পঞ্চম গ্ল'বেল ইণ্ডিয়ান মিউজিক একাডেমী বঁটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(পঞ্চম GIMA বঁটাৰ পৰা পুনঃনিৰ্দেশিত)
৫ম গ্ল'বেল ইণ্ডিয়ান মিউজিক একাডেমী বঁটা
দিনাংক ২৪ ফেব্ৰুৱাৰী ২০১৫
স্থান ফিল্ম চিটী, মুম্বাই
দূৰদৰ্শনত সম্প্ৰচাৰ
নেটৱৰ্ক ষ্টাৰ প্লাচ
 < চতুৰ্থ গ্ল'বেল ইণ্ডিয়ান মিউজিক একাডেমী বঁটা ষষ্ঠ > 

২০১৪ চনৰ ভাৰতৰ শ্ৰেষ্ঠ সংগীতসমূহক পুৰস্কৃত কৰিবলৈ ২০১৫ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে মুম্বাইফিল্ম চিটীপঞ্চম গ্ল'বেল ইণ্ডিয়ান মিউজিক একাডেমী বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়।

বঁটাসমূহ[সম্পাদনা কৰক]

চলচ্চিত্ৰ সংগীতৰ বঁটাসমূহ[সম্পাদনা কৰক]

শ্ৰেষ্ঠ মিউজিক এৰেঞ্জাৰ আৰু প্ৰগ্ৰেমাৰ শ্ৰেষ্ঠ অভিযন্তা
শ্ৰেষ্ঠ আৱহ সংগীত শ্ৰেষ্ঠ অভিষেক
শ্ৰেষ্ঠ নেপথ্য গায়ক শ্ৰেষ্ঠ নেপথ্য গায়িকা
শ্ৰেষ্ঠ গীতিকাৰ শ্ৰেষ্ঠ সংগীত পৰিচালক
শ্ৰেষ্ঠ গীত শ্ৰেষ্ঠ দ্বৈত কণ্ঠৰ গীত
শ্ৰেষ্ঠ এলবাম

চলচ্চিত্ৰৰ বাহিৰৰ সংগীতৰ বঁটা[সম্পাদনা কৰক]

জগজিৎ সিং শ্ৰেষ্ঠ সংগীত অভিষেক শ্ৰেষ্ঠ পপ এলবাম
  • ক'ক ষ্টুডিঅ' এট এম টি ভি ছিজন ৩ - পাপন
    • শিল্পী - পাপন আৰু অন্যান্য
শ্ৰেষ্ঠ ৰক এলবাম শ্ৰেষ্ঠ ইণ্ডি গীত
  • মুম্বাই ব্লুজ
    • শিল্পী - মিহিৰ যোশী বেণ্ড
শ্ৰেষ্ঠ ভক্তিমূলক এলবাম শ্ৰেষ্ঠ গজল এলবাম
শ্ৰেষ্ঠ ফ'ক এলবাম শ্ৰেষ্ঠ ফিউজন এলবাম
  • ক'ক ষ্টুডিঅ' এট এম তি ভি ছিজন ৩ - এ আৰ ৰহমান
শ্ৰেষ্ঠ ইলেক্ট্ৰনিকা ট্ৰেক শ্ৰেষ্ঠ হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ এলবাম - যন্ত্ৰসংগীত (instrumental)
  • সুৰ যজনা
    • শিল্পী - নিলাদ্ৰী কুমাৰ

বিশেষ বঁটা[সম্পাদনা কৰক]

ফ'ক সংগীতৰ বাবে বিশেষ স্বীকৃতি জনপ্ৰিয়তম চলচ্চিত্ৰ সংগীতৰ এলবাম
  • ইন্দ্ৰজিৎ দাসগুপ্তা
জনপ্ৰিয়তম গায়ক চেলিব্ৰিটী গায়ক
ৰেডিঅ'ত জনপ্ৰিয়তম গীত

(৯৩.৫ ৰে'ড এফ এমৰ সৌজন্যত)

ইণ্টাৰনেটত জনপ্ৰিয়তম গীত

(হংগামা ডট কমৰ সৌজন্যত)

জীৱনজোৰা কৃতিত্ব বঁটা - শাস্ত্ৰীয় সংগীত জীৱনজোৰা কৃতিত্ব বঁটা - জনপ্ৰিয় সংগীত
ৱিজক্ৰাফ্ট শ্ৰেষ্ঠ লাইভ পাৰফৰ্মাৰ গোলকীয় সংগীত শিল্পী সন্মান
গোলকীয় কৃতিত্বৰ স্বীকৃতি শ্ৰেষ্ঠ সংগীত ইনিচিয়েটিভ
  • ৰেড বুল ট্যুৰ বাচ
ষ্টাৰ প্লাচ - উদীয়মান তাৰকা

অসমৰ শিল্পী[সম্পাদনা কৰক]

এইবছৰৰ GIMA বঁটাৰ বাবে অসমৰ দুজন সংগীতশিল্পীৰ দুটা এলবামে মনোনয়ন লাভ কৰিছিল। শ্ৰেষ্ঠ পপ এলবামৰ শিতানত অংগৰাগ মহন্তৰ (পাপন) ক'ক ষ্টুডিঅ' এট এম টি ভি ছিজন ৩ - পাপন শীৰ্ষক এলবামটি আৰু শ্ৰেষ্ঠ ফ'ক এলবামৰ শিতানত জুবলী বৰুৱামাটি - দ্য ফ'ক ফেক্টৰ এলবামটি মনোনীত হৈছিল।[1] ইয়াৰে পাপনৰ এলবামটোৱে নিজৰ শিতানত বঁটা লাভ কৰিবলৈ সক্ষম হয়। এম টি ভি চেনেলৰ তৃতীয় বৰ্ষৰ ক'ক ষ্টুডিঅ' অনুষ্ঠানত পৰিৱেশন কৰা গীতসমূহৰ এলবামটিত কণ্ঠদান কৰা সহ শিল্পীসকল হ'ল বেনী দয়াল, হৰ্ষদীপ কৌৰ আৰু অসমৰ কল্পনা পাটোৱাৰী, সীমান্ত শেখৰ আৰু দুলাল মানকি[2]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "GIMA Awards 2015 Non-Film Music Nominees List & Winners List". Amazing Indian. ১৭ ফেব্ৰুৱাৰী ২০১৫. Archived from the original on 2015-04-18. https://web.archive.org/web/20150418041106/http://amazingindian.in/gima-awards-2015-non-film-music-nominees-list-winners-list/। আহৰণ কৰা হৈছে: ১৬ মাৰ্চ ২০১৫. 
  2. "Coke Studio at MTV Season 3 Episode 5". Gaana. http://gaana.com/album/coke-studio-at-mtv-season-3। আহৰণ কৰা হৈছে: 16 মাৰ্চ 2015. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]