঙ্গী | মদাম্বিকা |
| সন্তান | |
| ঘনকান্ত সিংহ, হেমকান্ত কোৱৰ | |
| সম্পূৰ্ণ নাম | |
| চন্দ্ৰকান্ত সিংহ | |
| ধৰ্ম | হিন্দু ধৰ্ম, ফুৰালুং |
| ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
চুদিংফা বা চ্যু-দিং-ফা ওৰফে চন্দ্ৰকান্ত সিংহ ১৯৩২ শকৰ ৬ মাঘত অসমৰ ৰজা হৈছিল। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ভায়েক আছিল। ৰজা হোৱাৰ সময়ত তেওৰ বয়স আছিল তেৰ বছৰ। তেও দুবাৰকৈ অসমৰ ৰজা হৈছিল। চন্দ্ৰকান্ত সিংহ স্বৰ্গদেউৰ দিনতে কুকুৰাচোৱা ভুতৰ পুতেকৰ খবৰ সংঘটিত হৈছিল। তেওৰ দিনতে অসমলৈ প্ৰথমবাৰ মান আহিছিল।