বাৰ্তা:ওড়িশা

এই পৃষ্ঠাৰ সমল অন্য ভাষাত সমৰ্থিত নহয়।
অসমীয়া ৱিকিপিডিয়াৰ পৰা


শিৰোনাম[সম্পাদনা কৰক]

পূৰ্বতে ৰাজ্যখনৰ নাম ইংৰাজীত Orissa আছিল আৰু অসমীয়া লিপ্যান্তৰত উৰিষ্যা হিচাপে ব্যৱহাৰ কৰি অহা হৈছিল। শব্দ আৰু লাচিতকে ধৰি কেইটামান অভিধানত Orissaৰ প্ৰতিশব্দ উৰিষ্যা বুলি আছে। কিন্তু ২০১১ চনত সংসদত গৃহীত হোৱা এখন আইনৰ অধীনত পূৰ্বৰ Orissaৰ ঠাইত Odisha কৰা হ'ল। ইয়াৰ পিছত সময়ে সময়ে Survey of Indiaয়ে প্ৰকাশ কৰা ভাৰতৰ ৰাজনৈতিক মানচিত্ৰৰ অসমীয়া সংস্কৰণত ওড়িশা শব্দটো ব্যৱহাৰ কৰিছে। কিছুমান চৰকাৰী ৱেবছাইটতো (যেনে:আকাশবাণীৰ বাতৰি সেৱা বিভাগ, ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আনুষ্ঠানিক ৱেবচাইট, পি আই বি ইত্যাদি) ওড়িশা হিচাপে ব্যৱহাৰ কৰা হৈছে। গতিকে উৰিষ্যাৰে পুনঃনিৰ্দেশ কৰি পৃষ্ঠাখনৰ নাম ওড়িশা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ালোঁ। ২০১৬ চনতে এয়া কৰা হৈছিল যদিও কোনোবা এজন সদস্যয়ে আকৌ উৰিষ্যা কৰিলে। সন্মানীয় সদস্যসকলৰ মতামত বিচাৰিছোঁ- অজয়  কথা-বতৰা 11:37, 11 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

সহমত জনালো। হানিফ আলী (বাৰ্তা) 11:43, 11 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
একমত। -Joli Rumi (বাৰ্তা) 11:56, 11 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
“ওড়িশা’’৷ — গীতাৰ্থ বৰদলৈ (বাৰ্তা) 12:13, 11 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
সহমত। Thesaurabhsaha (বাৰ্তা) 13:19, 11 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ওড়িশাৰ পক্ষে ভোটদান কৰিলোঁ। -চন্দন চিৰিং ফুকন ✉️ 13:52, 11 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
সহমত প্ৰকাশ কৰিলোঁ৷ Pranamikaadhikary (বাৰ্তা) 14:22, 11 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
ওড়িশাৰ পক্ষে ভোটদান কৰিলোঁ। বিষ্ণু শইকীয়া 13:51, 12 June 2023 (ইউ.টি.চি.)[উত্তৰ দিয়ক]