সমললৈ যাওক

ফিফা ১০০

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পেলে

ফিফা ১০০ (FIFA 100) বিশ্ববিখ্যাত ব্ৰাজিলিয়ান ষ্ট্ৰাইকাৰ পেলেৰ পছন্দৰ "মহান জীৱিত ফুটবলাৰ"ৰ তালিকা। ফুটবলৰ আন্তৰ্জাতিক সংস্থা ফিফাৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে ২০০৪ চনৰ ৪ মাৰ্চত লণ্ডনৰ এক অনুষ্ঠানত এই তালিকা মুকলি কৰা হয়।

১০০ সংখ্যাটোৱে ফিফাৰ ১০০তম বছৰহে বুজাইছে, তালিকাভুক্ত খেলুৱৈৰ সংখ্যা নহয়। তালিকাখনত ১২৫ জন খেলুৱৈৰ নাম আছে। পেলেক ৫০ জন সক্ৰিয় আৰু ৫০ জন অৱসৰপ্ৰাপ্ত খেলুৱৈৰ নাম বাছনি কৰিবলৈ অনুৰোধ কৰা হৈছিল, কিন্তু পেলেই প্ৰাক্তন খেলুৱৈৰ সংখ্যা মাত্ৰ ৫০ জনত সীমিত কৰাত অসুবিধা পায়।[1] তালিকাখনত ১২৩ জন পেছাদাৰী পুৰুষ আৰু ২ গৰাকী মহিলা খেলুৱৈৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। ফিফা ১০০ মুকলি কৰাৰ সময়ত ইয়াৰে ৫০ জন খেলুৱৈ সক্ৰিয় হৈ আছিল আৰু বাকী ৭৫ জনে ইতিমধ্যে অৱসৰ লৈছিল।

সমালোচনা

[সম্পাদনা কৰক]

কোনো কোনো ফুটবল অনুৰাগীয়ে তালিকাখনৰ নিৰ্বাচন প্ৰক্ৰিয়াক লৈ সন্দেহ প্ৰকাশ কৰিছে। ৰাজনীতিবিদ আৰু ফুটবলৰ ধৰাভাষ্যকাৰ ডেভিদ মেলৰে লিখিছিল যে নিৰ্বাচনসমূহ সম্পূৰ্ণ ফুটবল পাৰদৰ্শিতাৰ সলনি ৰাজনতিক প্ৰভাৱতহে কৰা হৈছিল।[2] তেওঁ প্ৰকাশ কৰা মতে নিৰ্বাচনসমূহ পেলেৰ সলনি ছেপ্‌ ব্লাটাৰৰ কলমৰ পৰাহে অহা যেন লাগিছিল। ইয়াৰ প্ৰমাণস্বৰূপে মেলৰে নিৰ্বাচিত খেলুৱৈসমূহৰ বহল ভৌগোলিক বিতৰণ দেখুৱাইছিল: সঁচা নিৰ্বাচনত দক্ষিণ আমেৰিকা আৰু ইউৰোপৰ খেলুৱৈহে সৰহ থাকিব বুলি তেওঁ কয় (কিন্তু তালিকাখনত এছিয়া আৰু আফ্ৰিকাৰ মাত্ৰ ৭ জন খেলুৱৈৰ নামহে আছিল। ) বি বি চিৰ স্তভলেখক টিম ভিকাৰীয়েও একেধৰণৰ কথা প্ৰকাশ কৰিছিল।[3]

পেলেৰ পুৰণা দলীয় সংগী প্ৰাক্তন ব্ৰাজিলিয়ান মিড্‌ফিল্ডাৰ জাৰ্ছনে (Gérson) ফিফা ১০০ত তেওঁৰ নাম নথকাৰ বাবে ব্ৰাজিলৰ এক টেলিভিজন অনুষ্ঠানত তালিকাখনৰ এটা কপী ফালি পেলাইছিল। মাৰ্ক' ভেন বেষ্টেন (Marco van Basten) আৰু উজে জিলাই (Uwe Seeler) আদৰ্শগত কাৰণত এই প্ৰকল্পত অংশ ল'বলৈ অমান্তি হৈছিল।[4]

পেলেই নিৰ্বাচন কৰা "ফিফা ১০০"ৰ মহান জীৱিত ফুটবলাৰসকলৰ নাম তলত দিয়া হৈছে।

  • ঘোষণাৰ সময়ত সক্ৰিয় হৈ থকা খেলুৱৈক (*) ৰে চিহ্নিত কৰা হৈছে।
  • এতিয়াও সক্ৰিয় হৈ থকা খেলুৱৈৰ নাম হেলনীয়া আখৰত দিয়া হৈছে।
খেলুৱৈ স্থান জন্মৰ তাৰিখ
গেব্ৰিয়েল বাটিষ্টুটা* FW ১৯৬৯-০২-০১
হাৰ্নান ক্ৰেস্প'* FW ১৯৭৫-০৭-০৫
আল্‌ফ্ৰেড' ডি ষ্টিফান' FW ১৯২৬-০৭-০৪
মাৰিঅ' কেম্পেছ FW ১৯৫৪-০৭-১৫
ডিয়েগ' মাৰাড'না FW ১৯৬০-১০-৩০
ডেনিয়েল পাছাৰেলা DF ১৯৫৩-০৫-২৫
জেভিয়াৰ ছেভিয়'লা* FW ১৯৮১-১২-১১
অ'মাৰ ছিভ'ৰি FW ১৯৩৫-১০-০২
সুৱান ছেবাষ্টিয়ান বে'ৰ'ন* MF ১৯৭৫-০৩-০৯
সেভিয়েৰ ছে'নেটি* DF/MF ১৯৭৩-০৮-১০
খেলুৱৈ স্থান জন্মৰ তাৰিখ
জান ক'লেমান্স MF ১৯৫৭-০২-১৯২৮
জিন মেৰী ফাফ GK ১৯৫৩-১২-০৪
ফ্ৰেংকী ভান্‌ ডেৰ্‌ এ'ল্‌ছ MF ১৯৬১-০৪-৩০
খেলুৱৈ স্থান জন্মৰ তাৰিখ
কাল'ছ এল্‌বাৰ্ট' DF ১৯৪৪-০৭-১৭
কাফু* DF ১৯৭০-০৬-০৭
ফাউকাঁউ MF ১৯৫৩-১০-১৬
পেলে FW ১৯৪০-১০-২৩
জুনিঅ'ৰ MF ১৯৫৪-০৬-২৯
ৰিভাল্ড'* MF ১৯৭২-০৪-১৯
ৰিভেলিন' MF ১৯৪৬-০১-০১
ৰ'বাৰ্ট' কাৰ্ল'ছ* DF ১৯৭৩-০৪-১০
ৰ'মাৰিঅ'* FW ১৯৬৬-০১-২৯
ৰ'নাল্ডিন্‌হ'* MF/FW ১৯৮০-০৩-২১
ৰ'নাল্ড'* FW ১৯৭৬-০৯-১৮
ডিজাউমা ছাঁট'ছ DF ১৯২৯-০২-২৭
নিউটঁ' ছাঁট'ছ DF ১৯২৫-০৫-১৬
ছক্ৰেটিছ MF ১৯৫৪-০২-১৯
জিক' MF/FW ১৯৫৩-০৩-০৩
খেলুৱৈ স্থান জন্মৰ তাৰিখ
হ্ৰিষ্ট' ষ্ট‌ইচ্‌ক'ফ FW 1966-02-08
খেলুৱৈ স্থান জন্মৰ তাৰিখ
ৰজাৰ মিলা FW ১৯৫২-০৫-২০
খেলুৱৈ স্থান জন্মৰ তাৰিখ
এলিয়াছ্‌ ফিগুৱেৰ'আ DF ১৯৪৬-১০-২৫
আইভান জাম'ৰেন' FW ১৯৬৭-০১-১৮
খেলুৱৈ স্থান জন্মৰ তাৰিখ
কাৰ্ল'ছ ভাল্ডে'ৰামা MF ১৯৬১-০৯-০২
খেলুৱৈ স্থান জন্মৰ তাৰিখ
ডেভৰ চুকে'ৰ FW ১৯৬৮-০১-০১
খেলুৱৈ স্থান জন্মৰ তাৰিখ
য়'জেফ মাছ'পুষ্ট্‌ MF ১৯৩১-০২-০৯
পাভেল নেড্‌ভ্যেট* MF ১৯৭২-০৮-৩০
খেলুৱৈ স্থান জন্মৰ তাৰিখ
ব্ৰায়ান লাউড'প FW ১৯৬৯-০২-২২
মিকেল লাউড'প MF ১৯৬৪-০৬-১৫
পিডা স্মাইট্‌গেল GK ১৯৬৩-১১-১৮
খেলুৱৈ স্থান জন্মৰ তাৰিখ
গৰ্ডন বেংক্‌ছ GK ১৯৩৭-১২-৩০
ডেভিদ বেক্‌হাম* MF ১৯৭৫-০৫-০২
বাবী চাৰ্ল্‌টন MF ১৯৩৭-১০-১১
কেভিন কীগান FW ১৯৫১-০২-১৪
গেৰী লিনেকাৰ FW ১৯৬০-১১-৩০
মাইকেল অ'ৱেন* FW ১৯৭৯-১২-১৪
এলেন শ্বিয়েৰাৰ* FW ১৯৭০-০৮-১৩
খেলুৱৈ স্থান জন্মৰ তাৰিখ
এৰিক কঁট'না FW ১৯৬৬-০৫-২৪
মাস্‌চেল ডুচেয়ি DF ১৯৬৮-০৯-০৭
ডিড্যে ডেশ্বাঁ MF ১৯৬৮-১০-১৫
জিষ্ট্‌ ফঁ'টে'ন FW ১৯৩৩-০৮-১৮
ট্যেৰি আঁৰি* FW 1977-08-17
সে'ম' ক'পা MF ১৯৩১-১০-৩১
জঁ-পিয়াস পাপিন FW ১৯৬৩-১১-০৫
হবেস্‌ পিহেস্‌* MF ১৯৭৩-১০-২৯
মিচেল প্লাটিনি MF ১৯৫৫-০৬-২১
লিলিয়ঁ টুআঁ* DF ১৯৭২-০১-০১
মাৰিয়স্‌ ট্ৰেজস্‌ DF ১৯৫০-০১-১৫
ডেভিদ ট্ৰেজেগি* FW ১৯৭৭-১০-১৫
পেট্ৰিক ভিয়েৰা* MF ১৯৭৬-০৬-২৩
জিনেদিন জিদান* MF ১৯৭২-০৬-২৩
খেলুৱৈ স্থান জন্মৰ তাৰিখ
মিচেইল বালাক* MF ১৯৭৬-০৯-২৬
ফাণ্ট্‌ছ বেকেন্‌বাৱা SW ১৯৪৫-০৯-১১
পউল ব্ৰাইট্‌নাৱ MF ১৯৫১-০৯-০৫
অ'লিভা কান* GK ১৯৬৯-০৬-১৫
য়'ৰ্গেন ক্লিন্‌ছমান FW ১৯৬৪-০৭-৩০
জেপ্‌ মায়া GK ১৯৪৪-০২-২৮
ল'টা মাটিঅ'ছ MF ১৯৬১-০৩-২১
গাৰ্ট মুলা FW ১৯৪৫-১১-০৩
কাল-হাইঞ্জ হুমেনিগে FW ১৯৫৫-০৯-২৫
উজে জিলা FW ১৯৩৬-১১-০৫
খেলুৱৈ স্থান জন্মৰ তাৰিখ
এ'বেইদি পেলে FW ১৯৬৪-১১-০৫
খেলুৱৈ স্থান জন্মৰ তাৰিখ
ফেৰেণ্ট্‌ছ পুছ্‌কাছ্‌ FW ১৯২৭-০৪-০২
খেলুৱৈ স্থান জন্মৰ তাৰিখ
ৰয় কিন* MF ১৯৭১-০৮-১০
খেলুৱৈ স্থান জন্মৰ তাৰিখ
ৰ'বাৰ্ট' বাদ্‌জ'* FW ১৯৬৭-০২-১৮
ফ্ৰাংক' বাৰেছি DF ১৯৬০-০৫-০৮
জুজেপ্পে বেৰ্গ'মি DF ১৯৬৩-১২-২২
জাম্‌পিয়েৰ' ব'নিপেৰ্টি FW ১৯২৮-০৭-০৪
জান্‌লুইগি বুফন* GK ১৯৭৮-০১-২৮
আলেচ্ছান্দ্ৰ' ডেল্‌ পিয়েৰ'* FW ১৯৭৪-১১-০৯
জাৎচিণ্ট' ফাক্কেটি DF ১৯৪২-০৭-১৮
পাউল' মাল্‌ডিনি* DF ১৯৬৮-০৬-২৬
আলেচ্ছান্দ্ৰ' নেষ্টা* DF ১৯৭৬-০৩-১৯
জান্নি ৰিভে'ৰা MF ১৯৪৩-০৮-১৮
পাউল' ৰ'চি FW ১৯৫৬-০৯-২৩
ফ্ৰাঞ্চিস্ক' ট'ট্টি* FW ১৯৭৬-০৯-২৭
ক্ৰিষ্টিয়ান ভিয়েৰি* FW ১৯৭৩-০৭-১২
ডিন' জফ্‌ GK ১৯৪২-০২-২৮
খেলুৱৈ স্থান জন্মৰ তাৰিখ
হিডেট'শ্বি নাকাটা* MF ১৯৭৭-০১-২২
খেলুৱৈ স্থান জন্মৰ তাৰিখ
হং ম্যং ব'* DF ১৯৬৯-০২-১২
খেলুৱৈ স্থান জন্মৰ তাৰিখ
জৰ্জ ৱিহ FW 1966-10-01
খেলুৱৈ স্থান জন্মৰ তাৰিখ
উগ' চাঞ্চেছ FW ১৯৫৮-০৭-১১
খেলুৱৈ স্থান জন্মৰ তাৰিখ
মাৰ্ক' ভেন বেষ্টেন FW ১৯৬৪-১০-৩১
ডে'নিছ বেৰ্স্‌কেম্প* FW ১৯৬৯-০৫-১০
য়'হান ক্ৰায়্‌‍ফ FW ১৯৪৭-০৪-২৫
এট্‌গাৰ ডাভিড্‌ছ* MF ১৯৭৩-০৩-১৩
ৰুড্‌ গুলিট MF ১৯৬২-০৯-০১
ৰে'নি ভান ডি কেৰ্ক্‌হফ্‌ MF 1951-09-16
ৱিলি ভান ডি কেৰ্ক্‌হফ MF ১৯৫১-০৯-১৬
পে'ট্ৰিক ক্লাইভাৰ্ট* FW ১৯৭৬-০৭-০১
য়'হান নিস্কেন্‌ছ MF ১৯৫১-০৯-১৫
ৰুট্‌ ফান্‌ নিষ্টেল্‌ৰয়* FW ১৯৭৬-০৭-০১
ৰ'প্‌ ৰেন্‌ছেন্‌ব্ৰিংক্‌ FW ১৯৪৭-০৭-০৩
ফ্ৰাংক ৰাইকাৰ্ড MF ১৯৬২-০৯-৩০
ক্লেৰেন ছীদৰ্ফ* MF ১৯৭৬-০৪-০১
খেলুৱৈ স্থান জন্মৰ তাৰিখ
জে'-জে' অ'ক'চা* MF ১৯৭৩-০৮-১৪
খেলুৱৈ স্থান জন্মৰ তাৰিখ
জৰ্জ বে'ষ্ট MF ১৯৪৬-০৫-২২
খেলুৱৈ স্থান জন্মৰ তাৰিখ
ৰ'মেৰিট' FW ১৯৬০-০৮-২৮
খেলুৱৈ স্থান জন্মৰ তাৰিখ
টে'অ'ফিল' কুবিলাছ FW ১৯৪৯-০৩-০৮
খেলুৱৈ স্থান জন্মৰ তাৰিখ
জিবিন্যেভ্‌ বন্যেক MF 1956-03-03
খেলুৱৈ স্থান জন্মৰ তাৰিখ
ইউজেবিউ FW ১৯৪২-০১-২৫
লুইছ্‌ ফিগ'* MF ১৯৭২-১১-০৪
ৰুই ক'ষ্টা* MF ১৯৭২-০৩-২৯
খেলুৱৈ স্থান জন্মৰ তাৰিখ
গ্যৰ্গে হাজি MF ১৯৬৫-০২-০৫
খেলুৱৈ স্থান জন্মৰ তাৰিখ
ৰিনাট ডাছায়েভ GK ১৯৫৭-০৬-১৩
খেলুৱৈ স্থান জন্মৰ তাৰিখ
কে'নী ডাল্‌গ্লিশ্ব্‌ FW ১৯৫১-০৩-০৪
খেলুৱৈ স্থান জন্মৰ তাৰিখ
এল্‌ হাড্‌জি ডিউফ* FW ১৯৮১-০১-১৫
খেলুৱৈ স্থান জন্মৰ তাৰিখ
এ'মিলিয়' বুট্ৰাগে'ন্য' FW ১৯৬৩-০৭-২২
লুইছ এন্‌ৰিকে* MF 1970-05-08
ৰাউল* FW ১৯৭৭-০৬-২৭
খেলুৱৈ স্থান জন্মৰ তাৰিখ
ৰুষ্টু ৰে'ট্‌শ্ব্‌বেৰ* GK ১৯৭৩-০৫-১০
এম্ৰে বে'ল'জ'লু* MF ১৯৮০-০৭-০৯
খেলুৱৈ স্থান জন্মৰ তাৰিখ
আন্দ্ৰিজ্‌ শ্বেৱ্‌চেংক'* FW ১৯৭৬-০৯-২৯
খেলুৱৈ স্থান জন্মৰ তাৰিখ
মিশ্বেল এ'কাৰ্ছ MF/FW ১৯৬৬-০২-০১
মিআ হাম্‌* FW ১৯৭২-০৩-১৭
খেলুৱৈ স্থান জন্মৰ তাৰিখ
এন্স' ফ্ৰাংচেস্ক'লি FW ১৯৬১-১১-১২

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Fifa names greatest list". BBC. 4 March 2004. http://news.bbc.co.uk/sport1/hi/football/3533833.stm। আহৰণ কৰা হৈছে: 30 April 2007. 
  2. Mellor, David (5 March 2004). "Sing up for Ken, a true Blues man". Evening Standard Ltd.: পৃষ্ঠা 77. 
  3. Vickery, Tim (8 March 2004). "Pele pays price for popularity". BBC. http://news.bbc.co.uk/sport1/hi/football/world_football/3542075.stm। আহৰণ কৰা হৈছে: 30 April 2007. 
  4. Davies, Christopher (4 March 2004). "Pele open to ridicule over top hundred". The Daily Telegraph (UK). http://www.telegraph.co.uk/core/Content/displayPrintable.jhtml?xml=/sport/2004/03/05/sfnpel05.xml&site=2। আহৰণ কৰা হৈছে: 10 February 2008. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]