ঘ (বঙালী)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(বঙালী আখৰ ঘৰ পৰা পুনঃনিৰ্দেশিত)

(বঙালী লিপিত ঘ, আই-পি-এ:/gʱɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ৪ৰ্থ আখৰ।[1] ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ ঘ উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধিত হৈছে।

স্বৰবৰ্ণৰ সৈতে যোগ হ'লে[সম্পাদনা কৰক]

স্বৰবৰ্ণ সৈতে যোগ হ'লে
ঘা
ঘি
ঘী
ঘু
ঘূ
ঘৃ
ঘে
ঘৈ
ঘো
ঘৌ

ঘৰে আৰম্ভ হোৱা শব্দ[সম্পাদনা কৰক]

  • ঘর (ঘৰ)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. http://www.omniglot.com/writing/bengali.htm ত দিয়া ক্ৰম অনুসৰি