সমললৈ যাওক

ডেট্ গাষ্টি মৰ্নিং

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডেট্ গাষ্টি মৰ্নিং
পৰিচালক জাহ্নু বৰুৱা
ৰচনা জাহ্নু বৰুৱা
চিত্ৰনাট্য জাহ্নু বৰুৱা
কাহিনী জাহ্নু বৰুৱা
প্ৰযোজক গায়ত্ৰী বৰুৱা
অভিনয়ত অৰুণ নাথ
সীমা বিশ্বাস
কপিল বৰা
উৰ্মিলা মহন্ত
চিত্ৰগ্ৰহণকাৰী সুমন দুৱৰা
সংগীত পৰিচালক ধ্ৰুৱজ্যোতি ফুকন
মুক্তি
২০১৬
দৈৰ্ঘ্য
২১ মিনিট
দেশ ভাৰত
ভাষা অসমীয়া

ডেট্ গাষ্টি মৰ্নিং হৈছে ২০১৬ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া চুটিছবি। আলজেইমাৰ ৰোগক মূল বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা চুটিছবিখনৰ পৰিচালক হৈছে জাহ্নু বৰুৱা[1] মুঠ চাৰিটা চৰিত্ৰ থকা চুটিছবিখনত অভিনয় কৰিছে অৰুণ নাথ, সীমা বিশ্বাস, কপিল বৰা আৰু উৰ্মিলা মহন্তই।

কাহিনীৰ সাৰাংশ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Dutta,Reema. "“আলজেইমাৰ” বেমাৰৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মিত অসমীয়া চুটি ছবি". rupaliparda. https://rupaliparda.com/archives/6645 আহৰণ কৰা হৈছে: 20 June 2020.